কাজিৰঙা কৰ্তৃপক্ষৰ বিৰুদ্ধে খেনোক দেখি ৰন্ধা-বঢ়া, খেনোক দেখি দুৱাৰ মৰাৰ অভিযোগ। কাঞ্চনজুৰি হাতীদণ্ডীত অবাধ খনন, নিৰ্মাণঃ নিমাত উদ্যান কৰ্তৃপক্ষ। হালধিবাৰী হাতীদণ্ডী ৰক্ষাৰ নামত সাধাৰণ জনতাক হাৰাশস্তি!
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















