• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

5 months ago
কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

4 hours ago
ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

5 hours ago
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

5 hours ago
১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

6 hours ago
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

6 hours ago
নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

6 hours ago
নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

7 hours ago
CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

8 hours ago
চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

9 hours ago
খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

10 hours ago
PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

11 hours ago
সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

editor by editor
April 17, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট
0
SHARES
722
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হিন্দুধৰ্মত গঙ্গাৰ পানী বা গঙ্গাজল কেৱল পবিত্ৰতাৰ প্ৰতীক নহয়, ই ঘৰলৈ ইতিবাচক শক্তি কঢ়িয়াই অনাৰ অন্যতম উপায়ো৷ পূজা-পাৰ্বণৰ পৰা আৰম্ভ কৰি যিকোনো শুভ কামত গঙ্গা জলৰ ব্যৱহাৰ অপৰিহাৰ্য৷ প্ৰায় প্ৰতিঘৰ হিন্দু মানুহৰ ঘৰতেই গংগাজল থাকে৷ কিন্তু জানেনে অত্যন্ত ভক্তিভাৱে ৰখা এই পানীয়েও কেতিয়াবা কেতিয়াবা আপোনাৰ সংসাৰলৈ অমঙ্গল কঢ়িয়াই আনিব পাৰে৷ বাস্তুশাস্ত্রই কৈছে, গঙ্গাজল ৰখাৰ নিৰ্দিষ্ট কিছু নিয়ম আছে৷ সামান্য ভুলতেও হিতে বিপৰীতো হব পাৰে৷ যাৰ ফলত দেখা দিব পাৰে চৰম আৰ্থিক সংকট বা পাৰিবাৰিক অশান্তিয়ে৷

প্লাষ্টিকৰ পাত্ৰত গংগাজল নাৰাখিব

আজিকালি বজাৰৰ পৰা বহুতেই গংগাজল ক্ৰয় কৰোতে যি প্লাষ্টিকৰ বটলত পোৱা যায় সেই বটলেই ঘৰত ৰাখি থয়৷ বাস্তুবিদৰ মতে ই সকলোতকৈ ভুল কাম৷ প্লাষ্টিকক বাস্তুশাস্ত্ৰত অশুভ বা অশুদ্ধ হিচাপে গণ্য কৰা হয়৷ গংগাজল কেতিয়াও প্লাষ্টিকৰ পাত্ৰত সংৰক্ষণ কৰা উচিত নহয়৷ ইয়াৰ ফলত পানীৰ পবিত্ৰতা যেনেকৈ নষ্ট হয় তেনেকৈ পৰিয়ালৰ কৰ্তাৰ ওপৰতো আৰ্থিক ঋণৰ বোজা বাঢ়িব পাৰে৷ ইয়াৰ পৰিবৰ্তে তাম, পিতল বা ৰূপৰ পাত্ৰত গংগাজল ৰখাটো শ্ৰেয়৷ ইয়াৰ ফলত ঘৰত সমৃদ্ধি বৰ্তি থাকে৷

আপোনাৰ ঘৰ বা ফ্লেটত গংগাজল ঠিক কোন দিশত ৰখা আছে তাৰ ওপৰত নিৰ্ভৰ কৰে আপোনাৰ ভাগ্য৷ বাস্তুমতে ঘৰৰ উত্তৰ পূৰ্ব কোণ বা ঈশান কোণ হৈছে দেৱস্থান৷ গংগাজল ৰখাৰ বাবে ই সবাতোকৈ সৰ্বশ্ৰেষ্ঠ স্থান৷ ভুলকৈ অন্ধকাৰ বা ধুলিবালি জমা হৈ থকা স্থানত পবিত্ৰ গংগাজল ৰখা উচিত নহয়৷ ইয়াৰ ফলত নেতিবাচক শক্তিৰ প্ৰভাৱ বাঢ়ে আৰু উন্নতিৰ পথত বাধা সৃষ্টি হয়৷

যদি আপুনি দীৰ্ঘদিন ধৰি ঋণৰ জালত সোমাই থাকে বা সংসাৰত অভাৱ থাকে তেতিয়া বাস্তুশাস্ত্ৰত এক সহজ উপায়ৰ কথা কোৱা হৈছে৷ এটা পিতলৰ ঘটিত গংগাজল ভৰাই সেয়া ঘৰৰ উত্তৰ পূৰ্ব দিশত স্থাপন কৰক৷ ইয়াৰ ফলত মানসিক অস্থিৰতা কমিব৷ ইয়াৰোপৰি শনিবাৰে গা ধুই সমগ্ৰ ঘৰতে গংগাজল ছটিয়াই দিয়ক৷ ধাৰণা কৰা হয় যে ইয়াৰ ফলত অশুভ ছায়া দূৰ হয় আৰু দেৱী লক্ষ্মীৰ আশীৰ্বাদ বৰ্ষিত হয়৷

পৰিয়ালত তুচ্ছ কাৰণত অশান্তি বা অশুভ নজৰৰ পৰা বাচিবলৈ প্ৰতিদিনে পুৱা ঘৰৰ প্ৰধান প্রধান প্ৰৱেশদ্বাৰত অলপ গংগাজল ছটিয়াই দিয়ক৷ ইয়াৰ ফলত ঘৰৰ নেতিবাচক প্ৰভাৱ কমি যায়৷ ইয়াৰোপৰি ব্যৱসায় বা কৰ্মক্ষেত্ৰত যদি কামৰ গতি থমকি যায় তেতিয়া তাত সামান্য গংগাজল ৰাখিলে একাগ্ৰতা বঢ়াত সহায়ক হয়৷

ঘৰৰ যি স্থানত গংগাজল ৰাখে তাত শুদ্ধতা বজায় ৰখা অত্যন্ত জৰুৰী৷ ভুলতো সেই ঘৰত আমিষ খাদ্য বা মদ্যপান কৰা উচিত নহয়৷ ই অত্যন্ত ডাঙৰ বাস্তুত্ৰুটি হিচাপে ধৰা হয়৷ যিসকলে এই নিয়ম নামানে তেওঁলোকে চৰম দাৰিদ্ৰ্যতাত ভুগিব পাৰে৷ মনত ৰাখিব, সঠিক নিয়ম আৰু শ্ৰদ্ধাৰে গংগাজল ৰাখিলে ই কেৱল আপোনাৰ ঘৰকেই পবিত্ৰ নকৰে বৰং আপোনাৰ জীৱনলৈকো নতুন মোৰ আনি দিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ
জীৱনশৈলী

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

September 21, 2026
ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ
অসম

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

September 21, 2026
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া
বিবিধ

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

September 21, 2026
১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম
বাণিজ্য

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

September 21, 2026
Next Post
স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.