• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

6 months ago
নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

12 hours ago
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

14 hours ago
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

14 hours ago
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

14 hours ago
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

15 hours ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

15 hours ago
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

17 hours ago
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

18 hours ago
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

18 hours ago
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

18 hours ago
শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

19 hours ago
চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

editor by editor
April 17, 2026
in জীৱনশৈলী
0
১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ
0
SHARES
2.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এপ্ৰিল মাহ জ্যোতিষৰ দৃষ্টিকোণৰ পৰা খুবেই গুৰুত্বপূৰ্ণ৷ এই মাহত একাধিক যুঁটি আৰু যোগ তৈয়াৰ হৈছে৷ যাৰ ফল পাব সকলো ৰাশিৰ জাতক জাতিকাই৷ ১৮ এপ্ৰিল ২০২৬ চন ধন, বৈভৱৰ কাৰক শুক্ৰ গ্ৰহ আৰু মনৰ কাৰক চন্দ্ৰই একেলগে আহি শুভ সংযোগ তৈয়াৰ কৰিছে৷ এই শুভ যোগক বৈভৱ লক্ষ্মী ৰাজযোগ বুলি কোৱা হৈছে৷ সেই কাৰণেই বহুতৰে ভাগ্যৰ দুৱাৰ খুলিব৷

মনত ৰাখিব, এই দুই গ্ৰহৰ যেতিয়া মিল হয় তেতিয়া তাৰ প্ৰভাৱ পৰে কেইবাটাও ৰাশিৰ ওপৰত৷ যাৰ ফলত ব্যক্তিৰ ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনত প্ৰভাৱ পৰে৷ গুৰুত্বপূৰ্ণ বিষয় হৈছে এই যোগ এইবাৰ মেষ ৰাশিত তৈয়াৰ হব৷ যাৰ ফলত ৩ৰাশিৰ জীৱনত বাম্পাৰ উন্নতি হব৷ এইসমূহ ৰাশি সম্পৰ্কে জানি থওক৷

মেষ ৰাশি

এই যোগ তৈয়াৰ হৈছে মেষ ৰাশিত৷ ইয়াৰ ফলত সকলোতকৈ বেছি লাভ হব এই ৰাশিৰ জাতক জাতিকাৰ৷ এই সময়ত আত্মবিশ্বাস বাঢ়িব৷ ব্যক্তিত্বলৈ সাল সলনি আহিব৷ ইয়াৰোপৰি চাকৰিত উন্নতি হব৷ ব্যৱসায়ত আগুৱাই যাব৷ বহু দিন ধৰি ৰৈ থকা কাম শেষ হব৷ অৰ্থৰ নতুন স্ৰোত তৈয়াৰ হব৷ চিন্তাৰ কাৰণ নাই৷ শুভ সময় কটোৱাৰ বাবে সাজু হওক৷

কৰ্কট ৰাশি

এই ৰাশিৰ জাতকৰ কেৰিয়াৰত উন্নতি হব৷ চাকৰিত প্ৰমোছন পাব৷ নতুন দায়িত্বও লাভ কৰিব৷ সকলোৱে আপোনাক ভৰষা কৰিব৷ এই সময়ত ব্যৱসায়ত লাভ হব৷ ধন আহিব হাতলৈ৷ নতুন কোনো ডিল কৰিব পাৰে৷ বিদেশৰ পৰাও প্ৰজেক্ট আহিব৷ যাৰ ফলত আপোনাৰ আৰ্থিক স্থিতি সলনি হোৱাৰ সম্ভাৱনা আছে৷

সিংহ ৰাশি

এই ৰাজযোগৰ শুভ প্ৰভাৱ পাব আপুনি৷ ধনৰ সমস্যা এইবাৰ শেষ হব৷ কেৰিয়াৰত উন্নতি কৰিব৷ প্ৰমোছন পাব পাৰে৷ ব্যৱসায়ত লাভ হব৷ নতুন ব্যৱসাৰ আৰম্ভ কৰিব পাৰে৷ এই সময়ত পাৰিবাৰিক সমস্যা শেষ হৈ যাব৷ জীৱনত সুখে বিৰাজ কৰিব৷ মানসিক অশান্তিয়ে আপোনাৰ বিৰক্ত নকৰে৷ আত্মবিশ্বাস বাঢ়িব৷ চিন্তাৰ কোনো কাৰণ নাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ
জীৱনশৈলী

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

October 2, 2026
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম
অসম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

October 2, 2026
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ
জীৱনশৈলী

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

October 2, 2026
জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ
জীৱনশৈলী

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

October 1, 2026
Next Post
পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.