• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৮মাহ কন্যাত থাকিব কেতু, প্ৰতিপদতে সমস্যা আহিব এই ৩ৰাশিৰ জাতকৰ

৮মাহ কন্যাত থাকিব কেতু, প্ৰতিপদতে সমস্যা আহিব এই ৩ৰাশিৰ জাতকৰ

2 years ago
কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

12 hours ago
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

13 hours ago
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

13 hours ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

14 hours ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

15 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

16 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

16 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

17 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

17 hours ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

18 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

18 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৮মাহ কন্যাত থাকিব কেতু, প্ৰতিপদতে সমস্যা আহিব এই ৩ৰাশিৰ জাতকৰ

editor by editor
April 14, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
৮মাহ কন্যাত থাকিব কেতু, প্ৰতিপদতে সমস্যা আহিব এই ৩ৰাশিৰ জাতকৰ
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ

জ্যোতিষ শাস্ত্ৰত কেতুক ছায়া গ্ৰহ আৰু মায়াবী গ্ৰহ বুলি কোৱা হয়। শনিৰ দৰেই এই গ্ৰহও অত্যন্ত ধীৰ গতিত বিচৰণ কৰে। কেতুয়ে শুভ প্ৰভাৱ বিস্তাৰ কৰিলে ব্যক্তিৰ সাফল্য় কোনোৱে ৰখাব নোৱাৰে। কিন্তু দুৰ্বল আৰু দোষযুক্ত কেতুৱে ব্যক্তিৰ জীৱনলৈ একাধিক সমস্যা আনে। বৰ্তমান কন্যা ৰাশিত ভ্ৰমণ কৰি আছে কেতুৱে। ৮মাহ এই ৰাশিতেই অৱস্থান কৰিব এই গ্ৰহই। কেতুৰ কন্যা ৰাশিত উপস্থিতিৰ কাৰণে কেইটামান ৰাশিৰ জাতক সতৰ্ক হৈ থকাটো ভাল। কাৰণ এই সময়ত তেওঁলোকে এটাৰ পাছত এটা সমস্য়ৰ সন্মুখীন হৈ থাকিব। কোনো কোন ৰাশিৰ জাতক সতৰ্ক থকাটো ভাল জানি থওক সবিশেষ।

বৃষ ৰাশি
কেতুৰ চলন বৃষ ৰাশিৰ জাতকৰ বাবে মুঠেও ভাল নহয়। কেতুৰ চলনৰ বাবেই কিছু কামত বিলম্ব হ’ব পাৰে। কামত বিলম্ব হোৱাৰ বাবে মানসিক চাপ বাঢ়িব। কিন্তু পৰাজয় স্বীকাৰ কৰাৰ পৰিবৰ্তে ইয়াৰ পৰা মুক্ত হ’বলৈ চেষ্টা চলাওক। আৰ্থিক জীৱনত সতৰ্ক হৈ চলক। ভাৱিচিন্তি ব্যয় কৰক। কাৰণ কেতুয়ে আপোনাৰ ব্যয় বৃদ্ধি কৰিব। যিয়ে আপোনাক ক্ৰমশ অৰ্থাভাৱৰ মুখলৈ ঠেলি দিব। দাম্পত্য় জীৱনত ওঠানমা লাগিব। স্বামী-স্ত্ৰীৰ মাজত অকাৰণতে কাজিয়াৰ সৃষ্টি হ’ব পাৰে। এই সময়ত সতৰ্ক হৈ থকাতো অতি জৰুৰী।

কৰ্কট ৰাশি

কেতুৰ কন্য়া ৰাশিত উপস্থিতিয়ে কৰ্কট ৰাশিৰ জাতকৰ ব্যক্তিগত জীৱনত সমস্যা বঢ়াব। পৰিয়ালৰ সদস্যসকলৰ সৈতে মতভেদ হ’ব পাৰে। ইয়াৰোপৰি কৰ্কট ৰাশিৰ ব্যৱসায়ী জাতকে নানান সমস্যাৰ মুখামুখি হ’ব পাৰ। ব্য়ৱসায় সম্প্ৰসাৰণৰ পথত বাধা উৎপন্ন হ’ব পাৰে। মানসিক স্বাস্থ্য দুৰ্বল থাকিব। মেজাজ ভালে নাথাকিব এই ৰাশিৰ জাতকৰ। এই ৮মাহ সাৱধানে চলিবলৈ চেষ্টা কৰিব। মাতৃৰ স্বাস্থ্যৰ যত্ন ল’ব।

তুলা ৰাশি

জ্যোতিষ গণনা অনুসৰি তুলা ৰাশিৰ জাতকৰ বাবে কেতুৰ কন্যাত বিচৰণ শুভ নহয়। এই ৰাশিৰ জাতকৰ জীৱনত নানান সমস্যাই দেখা দিয়াৰ প্ৰৱল সম্ভাৱনা আছে। চাকৰিয়াল তুলা জাতকৰ ওপৰত কামৰ চাপ বাঢ়িব। যাৰ ফলত নিজৰ বাবেও সময় ওলিয়াব নোৱাৰিব তুলা ৰাশিৰ জাতকে। ব্যৱসায়ী জাতকৰ কামৰ পথত একাধিক বাধা আহিব। কিন্তু কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে এবাৰ ভালধৰণে চিন্তাভাৱনা কৰি লোৱাটো ভাল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?
বাণিজ্য

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

April 3, 2026
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!
বাণিজ্য

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

April 3, 2026
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

April 3, 2026
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ
ভাৰত

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

April 3, 2026
Next Post
মুম্বাইৰ ছলমান খানৰ গেলেক্সীৰ সন্মুখতেই গুলীচালনা! দুই অজ্ঞাত ব্যক্তিৰ বিৰুদ্ধে তদন্ত আৰম্ভ

মুম্বাইৰ ছলমান খানৰ গেলেক্সীৰ সন্মুখতেই গুলীচালনা! দুই অজ্ঞাত ব্যক্তিৰ বিৰুদ্ধে তদন্ত আৰম্ভ

আৰম্ভ ব’হাগ মাহ, বছৰৰ প্ৰথম মাহতেই ভাগ্য খুলিব ৪ৰাশিৰ

আৰম্ভ ব’হাগ মাহ, বছৰৰ প্ৰথম মাহতেই ভাগ্য খুলিব ৪ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.