• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অভিনেতাগৰাকীৰ জন্মদিন হৈছিল অভিশপ্ত দিন, চকুৰ সমুখতে একেলগে হেৰুাৱইছিল পিতৃ-মাতৃ-ভগ্নীক

অভিনেতাগৰাকীৰ জন্মদিন হৈছিল অভিশপ্ত দিন, চকুৰ সমুখতে একেলগে হেৰুাৱইছিল পিতৃ-মাতৃ-ভগ্নীক

2 years ago
নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

18 minutes ago
CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

1 hour ago
চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

2 hours ago
খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

3 hours ago
PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

4 hours ago
সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

4 hours ago
Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?

Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?

6 hours ago
মাত্ৰ ৫৫৫ দিনৰ FD ৫ লাখ টকা, দেশৰ ৭ টা ডাঙৰ বেংকৰ ডাঙৰ অফাৰ!

মাত্ৰ ৫৫৫ দিনৰ FD ৫ লাখ টকা, দেশৰ ৭ টা ডাঙৰ বেংকৰ ডাঙৰ অফাৰ!

6 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

7 hours ago
বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!

বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!

7 hours ago
একাধিক নাৰীৰসংগ, বিয়াৰ পিছত পৰকীয়া প্ৰেম! বলীউডৰ কোন এইজন পুৰুষ?

একাধিক নাৰীৰসংগ, বিয়াৰ পিছত পৰকীয়া প্ৰেম! বলীউডৰ কোন এইজন পুৰুষ?

7 hours ago
সংসদ ভৱনৰ বাসগৃহত উদ্ধাৰ সাংসদ পত্নীৰ মৃতদেহ, কিন্তু কেনেকৈ?

সংসদ ভৱনৰ বাসগৃহত উদ্ধাৰ সাংসদ পত্নীৰ মৃতদেহ, কিন্তু কেনেকৈ?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

অভিনেতাগৰাকীৰ জন্মদিন হৈছিল অভিশপ্ত দিন, চকুৰ সমুখতে একেলগে হেৰুাৱইছিল পিতৃ-মাতৃ-ভগ্নীক

editor by editor
April 14, 2024
in ভাৰত
0
অভিনেতাগৰাকীৰ জন্মদিন হৈছিল অভিশপ্ত দিন, চকুৰ সমুখতে একেলগে হেৰুাৱইছিল পিতৃ-মাতৃ-ভগ্নীক
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অভিনেতাগৰাকীৰ জন্মদিন হৈছিল অভিশপ্ত দিন, চকুৰ সমুখতে একেলগে হেৰুাৱইছিল পিতৃ-মাতৃ-ভগ্নীক

বলীউডৰ এগৰাকী এনে দুৰ্ভগীয়া অভিনেতা, যিয়ে এটা দিনতে হেৰুৱাইছিল পিতৃ-মাতৃ-ভগ্নীক। চকুৰ সমুখতে হেৰুৱাইছিল কেউজনকে। চিৰ জীৱনৰ বাবে হৈ পৰিছিল অকলশৰীয়া।

অভিনেতাগৰাকীৰ জন্মদিনৰ দিনাই ঘটিছিল এই ঘটনা, যাৰ বাবে জন্মদিন হৈ পৰিছিল জীৱনৰ সবাতোকৈ অভিশপ্ত দিন। পিতৃয়ে মাতৃ-ভগ্নীক গুলি কৰি হত্যা কৰিছিল, লগতে ফেনত উলমি নিজেও নিজকে শেষ কৰি দিছিল।

সেই দিনা পিতৃয়ে কেৱল মাতৃ আৰু ভগ্নীকে গুলি কৰা নাছিল, অভিনেতাগৰাকীকো গুলি কৰিছিল। সেই গুলি ডিঙিৰ একেবাৰে কাষেৰে ইপাৰ সিপাৰ হৈছিল, যাৰ বাবে প্ৰাণ ৰক্ষা পৰিছিল।

দুৰ্ভগীয়া সেই অভিনেতাগৰাকী হৈছে বলীউডৰ এসমত সুদৰ্শন অভিনেতা, যিয়ে কাজল, দিব্যা ভাৰতী আদিৰ সৈতে কাম কৰি জনপ্ৰিয় হোৱা কমল ছদানা। বহু বছৰৰ মূৰকত এক সাক্ষাতত এই বিষয়ে সদৰি কৰে অভিনেতাগৰাকীয়ে।

পিতৃৰ সুৰা পানেই হৈ পৰিছিল কাল। জন্মদিনৰ দিনটোতে হৈ পৰিছিল পৰিয়ালৰ মৃত্যৰ দিন। যাৰ বাবে সেই দিনাৰ পৰা আজিপৰ্যন্ত আৰু কোনোদিনে জন্মদিন পালন কৰা নাই অভিনেতা কমল ছদানাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bollywoodbollywood actorKamal Sadana
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ
নিয়োগ

নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

September 21, 2026
CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?
বিনোদন

CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

September 21, 2026
খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!
অপৰাধ

খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

September 21, 2026
PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান
অপৰাধ

PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

September 21, 2026
Next Post
অলৌকিক, তেল নোহোৱাকৈ ৯ দিনলৈ জ্বলে চাকি, মহিলাৰ প্ৰৱেশ নিষিদ্ধ এই মন্দিৰত

অলৌকিক, তেল নোহোৱাকৈ ৯ দিনলৈ জ্বলে চাকি, মহিলাৰ প্ৰৱেশ নিষিদ্ধ এই মন্দিৰত

মিঠাতেলত ব্যৱহাৰ কৰক কেৱল মাত্ৰ ১ বিধ সামগ্ৰী, পাহৰি যাব চুলিত ৰং কৰাৰ কথা

মিঠাতেলত ব্যৱহাৰ কৰক কেৱল মাত্ৰ ১ বিধ সামগ্ৰী, পাহৰি যাব চুলিত ৰং কৰাৰ কথা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.