• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰান্ধনীশালত এইকেইবিধ সামগ্ৰী ৰাখিবই! এইকেইবিধ সামগ্ৰী ৰাখিলে আপোনাৰ ঘৰত অৰ্থাভাৱ নহয়

ৰান্ধনীশালত এইকেইবিধ সামগ্ৰী ৰাখিবই! এইকেইবিধ সামগ্ৰী ৰাখিলে আপোনাৰ ঘৰত অৰ্থাভাৱ নহয়

2 years ago
আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

11 minutes ago
বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ

বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ

51 minutes ago
১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

2 hours ago
শীঘ্ৰেই আৰম্ভ হ’ব ‘চোৰ পঞ্চক’, ৪ আগষ্টলৈ ভুলতো নকৰিব এইকেইটা কাম

শীঘ্ৰেই আৰম্ভ হ’ব ‘চোৰ পঞ্চক’, ৪ আগষ্টলৈ ভুলতো নকৰিব এইকেইটা কাম

2 hours ago
জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম

জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম

3 hours ago
বাইক-চাৰিচকীয়া বাহনৰ মালিকৰ বাবে সুখবৰ!

বাইক-চাৰিচকীয়া বাহনৰ মালিকৰ বাবে সুখবৰ!

4 hours ago
অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ

অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ

4 hours ago
এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এইগৰাকী বিজেপি সাংসদৰ কন্যাৰ পোষ্ট

এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এইগৰাকী বিজেপি সাংসদৰ কন্যাৰ পোষ্ট

5 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

7 hours ago
Post Office Changes: ১ আগষ্টৰ পৰা সলনি হ’ব ডাকঘৰৰ বহু নিয়ম

Post Office Changes: ১ আগষ্টৰ পৰা সলনি হ’ব ডাকঘৰৰ বহু নিয়ম

8 hours ago
প্ৰধানমন্ত্ৰী মোদীৰ পোষ্ট ব্লক কৰি Meta-ই বিচাৰিলে ক্ষমা, ক’লে- ভুলতে হ’ল!

প্ৰধানমন্ত্ৰী মোদীৰ পোষ্ট ব্লক কৰি Meta-ই বিচাৰিলে ক্ষমা, ক’লে- ভুলতে হ’ল!

9 hours ago
৪ ঘণ্টাতে পাব চিলিণ্ডাৰ, ইণ্ডিয়ান অইলে আৰম্ভ কৰিছে নতুন চাৰ্ভিচ

৪ ঘণ্টাতে পাব চিলিণ্ডাৰ, ইণ্ডিয়ান অইলে আৰম্ভ কৰিছে নতুন চাৰ্ভিচ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰান্ধনীশালত এইকেইবিধ সামগ্ৰী ৰাখিবই! এইকেইবিধ সামগ্ৰী ৰাখিলে আপোনাৰ ঘৰত অৰ্থাভাৱ নহয়

ৰান্ধনীশালত এইকেইবিধ সামগ্ৰী ৰাখিবই! এইকেইবিধ সামগ্ৰী ৰাখিলে আপোনাৰ ঘৰত অৰ্থাভাৱ নহয়

editor by editor
October 19, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
ৰান্ধনীশালত এইকেইবিধ সামগ্ৰী ৰাখিবই! এইকেইবিধ সামগ্ৰী ৰাখিলে আপোনাৰ ঘৰত অৰ্থাভাৱ নহয়
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শান্তি, আনন্দ, স্বাস্থ্য সকলোখিনি ৰান্ধনীশালৰ ওপৰতেই নিৰ্ভৰশীল। সেয়ে বাস্তু শাস্ত্ৰত ৰান্ধনীশালৰ নিৰ্মাণ আৰু সাজসজ্জাৰ ওপৰত বিশেষ নজৰ দিব বুলি পৰামৰ্শ দিয়া হৈছে। বাস্তু অনুসৰি ৰান্ধনীশালত অকণমান সৰু ভুল কৰিলেই সুখ আৰু সমৃদ্ধিৰ পথত বাধা আহিব পাৰে। ইয়াৰোপৰি পৰিয়ালৰ শান্তিও ভংগ হ’ব পাৰে। কিন্তু ৰান্ধনীশালত কিছু শুভ বস্তু ৰাখিলে ইতিবাচক শক্তি সঞ্চাৰিত হয় আৰু তাৰ প্ৰভাৱে পৰিয়াললৈ উন্নতি আনিব। ৰান্ধনীঘৰত কি কি সামগ্ৰী থকাটো শুভ, আৰু ৰান্ধনীঘৰত কি কি বস্তু থাকিলে দোষ লাগে জানি থওক সবিশেষ কাৰণ।

হালধি ৰান্ধনীঘৰত ৰাখিবই

বাস্তু শাস্ত্ৰ অনুসৰি ৰান্ধনীঘৰৰ বাবে হালধি অত্যন্ত শুভ। হিন্দু ধৰ্মত হালধীৰ ধৰ্মীয় মাহাত্ম্য আছে। পূজা, অৰ্চনাতো হালধি ব্যৱহাৰ কৰা হয়। ইয়াৰোপৰি অৰ্থ আৰু সম্পদৰ কাৰক গ্ৰহ বৃহস্পতি আৰু সৃষ্টিক পৰিচালক বিষ্ণুৰ পুজাত হালধি ব্যৱহাৰ কৰা হয়। ৰান্ধনীশালত সকলো সময়তে হালধি ৰাখিবই। এদিনৰ বাবেও যাতে হালধি খালী নহয় সেই ক্ষেত্ৰত নজৰ ৰাখিব।

হালধি ৰাখিলে কি কি লাভ?

ৰান্ধনীশালত হালধি ৰাখিলে অৰ্থ আগমণৰ দ্বাৰ উন্মুক্ত হয়। সেয়ে বাস্তু শাস্ত্ৰত ৰান্ধনীশালত হালধি ৰখাৰ পৰামৰ্শ দিয়া হৈছে।

ইয়াৰোপৰি ৰান্ধনীশালত আৰু কি কি ৰাখিলে শুভ?

ধাতুৰ বাচন

হালধীৰ ওপৰিও ৰান্ধনীশালত পিতল আৰু কাঁহৰ বাচন ৰাখিলে শুভ। এই ধাতুৰ বাচন ৰান্ধনীশালত ৰখাৰ ওপৰিও এই বাচনত খাদ্য খালে স্বাস্থ্যৰ পক্ষেও শুভ। বাস্তু অনুসৰি ৰান্ধনীশালত পশ্চিম দিশত কাঁহ পিতলৰ বাচন ৰখা উচিত।

বৈদ্যুতিন উপকৰণ ৰাখিব

ৰান্ধনীশালৰ পূবদিশত বৈদ্যুতিন উপকৰণ ৰখা উচিত। ইয়াৰ ফলত বাস্তু দোষ থাকিলে মুক্তি পোৱা যায়।

এই গছো ৰাখিব পাৰে

ৰান্ধনীশালত এলোভেৰা আৰু তুলসী গছ ৰখাটো অত্যন্ত শুভ। ইয়াৰ ফলত আৰ্থিক পৰিস্থিতি মজবুত হয়। ৰান্ধনীশালত বাস্তু দোষ দূৰ কৰাৰ উপায় আজিকালি বহুতেই মানি চলিব নোৱাৰে। কাৰণ ভাড়াঘৰতেই আজিকালি বহুসংখ্যক মানুহ থাকে। এই পৰিস্থিতিত ৰান্ধনীশালত কিছু বাস্তু দোষ দেখা যায়। আপোনাৰ ৰান্ধনীশালত কিছু বাস্তু দোষ থাকিলে কি কি উপায়েৰে মুক্তি পাব জানি থওক।

ৰান্ধনীশালৰ গেছ বা অভেন সকলোবোৰ পূব দিশত ৰাখিব। ইয়াৰ ফলত সুস্বাস্থ্য বৰ্তি থকাৰ ওপৰিও হাতলৈ ধন আহিব।
পানী ঈশান কোনত ৰাখিলে শুভ। উত্তৰ-পশ্চিম দিশত ছিংক ৰাখিলে শুভ ফল পোৱা যায়।
মছলাৰ পাত্ৰ, বাচন, চাউল, দাইল, আটা ইত্যাদি দক্ষিণ বা দক্ষিণ-পশ্চিম দিশত ৰাখিব।
নৈঋত কোণত খালী চিলিণ্ডাৰ আৰু দক্ষিণ দিশত ব্যৱহাৰ যোগ্য চিলিণ্ডাৰ ৰাখিব।
ৰান্ধনীঘৰত দিয়া ৰঙো পাতল ৰঙৰ হ’ব লাগে। এই ক্ষেত্ৰত পাতল ক্ৰিম বা কমলা ৰঙৰ ৰং দিব পাৰে। ৰান্ধনীশালত ক’লা আৰু নীলা ৰং ব্যৱহাৰ কৰিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি
জীৱনশৈলী

আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

July 28, 2026
বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ
বিনোদন

বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ

July 28, 2026
১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…
জীৱনশৈলী

১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

July 28, 2026
শীঘ্ৰেই আৰম্ভ হ’ব ‘চোৰ পঞ্চক’, ৪ আগষ্টলৈ ভুলতো নকৰিব এইকেইটা কাম
জীৱনশৈলী

শীঘ্ৰেই আৰম্ভ হ’ব ‘চোৰ পঞ্চক’, ৪ আগষ্টলৈ ভুলতো নকৰিব এইকেইটা কাম

July 28, 2026
Next Post
আপোনাৰ জন্ম তাৰিখ কি? এইকেইটা তাৰিখত জন্ম যদি ৪২ বছৰৰ পাছত বিপুল সম্পদৰ গৰাকী হ’ব আপুনি

আপোনাৰ জন্ম তাৰিখ কি? এইকেইটা তাৰিখত জন্ম যদি ৪২ বছৰৰ পাছত বিপুল সম্পদৰ গৰাকী হ’ব আপুনি

বিজেপি নেতাৰ পুত্ৰৰ বিয়া, পাকিস্তানী কইনা, দৰাই কি আহ্বান জনালে মোদীক

বিজেপি নেতাৰ পুত্ৰৰ বিয়া, পাকিস্তানী কইনা, দৰাই কি আহ্বান জনালে মোদীক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.