কাজিৰঙাত পানী নাই, জীৱকুলৰ হাহাকাৰ। শুকাইছে ১৯২টা জলাশয়। ১০০ কোটি লিটাৰ পানী সংৰক্ষণৰ প্ৰকল্প নির্মাণ। ব্যক্তিগত পর্যটন নিৱাসে শুহিছে কাজিৰঙাৰ পানী।