• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

2 months ago
কেনে যাব আজিৰ দিনটো, বৃষ ৰাশিৰ জয়জয়-ময়ময় , কৰ্কট, বৃশ্চিক, মকৰ ৰাশিৰ লোকে ভুলতো নকৰিব এই কাম

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানো আহক আজিৰ ৰাশিফল

50 minutes ago
চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

9 hours ago
The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

10 hours ago
আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

10 hours ago
বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

11 hours ago
বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

13 hours ago
সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

14 hours ago
১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

15 hours ago
মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

15 hours ago
ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

16 hours ago
এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

16 hours ago
‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

নেমু, আদা, হালধি, নহৰু, জালুক... বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

editor by editor
April 17, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত
0
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?
0
SHARES
100
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
আজিকালি লিভাৰ সম্পৰ্কিত সমস্যাসমূহ ক্ৰমশ সাধাৰণ হৈ উঠিছে৷ জীৱনযাত্ৰাৰ উন্নতিৰ ওপৰিও আপোনাৰ খাদ্যতালিকাত এনে কিছু খাদ্য অন্তৰ্ভুক্ত কৰা উচিত যিয়ে আপোনাৰ লিভাৰৰ স্বাস্থ্য বজায় ৰাখিব৷ বিশেষজ্ঞৰ মতে, এই খাদ্যসমূহে আপোনাৰ লিভাৰৰ স্বাস্থ্যৰ উন্নতি কৰিব পাৰে৷ কি কৈছে পুষ্টিবিদে?
আয়ুৰ্বেদত নেমু পিত্ত উৎপাদনক উদ্দীপিত কৰি আৰু বিষাক্ত পদাৰ্থ পৰিষ্কাৰ কৰে বুলি বিশ্বাস কৰা হয়৷ ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে৷ যিয়ে লিভাৰৰ কোষসমূহক ৰক্ষা কৰে৷ ইয়াৰোপৰি ই ৰোগ প্ৰতিৰোধ ক্ষমতাক শক্তিশালী কৰে৷ উপকাৰিতা পাবলৈ আপুনি আপোনাৰ দিনটো উষ্ণ নেমু পানীয়ে আৰম্ভ কৰিব পাৰে৷ আপুনি চালাদ বা জুছো যোগ কৰিব পাৰে৷
ডিটক্সিফিকেছন বৃদ্ধি কৰে, অক্সিডেটিভ ষ্ট্ৰেছ কমায় আৰু লিভাৰৰ কাৰ্যকাৰিতা উন্নত কৰি লিভাৰক ৰক্ষা কৰে৷ আপুনি পাতল গৰম পানী, উষ্ণ গাখীৰ, মৌ আৰু ছুপত আধা চামুছ হালধি আৰু এচিকুট জালুকৰ গুৰি মিহলাই খাব পাৰে৷ লিভাৰৰ স্বাস্থ্যৰ বাবে হালধি খুবেই উপকাৰী৷ ইয়াত কাৰকিউমিন আছে৷ যাৰ এণ্টিঅক্সিডেণ্ট বৈশিষ্ট্য আছে৷ ই পিত্তৰ প্ৰবাহ বৃদ্ধি কৰে আৰু লিভাৰৰ কোষসমূহক বিষাক্ত পদাৰ্থৰ ক্ষতিৰ পৰা ৰক্ষা কৰে৷
ধনিয়াপাতত এনে যৌগ থাকে যিয়ে বিষমুক্তকৰণত সহায় কৰে৷ ই হজমশক্তি উন্নত কৰে আৰু লিভাৰৰ কোষসমূহক ক্ষতিৰ হাতৰ পৰা ৰক্ষা কৰে৷ আপুনি ইয়াক চাহ হিচাপে খাব পাৰে অথৱা পাচলিত যোগ কৰিব পাৰে৷ আদাই হজমত সহায় কৰে৷ ই ৰক্ত সঞ্চালন উন্নত কৰে আৰু ফেটি লিভাৰ প্ৰতিৰোধ কৰে৷ আপুনি চাহত আদা ব্যৱহাৰ কৰিব পাৰে৷ আপুনি ইয়াক টুকুৰা টুকুৰ কৰি নেমুৰ সৈতে মিহলাই খাদ্যৰ সৈতে খাব পাৰে৷
নহৰুৰ গুণে লিভাৰৰ এনজাইমসমূহক সক্ৰিয় কৰে৷ ইয়াত এলিছিন আৰু ছেলেনিয়ামৰ দৰে যৌগ আছে, যিয়ে লিভাৰক পৰিষ্কাৰ কৰে আৰু অক্সিডেটিভ ষ্ট্ৰেছৰ পৰা ৰক্ষা কৰে৷ নহৰু সেৱন নন-এলকহলিক ফেটি লিভাৰ ডিজিজৰ আশংকা কমাব পাৰে৷
গ্ৰিন টি পান কৰা লিভাৰৰ বাবে উপকাৰী৷ ই লিভাৰৰ কাৰ্যকাৰিতা উন্নত কৰে৷ গ্ৰিন টিয়ে নন-এলকহলিক ফেটি লিভাৰ ৰোগ নিয়ন্ত্ৰণতো সহায় কৰে৷ আপুনি গ্ৰীণ টি পুৱা খাদ্য খোৱাৰ ১ ঘণ্টা আগত খাব পাৰে৷ গাজৰ, আমলখি আৰু বিটো লিভাৰৰ স্বাস্থ্যৰ বাবে উপকাৰী বুলি ধাৰণা কৰা হয়৷ আপুনি এই তিনিবিধৰ ৰস ওলিয়াই খাব পাৰে৷ বিট আৰু গাজৰ চালাড হিচাপেও খাব পাৰে৷ আমলখিও আপুনি তেনেকৈ খাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেনে যাব আজিৰ দিনটো, বৃষ ৰাশিৰ জয়জয়-ময়ময় , কৰ্কট, বৃশ্চিক, মকৰ ৰাশিৰ লোকে ভুলতো নকৰিব এই কাম
জীৱনশৈলী

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানো আহক আজিৰ ৰাশিফল

June 18, 2026
চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ
অপৰাধ

চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

June 17, 2026
The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান
বিনোদন

The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

June 17, 2026
আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!
বিনোদন

আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

June 17, 2026
Next Post
সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.