• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

2 months ago
প্ৰেমত পৰিলে আচৰণ কিয় সলনি হয়? কাৰণ জানি আপুনিও হ’ব আচৰিত!

প্ৰেমত পৰিলে আচৰণ কিয় সলনি হয়? কাৰণ জানি আপুনিও হ’ব আচৰিত!

43 minutes ago
৮ম দৰমহা আয়োগত সলনি হ’ব পেঞ্চনৰ নিয়ম, ১০০% পৰ্যন্ত পেঞ্চনৰ পৰিকল্পনা

৮ম দৰমহা আয়োগত সলনি হ’ব পেঞ্চনৰ নিয়ম, ১০০% পৰ্যন্ত পেঞ্চনৰ পৰিকল্পনা

2 hours ago
আমেৰিকাৰ সৈতে উত্তেজনাৰ মাজতে ইৰাণৰ ৰাষ্ট্ৰপতিৰ পদত্যাগৰ দাবী, মুজতাবাৰ কাৰ্যালয়ে ক’লে ভিত্তিহীন

আমেৰিকাৰ সৈতে উত্তেজনাৰ মাজতে ইৰাণৰ ৰাষ্ট্ৰপতিৰ পদত্যাগৰ দাবী, মুজতাবাৰ কাৰ্যালয়ে ক’লে ভিত্তিহীন

2 hours ago
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?

ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?

4 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি ৫ ৰাশিৰ জীৱনলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

4 hours ago
IPL ত একেৰাহে দ্বিতীয়বাৰ চেম্পিয়ন RCB, আহমেদাবাদত GTৰ বিৰুদ্ধে খিতাপ দখল

IPL ত একেৰাহে দ্বিতীয়বাৰ চেম্পিয়ন RCB, আহমেদাবাদত GTৰ বিৰুদ্ধে খিতাপ দখল

13 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

নিশা টোপনি অহাত সমস্যা? কি ভিটামিনৰ অভাৱ ঘটিছে শৰীৰত জানক

13 hours ago
নিশা মল্লিকাৰ ৰুমত প্ৰৱেশৰ চেষ্টা নায়কৰ, উপায়ন্তৰ নায়িকাই কৰিলে এই কাম!

নিশা মল্লিকাৰ ৰুমত প্ৰৱেশৰ চেষ্টা নায়কৰ, উপায়ন্তৰ নায়িকাই কৰিলে এই কাম!

14 hours ago
জুনত ৪ গ্ৰহই সলাব গতি, একেলগে ভাগ্য উজলিব বহুকেইটা ৰাশিৰ!

জুনত ৪ গ্ৰহই সলাব গতি, একেলগে ভাগ্য উজলিব বহুকেইটা ৰাশিৰ!

15 hours ago
আপোনাৰ শিশুৰ নাম কি ৰাখিব চিন্তিত হৈছে নেকি? লওক টিপচ

আপোনাৰ শিশুৰ নাম কি ৰাখিব চিন্তিত হৈছে নেকি? লওক টিপচ

15 hours ago
প্ৰেমত সংগীক কেনেকৈ দিব বিশ্বাস? এই টিপছে মানিলে কেতিয়াও নকৰে অবিশ্বাস!

প্ৰেমত সংগীক কেনেকৈ দিব বিশ্বাস? এই টিপছে মানিলে কেতিয়াও নকৰে অবিশ্বাস!

16 hours ago
কোনবোৰ কামে ক্ৰোধিত কৰে ভগৱান শিৱক? সোমবাৰে নকৰিব ভুল!

সন্তান সুখৰ বাবে কেনেকৈ কৰিব শিৱৰ আৰাধনা? জানক নিয়ম

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

editor by editor
April 17, 2026
in খাদ্য, জীৱনশৈলী, বিবিধ, স্বাস্থ্য
0
সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে
0
SHARES
298
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শৰীৰ সুস্থ কৰি ৰাখিবলৈ নিয়মিত খাদ্যগ্ৰহণৰ বাদে আন কোনো বিকল্প নাই। চিকিৎসকে ডায়েটৰ মাজতো ভাত খাবলৈকে পৰামৰ্শ দিয়ে। কাৰ্বহাইড্ৰেটৰ প্ৰধান উপাদানেই হৈছে ভাত। আৰু আমাৰ শৰীৰক কাৰ্বহাইড্ৰেটৰ প্ৰয়োজন আছে। ভাতে শৰীৰত কোনোধৰণৰ প্ৰভাৱ নেপেলাই যদিও ভাতৰ সৈতে আমি খোৱা অইন কিছু উপাদানহে শৰীৰৰ বাবে ভয়ংকৰ।

ৰুটি

শুনি হয়তো আচৰিত হ’ব আপুনি। ফাইবাৰ আৰু কাৰ্বহাইড্ৰেটৰ সমতা বজাই ৰাখিবলৈ বহুতেই ভাত আৰু ৰুটি একেলগে খায়। প্ৰায়সংখ্যকেই আমি ভাত আৰু ৰুটি একেলগে খাওঁ। প্ৰকৃততে ভাত আৰু ৰুটি দুয়োটাতেই গ্লাইছেমিক ইনডেক্স বহু বেছি। ফলত একেলগে ভাত আৰু ৰুটি খালে গেছৰ সমস্যাই দেখা দিয়ে।

আলু

আমি সময়ৰ অভাৱত বহুতেই ভাততে আলু এটা দি খাদ্য খাওঁ। কিন্তু পুষ্টিবিদৰ মতে ভাতৰ সৈতে আলু খোৱাটো অস্বাস্থ্যকৰ। দুবিধ খাদ্যতেই কেলৰিৰ পৰিমান বেছি। ফলত ওজন বাঢ়ি যোৱাৰ সম্ভাৱনা থাকে।

ফল

ভাতৰ সৈতে আম বা কঠাল তেনেধৰণৰ ফল খোৱাৰ অভ্যাস বহুতৰেই আছে। কিন্তু এনেকৈ ফলৰ সৈতে ভাত খালে হজমজনিত সমস্যাই দেখা দিয়ে। ফলৰ সৈতে ভাত খোৱাৰ অভ্যাস এৰাই চলাটোৱেই মঙ্গল।

কৰ্ণ

আলুৰ দৰেই ভাতৰ সৈতে কৰ্ণ খোৱাৰ অভ্যাসে শৰীৰত ক্ষতি কৰে। কৰ্ণত ষ্টাৰ্চৰ পৰিমান বেছি। কাৰ্বহাইড্ৰেট আৰু ষ্ট্ৰাৰ্চ একেলগে পেটলৈ গলে শৰীৰৰ ক্ষতি কৰিব পাৰে।

চাহ

ভাতৰ সৈতে ভুলতো চাহ খাব নালাগে। চাহ খোৱাৰ পাছত ভাত বা ভাত খোৱাৰ পাছতেই বহুতেই চাহ খায়। পেটৰ স্বাস্থ্য ভালে ৰাখিবলৈ এই অভ্যাস ত্যাগ কৰাটো অতিকৈ প্ৰয়োজন। টেনিন কেলৰিৰ সৈতে বিক্ৰিয়াৰ ফলত গেছ উৎপন্ন কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰেমত পৰিলে আচৰণ কিয় সলনি হয়? কাৰণ জানি আপুনিও হ’ব আচৰিত!
জীৱনশৈলী

প্ৰেমত পৰিলে আচৰণ কিয় সলনি হয়? কাৰণ জানি আপুনিও হ’ব আচৰিত!

June 1, 2026
৮ম দৰমহা আয়োগত সলনি হ’ব পেঞ্চনৰ নিয়ম, ১০০% পৰ্যন্ত পেঞ্চনৰ পৰিকল্পনা
বাণিজ্য

৮ম দৰমহা আয়োগত সলনি হ’ব পেঞ্চনৰ নিয়ম, ১০০% পৰ্যন্ত পেঞ্চনৰ পৰিকল্পনা

June 1, 2026
আমেৰিকাৰ সৈতে উত্তেজনাৰ মাজতে ইৰাণৰ ৰাষ্ট্ৰপতিৰ পদত্যাগৰ দাবী, মুজতাবাৰ কাৰ্যালয়ে ক’লে ভিত্তিহীন
বিশ্ব

আমেৰিকাৰ সৈতে উত্তেজনাৰ মাজতে ইৰাণৰ ৰাষ্ট্ৰপতিৰ পদত্যাগৰ দাবী, মুজতাবাৰ কাৰ্যালয়ে ক’লে ভিত্তিহীন

June 1, 2026
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?
জীৱনশৈলী

ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?

June 1, 2026
Next Post
১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.