উন্মুক্ত কাজিৰঙাৰ নিৰাপত্তাৰ ফোপোঁলা স্বৰূপ। ৪ দিন পূর্বেই গঁড় হত্যা কাজিৰঙাত। ৩ দিনে গমেই নাপালে উদ্যান কর্তৃপক্ষই। সংবাদ মাধ্যমৰ পৰা লুকুৱাই ৰাখিছিল সমগ্ৰ ঘটনা।