কুম্ভমেলা vs তবলিগি জামাত। ক’ৰোনাৰ সংকটবেলাত চলিছে অবাঞ্ছিত তুলনা। কুম্ভমেলা হ’বগৈ নেকি ক’ৰোনাৰ ‘ছুপাৰ স্প্ৰেডাৰ’? কুম্ভমেলাৰ দৃশ্যই মনত পেলাইছে তবলিগি জামাতলৈ।