• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সূৰ্য-গুৰু মিলি দেখুৱাব খেল, ৬ এপ্ৰিলৰ পৰা এই ৩ৰাশিৰ কেৰিয়াৰত দুৰ্দান্ত উন্নতি

সূৰ্য-গুৰু মিলি দেখুৱাব খেল, ৬ এপ্ৰিলৰ পৰা এই ৩ৰাশিৰ কেৰিয়াৰত দুৰ্দান্ত উন্নতি

4 months ago
শৰীৰৰ ষ্টেমিনা কিয় কমে?

শৰীৰৰ ষ্টেমিনা কিয় কমে?

8 minutes ago
Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, জানক কিদৰে কৰিব আবেদন

44 minutes ago
৫ বছৰত নিৱেশকাৰীৰ দুগুণ লাভ! এতিয়াও আছেনে এই সুবিধা?

৫ বছৰত নিৱেশকাৰীৰ দুগুণ লাভ! এতিয়াও আছেনে এই সুবিধা?

1 hour ago
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

1 hour ago
‘মহিলাৰ বুকুত বলপূৰ্বকভাৱে হাত দিয়া কাৰ্য ধৰ্ষণৰ অপচেষ্টা নহয়’

‘মহিলাৰ বুকুত বলপূৰ্বকভাৱে হাত দিয়া কাৰ্য ধৰ্ষণৰ অপচেষ্টা নহয়’

2 hours ago
বন্ধ লালকিল্লা! কেতিয়া পাব পৰ্যটকে প্ৰৱেশৰ অনুমতি?

বন্ধ লালকিল্লা! কেতিয়া পাব পৰ্যটকে প্ৰৱেশৰ অনুমতি?

4 hours ago
আপুনি কেৱল দৰমহাৰ ওপৰত নিৰ্ভৰ কৰে নেকি? এই সহজ উপায়েৰে বৃদ্ধি কৰক আয়ৰ উৎস

কষ্ট কৰিলেও হাতত ধনৰ অভাৱ? তেন্তে নকৰিব এইবোৰ ভুল!

5 hours ago
PF ৰ ধন উলিয়াব খুজিছে নেকি? এই সহজ নিয়ম মানিলে নহয় TDS কৰ্তন!

EPFO New Rules 2026: PF ৰ ৮ টা ডাঙৰ নিয়ম সলনি, জানক আপোনাৰ বাবে কি কি নতুন নিয়ম আছে

5 hours ago
কাইলৈ ৩ ৰাশিৰ উদয় হ’ব ভাগ্য, পাব ইটোৰ পিছত সিটো নতুন খবৰ!

কাইলৈ ৩ ৰাশিৰ উদয় হ’ব ভাগ্য, পাব ইটোৰ পিছত সিটো নতুন খবৰ!

6 hours ago
পাকিস্তানক মোক্ষম আঘাত, বেলুচিস্তানে কৰিলে স্বাধীন দেশ ঘোষণা!

পাকিস্তানক মোক্ষম আঘাত, বেলুচিস্তানে কৰিলে স্বাধীন দেশ ঘোষণা!

6 hours ago
আপোনাৰো আলমাৰীৰ দুৰ্গন্ধ ওলায় নেকি? নকৰিব ভুল

আপোনাৰো আলমাৰীৰ দুৰ্গন্ধ ওলায় নেকি? নকৰিব ভুল

7 hours ago
কেতিয়াও প্ৰেমত নপৰিব এই ৫ জন ল’ৰাৰ, সুখী নহয় সংসাৰ!

কেতিয়াও প্ৰেমত নপৰিব এই ৫ জন ল’ৰাৰ, সুখী নহয় সংসাৰ!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সূৰ্য-গুৰু মিলি দেখুৱাব খেল, ৬ এপ্ৰিলৰ পৰা এই ৩ৰাশিৰ কেৰিয়াৰত দুৰ্দান্ত উন্নতি

সূৰ্য-গুৰু মিলি দেখুৱাব খেল, ৬ এপ্ৰিলৰ পৰা এই ৩ৰাশিৰ কেৰিয়াৰত দুৰ্দান্ত উন্নতি

editor by editor
March 31, 2026
in জীৱনশৈলী
0
সূৰ্য-গুৰু মিলি দেখুৱাব খেল, ৬ এপ্ৰিলৰ পৰা এই ৩ৰাশিৰ কেৰিয়াৰত দুৰ্দান্ত উন্নতি
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সোমবাৰ ৬ এপ্ৰিলত গ্ৰহাৱস্থানত এক উল্লেখযোগ্য পৰিবৰ্তন দেখা যাব৷ পঞ্জিকা অনুসৰি এই দিনটোত সূৰ্য আৰু বৃহস্পতিয়ে এটাই আনটোৰ সৈতে ৯০ ডিগ্ৰী কোণত অৱস্থান কৰিব৷ যিয়ে কেন্দ্ৰ দৃষ্টি যোগ সৃষ্টি কৰিব৷ জ্যোতিষশাস্ত্ৰত এই যোগক শুভ বুলি ধাৰণা কৰা হয়৷ কাৰণ ই এজন ব্যক্তিৰ জীৱনত সন্মান, জ্ঞান আৰু উন্নতিৰ সুযোগ বৃদ্ধি কৰিব পাৰে৷ সূৰ্যই আত্মবিশ্বাস আৰু নেতৃত্বৰ ক্ষমতাক শক্তিশালী কৰে৷ বৃহস্পতিক সৌভাগ্য আৰু প্ৰজ্ঞাৰ প্ৰতীক হিচাপে বিবেচনা কৰা হয়৷ জানি থওক কোন কোন ৰাশিত ইয়াৰ ইতিবাচক প্ৰভাৱ অনুভৱ কৰিব?

মিথুন ৰাশি

এই যোগৰ প্ৰভাৱত মিথুন ৰাশিৰ জাতক জাতিকাৰ ৰৈ থকা কাম সম্পন্ন হ’ব৷ দীৰ্ঘদিন ধৰি ৰৈ থকা অৰ্থ পুনৰুদ্ধাৰ কৰিব পাৰে৷ কৰ্মৰত ব্যক্তিয়ে কৰ্মজীৱনত উন্নতিৰ ভাল সুযোগ পাব৷ পৰিয়ালৰ সদস্যসকল সুখী হ’ব আৰু মন শান্ত থাকিব৷ এই সময়ত নতুন প্ৰকল্পত হাত দিব পাৰে৷ যিয়ে ভৱিষ্যতত ইতিবাচক ফল দিব৷ যোগাযোগ দক্ষতা উন্নত হ’ব, যিয়ে কৰ্মক্ষেত্ৰ আৰু সমাজত ভাৱমূৰ্তি আৰু শক্তিশালী কৰিব৷ পুৰণি বিবাদৰ সমাধান হব পাৰে৷ বন্ধুৰ পৰা সমৰ্থন পাব৷

কন্যা ৰাশি

এই সময় কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে উপকাৰী হব পাৰে৷ ব্যৱসায়ত লাভৰ সম্ভাৱনা আছে৷ আৰ্থিক অৱস্থাৰ উন্নতি হব৷ স্বাস্থ্যৰ উন্নতি হব পাৰে৷ দীৰ্ঘস্থায়ী অসুস্থতাৰ পৰা মুক্তি পাব পাৰে৷ আপোনাৰ পিতৃ বা বয়োজ্যেষ্ঠসকলৰ পৰা সমৰ্থন, সাফল্য অৰ্জনত সহায়ক হব৷ এই সময়ত নতুন পৰিকল্পনা কৰিব পাৰে যিয়ে ভৱিষ্যতৰ বাবে সুফল কঢ়িয়াই আনিব৷ যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ পদোন্নতি বা নতুন দায়িত্ব লাভৰ সম্ভাৱনা আছে৷ বিনিয়োগৰ বাবেও এই সময় ভাল সময়৷ সতৰ্ক হৈ সিদ্ধান্ত গ্ৰহণ কৰা অপৰিহাৰ্য৷

ধনু ৰাশি

ধনু ৰাশিৰ বাবে এই যোগে এক নতুন সূচনাৰ ইংগিত দিয়ে৷ কৰ্মক্ষেত্ৰত সাফল্য লাভৰ সম্ভাৱনা আছে আৰু ভাগ্যই আপোনাক সহায় কৰিব৷ অবিবাহিতসকলৰ বিবাহৰ প্ৰস্তাব আহিব৷ বিবাহিত ব্যক্তিয়ে তেওঁলোকৰ জীৱনসংগীৰ পৰা সমৰ্থন পাব৷ সুখ আৰু সন্তুষ্টিয়ে বিৰাজ কৰিব৷ এই সময়ত পৰিকল্পনাসমূহ দ্ৰুত আগুৱাই যাব৷ অসমাপ্ত কামসমূহ সম্পন্ন হব৷ শিক্ষা আৰু প্ৰতিযোগিতামূলক পৰীক্ষাত সাফল্যৰো ইংগিত আছে৷ ভ্ৰমণৰ সম্ভাৱনা আছে৷ যি উপকাৰী প্ৰমাণিত হব৷ নিজৰ স্বাস্থ্য আৰু দৈনন্দিন ৰুটিনৰ প্ৰতি যত্ন লোৱা জৰুৰী৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শৰীৰৰ ষ্টেমিনা কিয় কমে?
জীৱনশৈলী

শৰীৰৰ ষ্টেমিনা কিয় কমে?

July 15, 2026
৫ বছৰত নিৱেশকাৰীৰ দুগুণ লাভ! এতিয়াও আছেনে এই সুবিধা?
জীৱনশৈলী

৫ বছৰত নিৱেশকাৰীৰ দুগুণ লাভ! এতিয়াও আছেনে এই সুবিধা?

July 15, 2026
আপুনি কেৱল দৰমহাৰ ওপৰত নিৰ্ভৰ কৰে নেকি? এই সহজ উপায়েৰে বৃদ্ধি কৰক আয়ৰ উৎস
জীৱনশৈলী

কষ্ট কৰিলেও হাতত ধনৰ অভাৱ? তেন্তে নকৰিব এইবোৰ ভুল!

July 15, 2026
কাইলৈ ৩ ৰাশিৰ উদয় হ’ব ভাগ্য, পাব ইটোৰ পিছত সিটো নতুন খবৰ!
জীৱনশৈলী

কাইলৈ ৩ ৰাশিৰ উদয় হ’ব ভাগ্য, পাব ইটোৰ পিছত সিটো নতুন খবৰ!

July 15, 2026
Next Post
মন্দিৰত পদপিষ্ট হৈ মৃত্যু ৮ মহিলাৰ, আঘাতপ্ৰাপ্ত একাধিক, সমগ্ৰ ঘটনাৰ সবিশেষ বিৱৰণ

মন্দিৰত পদপিষ্ট হৈ মৃত্যু ৮ মহিলাৰ, আঘাতপ্ৰাপ্ত একাধিক, সমগ্ৰ ঘটনাৰ সবিশেষ বিৱৰণ

ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.