• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৮মাহ কন্যাত থাকিব কেতু, প্ৰতিপদতে সমস্যা আহিব এই ৩ৰাশিৰ জাতকৰ

৮মাহ কন্যাত থাকিব কেতু, প্ৰতিপদতে সমস্যা আহিব এই ৩ৰাশিৰ জাতকৰ

3 years ago
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

ধন-সম্পত্তিৰ পৰা প্ৰেমলৈ, কাইলৈৰ দিনটোত ভাগ্যৱান এইকেইটা ৰাশি?

5 minutes ago
দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

19 minutes ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

২২ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো? ১২টা ৰাশিৰ ভাগ্যফল পঢ়ক

56 minutes ago
হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

ধনেৰাচৰ পূৰ্বে হ্ৰাস সোণৰ মূল্য, গুৱাহাটীত কিমান দৰত ক্ৰয় কৰিব আপুনি?

1 hour ago
বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

3 hours ago
Budh Vakri 2026: ২৪ অক্টোবৰৰ পৰা বুধে আৰম্ভ কৰিব ওলোটা গতি, সাৱধান হওক ৪ ৰাশি!

Budh Vakri 2026: ২৪ অক্টোবৰৰ পৰা বুধে আৰম্ভ কৰিব ওলোটা গতি, সাৱধান হওক ৪ ৰাশি!

4 hours ago
SBI ৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন ! হেকাৰে হেক কৰিলে নেকি সকলো তথ্য?

SBI ৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন ! হেকাৰে হেক কৰিলে নেকি সকলো তথ্য?

4 hours ago
জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

5 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

বিজয়া দশমীৰ দিনাই ৰাজ্যবাসীৰ বাবে দুঃখবৰ! পৃথক পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৬জনৰ

6 hours ago
বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?

বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?

7 hours ago
বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক

বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক

8 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

ভাগ্যই কৰিব চমৎকাৰ! কাইলৈ ১২ ৰাশিৰ দিনটো কেনে যাব জানক

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৮মাহ কন্যাত থাকিব কেতু, প্ৰতিপদতে সমস্যা আহিব এই ৩ৰাশিৰ জাতকৰ

editor by editor
April 14, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
৮মাহ কন্যাত থাকিব কেতু, প্ৰতিপদতে সমস্যা আহিব এই ৩ৰাশিৰ জাতকৰ
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ

জ্যোতিষ শাস্ত্ৰত কেতুক ছায়া গ্ৰহ আৰু মায়াবী গ্ৰহ বুলি কোৱা হয়। শনিৰ দৰেই এই গ্ৰহও অত্যন্ত ধীৰ গতিত বিচৰণ কৰে। কেতুয়ে শুভ প্ৰভাৱ বিস্তাৰ কৰিলে ব্যক্তিৰ সাফল্য় কোনোৱে ৰখাব নোৱাৰে। কিন্তু দুৰ্বল আৰু দোষযুক্ত কেতুৱে ব্যক্তিৰ জীৱনলৈ একাধিক সমস্যা আনে। বৰ্তমান কন্যা ৰাশিত ভ্ৰমণ কৰি আছে কেতুৱে। ৮মাহ এই ৰাশিতেই অৱস্থান কৰিব এই গ্ৰহই। কেতুৰ কন্যা ৰাশিত উপস্থিতিৰ কাৰণে কেইটামান ৰাশিৰ জাতক সতৰ্ক হৈ থকাটো ভাল। কাৰণ এই সময়ত তেওঁলোকে এটাৰ পাছত এটা সমস্য়ৰ সন্মুখীন হৈ থাকিব। কোনো কোন ৰাশিৰ জাতক সতৰ্ক থকাটো ভাল জানি থওক সবিশেষ।

বৃষ ৰাশি
কেতুৰ চলন বৃষ ৰাশিৰ জাতকৰ বাবে মুঠেও ভাল নহয়। কেতুৰ চলনৰ বাবেই কিছু কামত বিলম্ব হ’ব পাৰে। কামত বিলম্ব হোৱাৰ বাবে মানসিক চাপ বাঢ়িব। কিন্তু পৰাজয় স্বীকাৰ কৰাৰ পৰিবৰ্তে ইয়াৰ পৰা মুক্ত হ’বলৈ চেষ্টা চলাওক। আৰ্থিক জীৱনত সতৰ্ক হৈ চলক। ভাৱিচিন্তি ব্যয় কৰক। কাৰণ কেতুয়ে আপোনাৰ ব্যয় বৃদ্ধি কৰিব। যিয়ে আপোনাক ক্ৰমশ অৰ্থাভাৱৰ মুখলৈ ঠেলি দিব। দাম্পত্য় জীৱনত ওঠানমা লাগিব। স্বামী-স্ত্ৰীৰ মাজত অকাৰণতে কাজিয়াৰ সৃষ্টি হ’ব পাৰে। এই সময়ত সতৰ্ক হৈ থকাতো অতি জৰুৰী।

কৰ্কট ৰাশি

কেতুৰ কন্য়া ৰাশিত উপস্থিতিয়ে কৰ্কট ৰাশিৰ জাতকৰ ব্যক্তিগত জীৱনত সমস্যা বঢ়াব। পৰিয়ালৰ সদস্যসকলৰ সৈতে মতভেদ হ’ব পাৰে। ইয়াৰোপৰি কৰ্কট ৰাশিৰ ব্যৱসায়ী জাতকে নানান সমস্যাৰ মুখামুখি হ’ব পাৰ। ব্য়ৱসায় সম্প্ৰসাৰণৰ পথত বাধা উৎপন্ন হ’ব পাৰে। মানসিক স্বাস্থ্য দুৰ্বল থাকিব। মেজাজ ভালে নাথাকিব এই ৰাশিৰ জাতকৰ। এই ৮মাহ সাৱধানে চলিবলৈ চেষ্টা কৰিব। মাতৃৰ স্বাস্থ্যৰ যত্ন ল’ব।

তুলা ৰাশি

জ্যোতিষ গণনা অনুসৰি তুলা ৰাশিৰ জাতকৰ বাবে কেতুৰ কন্যাত বিচৰণ শুভ নহয়। এই ৰাশিৰ জাতকৰ জীৱনত নানান সমস্যাই দেখা দিয়াৰ প্ৰৱল সম্ভাৱনা আছে। চাকৰিয়াল তুলা জাতকৰ ওপৰত কামৰ চাপ বাঢ়িব। যাৰ ফলত নিজৰ বাবেও সময় ওলিয়াব নোৱাৰিব তুলা ৰাশিৰ জাতকে। ব্যৱসায়ী জাতকৰ কামৰ পথত একাধিক বাধা আহিব। কিন্তু কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে এবাৰ ভালধৰণে চিন্তাভাৱনা কৰি লোৱাটো ভাল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন
জীৱনশৈলী

ধন-সম্পত্তিৰ পৰা প্ৰেমলৈ, কাইলৈৰ দিনটোত ভাগ্যৱান এইকেইটা ৰাশি?

October 21, 2026
দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ
বিনোদন

দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

October 21, 2026
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?
জীৱনশৈলী

২২ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো? ১২টা ৰাশিৰ ভাগ্যফল পঢ়ক

October 21, 2026
হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?
বাণিজ্য

ধনেৰাচৰ পূৰ্বে হ্ৰাস সোণৰ মূল্য, গুৱাহাটীত কিমান দৰত ক্ৰয় কৰিব আপুনি?

October 21, 2026
Next Post
মুম্বাইৰ ছলমান খানৰ গেলেক্সীৰ সন্মুখতেই গুলীচালনা! দুই অজ্ঞাত ব্যক্তিৰ বিৰুদ্ধে তদন্ত আৰম্ভ

মুম্বাইৰ ছলমান খানৰ গেলেক্সীৰ সন্মুখতেই গুলীচালনা! দুই অজ্ঞাত ব্যক্তিৰ বিৰুদ্ধে তদন্ত আৰম্ভ

আৰম্ভ ব’হাগ মাহ, বছৰৰ প্ৰথম মাহতেই ভাগ্য খুলিব ৪ৰাশিৰ

আৰম্ভ ব’হাগ মাহ, বছৰৰ প্ৰথম মাহতেই ভাগ্য খুলিব ৪ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.