• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

6 months ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

বুধবাৰে কোন কোন ৰাশিৰ ভাগ্য উজলিব? জানক ১২টা ৰাশিৰ ভাগ্য

45 minutes ago
প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

56 minutes ago
প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

সম্পৰ্কত নাথাকে তিক্ততা, মৰম দিব বিচাৰিব স্বামীয়ে, মাত্ৰ অনুসৰণ কৰক এই টিপছ!

1 hour ago
চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?

চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?

2 hours ago
বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

2 hours ago
Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত

Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত

3 hours ago
দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!

দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!

4 hours ago
নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ

নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ

4 hours ago
চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!

চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!

5 hours ago
ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!

ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!

6 hours ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

7 hours ago
কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ

আজি ভাগ্যই ল’ব নতুন ৰূপ, সলনি হ’ব ৫ ৰাশিৰ লোকৰ জীৱন!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

editor by editor
April 17, 2026
in জীৱনশৈলী
0
UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই
0
SHARES
248
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৰ্তমানৰ ডিজিটেল যুগ, UPIয়ে জীৱনক সহজ কৰি দিছে৷ কিন্তু এই সুবিধা কেতিয়াবা কেতিয়াবা এক ডাঙৰ সমস্যা হৈ থিয় দিয়ে৷ কেৱল এটা ভুল নম্বৰৰ কাৰণে ধন অন্য একাউণ্টলৈ গুচি যাব পাৰে৷ সকলোতকৈ ডাঙৰ প্ৰশ্ন হৈছে, UPIৰ মাধ্যমেৰে ভুলতে অন্যলৈ ধন গুচি গ’লে পুনৰুদ্ধাৰ কৰা সম্ভৱনে?

সুখবৰ হৈছে এই ধন পুনৰুদ্ধাৰ কৰা সম্ভৱ, কিন্তু সঠিক সময়ত সঠিক পদক্ষেপ ল’লেই এই ধন উভতাই পোৱা সম্ভৱ৷

UPIত ‘Undo’ অপশ্ব্যন নাই৷

অবিলম্বে ব্যৱস্থা গ্ৰহণ কৰা আৱশ্যক৷

বেংক আৰু NPCI  উভয়ৰ ওচৰতে অভিযোগ কৰক৷

২৪ ঘণ্টা খুবেই গুৰুত্বপূৰ্ণ৷

প্ৰয়োজনত RBI ৰ লোকপালৰ সৈতে যোগাযোগ কৰক৷

টকা লগে লগে ঘূৰাই দিয়া হয়নে?

UPI এক consent-based system ইয়াৰ মানে হৈছে আপুনি আপোনাৰ PIN দিয়ে আৰু transaction approve কৰে৷ সেয়ে বেংকে স্বয়ংক্ৰিয়ভাৱে ধন উভতাই দিব নোৱাৰে৷ কিন্তু টকাটো যাতে উভতাই পায় তাৰবাবে নিশ্চিত এক আইনগত আৰু পদ্ধতিগত প্ৰক্ৰিয়া আছে৷

ই তিনিটা বিষয়ৰ ওপৰত নিৰ্ভৰ কৰে৷ আপুনি কিমান দ্ৰুত অভিযোগ কৰিছে৷ অন্যপক্ষই সহযোগিতা কৰিছে নে আৰু বেংক আৰু চিষ্টেমৰ কাৰ্যপ্ৰণালী৷ অৰ্থাৎ সময়মতে ব্যৱস্থা ল’লে ৭০-৯০ শতাংশ পৰ্যন্ত ধন উভতাই পোৱা সম্ভৱ৷

Step 1: ‘Golden Minutes’-ত কি কৰিব?

ভুল বুজাৰ লগে লগেই অবিলম্বে আনটো পক্ষক কল,মেছেজ কৰক৷ UPI এপত গৈ নামটো পৰীক্ষা কৰক৷ বহু ক্ষেত্ৰত আনটো পক্ষই নিজেই ধন উভতাইয়ো দিয়ে৷

Step 2: প্রমাণসমূহ সংগ্ৰহ কৰি ৰাখক (Most Important)

লেনদেনৰ এটা স্ক্ৰিণশ্বট লওক৷

ট্ৰানজেকছন আইডিটো লিখি ৰাখক৷

তাৰিখ আৰু সময় লিখি থওক৷

ইয়েও আপোনাৰ সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰমাণ৷

Step 3: অবিলম্বে বেংকক জনাওক

কাষ্টমাৰ কেয়াৰত কল কৰক অথৱা ওচৰৰ শাখালৈ গৈ বিষয়টো জনাওক৷

ট্ৰানজেকছন বিচাৰি বাহিৰ কৰিব বেংকেই৷ মনত ৰাখিব তেওঁলোকে যদি নাই বুলিও কয় তেতিয়াও এয়া তেওঁলোকৰেই দায়িত্ব৷ সেয়ে বিষয়টো লৈ আগুৱাই যাওক৷

Step 4: NPCI-ত অভিযোগ দিয়ক

NPCI ৱেবচাইট খোলক৷

UPI অভিযোগ বিভাগত যাওক৷

ভুল ট্ৰেন্সফাৰ অপশ্ব্যনটো বাচি লওক৷

ডিটেলছ পূৰণ কৰক৷

ইয়াৰ সুবিধা হৈছে সমস্যাটো নিজেই চিষ্টেমৰ ভিতৰত সমাধান হৈ যাব৷

Step 5: RBI Ombudsman (শেষ উপায়)

৩০ দিনৰ ভিতৰত কোনো সমাধান নাপালে RBI Ombudsman ৰ ওচৰত অভিযোগ দাখিল কৰক৷

ইয়াৰ ফলত বেংকৰ ওপৰত চাপ তৈয়াৰ হব৷

দ্ৰুত এক সমাধান আপুনি লাভ কৰিব৷

এই সম্পূৰ্ণ প্ৰক্ৰিয়া সম্পূৰ্ণ বিনামূল্যতেই হৈ যাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

বুধবাৰে কোন কোন ৰাশিৰ ভাগ্য উজলিব? জানক ১২টা ৰাশিৰ ভাগ্য

October 13, 2026
প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!
জীৱনশৈলী

প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

October 13, 2026
প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!
জীৱনশৈলী

সম্পৰ্কত নাথাকে তিক্ততা, মৰম দিব বিচাৰিব স্বামীয়ে, মাত্ৰ অনুসৰণ কৰক এই টিপছ!

October 13, 2026
Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত
জীৱনশৈলী

Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত

October 13, 2026
Next Post
‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

গৰমত সঘনাই পেটৰ সমস্যা? ঘৰুৱা উপায়েৰে কৰক দূৰ

গৰমত সঘনাই পেটৰ সমস্যা? ঘৰুৱা উপায়েৰে কৰক দূৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.