পুনৰ নীলাচলৰ বুকুত অম্বুবাচী। খোল খালে কামাখ্যা মন্দিৰৰ দুৱাৰ। অম্বুবাচী হ’ল, মেলাহে নহ’ল। নিমাওমাও পৰিৱেশ নীলাচলত। ক’ৰোনা সংক্ৰমণৰ বাবে নীলাচল উকা।ভক্তৰ বাবে খোলা হোৱা নাই মন্দিৰৰ দুৱাৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ