• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

3 weeks ago
ৰবীন্দ্ৰনাথে যেনেকৈ ভয়মুক্ত মন আৰু পৰিবেশ বিচাৰিছিল বিজেপিয়ে পশ্চিমবংগত তেনে পৰিবেশ তৈয়াৰ কৰিব! ৰবীন্দ্ৰ জয়ন্তীৰ দিনাই শপত ল’ব পশ্চিমবংগৰ বিজেপি চৰকাৰে

43 minutes ago
সামাজিক মাধ্যমৰ চেলিব্ৰিটি হ’লেই বিধানসভালৈ আহিব নোৱাৰি! চৰ্চাত থাকিও শোচনীয় পৰাজয় কোন ৫ প্ৰাৰ্থীৰ?

1 hour ago
বংগ জয় কৰি বাঙালী বাবু সাজেৰে ওলাই আহিল মোদী, ধুতি পাঞ্জাৱী পিন্ধি কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

2 hours ago
মঙ্গলবাৰে হনুমানৰ বিশেষ কৃপা, ভাগ্য সদয় হ’ব ৪ৰাশিৰ জাতকৰ

সূৰ্যৰ ৰাজকীয় গতি, ১১ মে’ৰ পৰা কঁপাল ফুলিব এই ৪ৰাশিৰ, ভাগ্যৰ নানান ৰাস্তা খুলিব

3 hours ago
কি ষ্ট্ৰেটেজিৰে বংগ জয় কৰিলে BJPয়ে? সমীক্ষাত ৫টা কাৰণ, মামা মেজিক ফেক্টৰ হ’ল নেকি বংগৰ ৰাজনীতিত?

কংগ্ৰেছৰ পৰাজয়ৰ কাৰণেই হৈছে জুবিনক লৈ নিকৃষ্ট ৰাজনীতি কৰা, আমি চৰকাৰ গঠন কৰিয়েই প্ৰতিটো প্ৰতিশ্ৰুতি পূৰণ কৰিমঃ ড০ হিমন্ত বিশ্ব শৰ্মা

4 hours ago
কোনোবা এটাহে জিকিম৷ গৌৰৱক কৈছো কেতিয়াবা তুমিও জিকিবা, গৌৰৱৰ সৈতে ব্যক্তিগত শত্ৰুতা মোৰ নাই তেওঁ মোৰ ভাতৃতুল্য, গৌৰৱৰ লেকচাৰে মোক আপ্লুত কৰেঃ হিতেন্দ্ৰ নাথ গোস্বামী

তুমি বিষয়ৰ সকলো কথা ইতিবাচক হওঁক…সফলতাৰ আৰু সত্যৰ হওঁক! নিৰ্বাচনী ৰিজাল্টৰ মাজতে তাৎপৰ্যপূৰ্ণ পোষ্ট গৰিমা গাৰ্গৰ

ফেছবুকত ৰাজনীতি কৰি মোৰ লগত যুঁজিব চেষ্টা কৰি লাভ নাই, মৰিয়নী সমষ্টিত ৰূপজ্যোতি কূৰ্মী থকালৈকে বেলেগৰ দমন নচলিব, জয়ৰ পাছত কি মত ৰূপজ্যোতি কূৰ্মীৰ?

বিজেপিৰ ছুনামীত ধূলিস্যাৎ 3G অৰ্থাৎ তিনি গগৈ, হিমন্ত ২.০ক লৈ কিমান আশাবাদী জনতা?

5 hours ago
বিজেপিয়ে ঘূৰাই দিলে হেৰুওৱা সন্মান!  বিহপুৰীয়াৰ বিধায়ক হৈ অহাৰ সপোন পূৰণ ভূপেন বৰাৰ

  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

editor by editor
April 17, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত
0
মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়
0
SHARES
905
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২১ এপ্ৰিলত ঘটিব অত্যন্ত শুভ জ্যোতিষ ঘটনা৷ চন্দ্ৰ আৰু বৃহস্পতিৰ যুঁটিত তৈয়াৰ হ’ব গজকেশৰী ৰাজযোগ৷ জ্যোতিষশাস্ত্ৰ অনুসৰি এই যোগ অত্যন্ত শক্তিশালী৷ জীৱনত সুখ সমৃদ্ধি, সন্মান, প্ৰতিপত্তি আৰু আৰ্থিক উন্নতিৰ দ্বাৰ খুলি দিব৷ বিশেষকৈ মিথুন, সিংহ, কন্যা, ধনু আৰু কুম্ভ- এই পাঁচটা ৰাশিৰ বাবে এই যোগ অত্যন্ত শুভ ফলদায়ক হব৷ কি ঘটিব?

মিথুন ৰাশি

এই ৰাজযোগ মিথুন ৰাশিতেই তৈয়াৰ হোৱাত সকলোতকৈ বেছি প্ৰভাৱ এই ৰাশিৰ জাতকৰ ওপৰত পৰিব৷ ব্যক্তিত্বত ইতিবাচক পৰিবৰ্তন আহিব৷ কঠিন সিদ্ধান্ত লোৱাৰ ক্ষমতা বাঢ়িব৷ দীৰ্ঘদিন ধৰি ৰৈ থকা চৰকাৰী বা আইনী কাম শেষ হোৱাৰ সম্ভাৱনা আছে৷

সিংহ ৰাশি

সিংহ ৰাশিৰ জাতকৰ আয়ৰ ক্ষেত্ৰত এই যোগ বিশেষভাৱে শুভ৷ নতুন আয়ৰ উৎস তৈয়াৰ হ’ব পাৰে আৰু আৰ্থিক অৱস্থাৰ উন্নতি হব৷ বিনিয়োগৰ বাবে এই সময় অনুকূল৷ পুৰণি ঋণৰ পৰা মুক্তি লাভৰ সম্ভাৱনা আছে৷ পৈতৃক সম্পত্তিৰ পৰাও লাভ হব পাৰে৷

কন্যা ৰাশি

কন্যা ৰাশিৰ বাবে এই যোগে কৰ্মজীৱনত বৃহৎ পৰিবৰ্তন আনিব পাৰে৷ চাকৰিয়ালৰ পদোন্নতি বা নতুন দায়িত্ব লাভৰ সম্ভাৱনা আছে৷ ব্যৱসায়ীসকলৰ ক্ষেত্ৰত বৃহৎ কোনো চুক্তি সম্পন্ন হব পাৰে৷ সমাজত সন্মান আৰু মৰ্যাদা বৃদ্ধি পাব৷

ধনু ৰাশি

ধনু ৰাশিৰ অধিপতি নিজেই বৃহস্পতি৷ সেয়ে এই যোগৰ প্রভাৱ ইয়াত বিশেষভাৱে শুভ হব৷ দাম্পত্য জীৱনত সুখ আৰু মধুৰতা বাঢ়িব৷ পাৰ্টনাৰশ্বিপৰ ব্যৱসায়ত ভাল লাভ হব পাৰে৷ চিংগলসকলে প্ৰেমৰ প্ৰস্তাৱ পাব পাৰে৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ জাতকৰ বাবে এই সময়ে শিক্ষা আৰু সন্তান বিষয়ক সুখবৰ কঢ়িয়াই আনিব৷ পঢ়াশুনাত সাফল্য আহিব আৰু উচ্চশিক্ষাৰ সুযোগ তৈয়াৰ হব৷ নতুন ঘৰ বা বাহন ক্ৰয়ৰ পৰিকল্পনা থাকিলে সফলতা আহিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰবীন্দ্ৰনাথে যেনেকৈ ভয়মুক্ত মন আৰু পৰিবেশ বিচাৰিছিল বিজেপিয়ে পশ্চিমবংগত তেনে পৰিবেশ তৈয়াৰ কৰিব! ৰবীন্দ্ৰ জয়ন্তীৰ দিনাই শপত ল’ব পশ্চিমবংগৰ বিজেপি চৰকাৰে
জীৱনশৈলী

May 4, 2026
সামাজিক মাধ্যমৰ চেলিব্ৰিটি হ’লেই বিধানসভালৈ আহিব নোৱাৰি! চৰ্চাত থাকিও শোচনীয় পৰাজয় কোন ৫ প্ৰাৰ্থীৰ?
জীৱনশৈলী

সামাজিক মাধ্যমৰ চেলিব্ৰিটি হ’লেই বিধানসভালৈ আহিব নোৱাৰি! চৰ্চাত থাকিও শোচনীয় পৰাজয় কোন ৫ প্ৰাৰ্থীৰ?

May 4, 2026
বংগ জয় কৰি বাঙালী বাবু সাজেৰে ওলাই আহিল মোদী, ধুতি পাঞ্জাৱী পিন্ধি কি ক’লে প্ৰধানমন্ত্ৰীয়ে?
জীৱনশৈলী

বংগ জয় কৰি বাঙালী বাবু সাজেৰে ওলাই আহিল মোদী, ধুতি পাঞ্জাৱী পিন্ধি কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

May 4, 2026
মঙ্গলবাৰে হনুমানৰ বিশেষ কৃপা, ভাগ্য সদয় হ’ব ৪ৰাশিৰ জাতকৰ
জীৱনশৈলী

মঙ্গলবাৰে হনুমানৰ বিশেষ কৃপা, ভাগ্য সদয় হ’ব ৪ৰাশিৰ জাতকৰ

May 4, 2026
Next Post
অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

নেমু, আদা, হালধি, নহৰু, জালুক... বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন