• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিডনীত পাথৰ বৃহৎ সমস্যা! কিডনীৰ অপাৰেশ্বন নকৰাকৈ পাথৰৰ সমস্যা ভাল কৰাৰ ৫টা ঘৰুৱা টিপছ

কিডনীত পাথৰ বৃহৎ সমস্যা! কিডনীৰ অপাৰেশ্বন নকৰাকৈ পাথৰৰ সমস্যা ভাল কৰাৰ ৫টা ঘৰুৱা টিপছ

3 years ago
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

50 minutes ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

2 hours ago
বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

3 hours ago
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

19 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

21 hours ago
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

21 hours ago
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

22 hours ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

23 hours ago
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

24 hours ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

1 day ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

1 day ago
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কিডনীত পাথৰ বৃহৎ সমস্যা! কিডনীৰ অপাৰেশ্বন নকৰাকৈ পাথৰৰ সমস্যা ভাল কৰাৰ ৫টা ঘৰুৱা টিপছ

editor by editor
April 19, 2023
in জীৱনশৈলী, বিবিধ, স্বাস্থ্য
0
কিডনীত পাথৰ বৃহৎ সমস্যা! কিডনীৰ অপাৰেশ্বন নকৰাকৈ পাথৰৰ সমস্যা ভাল কৰাৰ ৫টা ঘৰুৱা টিপছ
0
SHARES
4.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ শৰীৰত পানীৰ পৰিমান সদায়ে পৰ্যাপ্ত ৰাখিব লাগে। মল-মূত্ৰজনিত সমস্যাই দেখা দিলে, তলপেট, কঁকাল আদিত বিষ অনুভূত হ’লে সতৰ্ক হোৱাটো অতিকৈ প্ৰয়োজন। কিন্তু গৰমৰ দিনত পৰ্যাপ্ত পানী খালেও শৰীৰত পানীৰ পৰিমান ঠিকে নাথাকে। পৰ্যাপ্ত পানী খালে কিডনীত পাথৰ হ’লেও প্ৰস্ৰাৱৰ সৈতে ওলাই আহে। কিন্তু পাথৰ নহ’বলৈ পূৰ্বৰে পৰা কি কি সাৱধানতা লোৱাটো জৰুৰী?

পৰ্যাপ্ত পৰিমানে পানী খোৱা
পানী যিমান পাৰে বেছিকৈ খাব লাগে। আকাৰত সৰু হ’লে পাথৰসমূহ প্ৰস্ৰাৱৰ সৈতে ওলাই আহে। যিসকলে দিনে ১ গ্লাছ পানী খায় আৰু আৰু যিসকলে ২৫ গ্লাছ পানী খাই এই দুজনৰ মাজত দ্বিতীয়জনৰ কোৱাণ্টাম অফ ইউৰিণ প্ৰডাকশ্বন বেছি৷ ফলত দ্বিতীয়জনৰ প্ৰস্ৰাৱৰো বেগ বেছি৷ এনেকৈ প্ৰস্ৰাৱৰ বেগ বেছি হ’লে সৰু পাথৰ হ’লে প্ৰস্ৰাৱৰ লগতেই বাহিৰ হৈ যায়৷

পৰ্যাপ্ত পৰিমানে প্ৰটিন খাব লাগে
প্ৰটিন বুলিলে পোনতে আছে মাছ, মাংস, কণী আদি৷ চিকিৎসকৰ মতে এইসমূহৰ ওপৰত ভৰষা কৰাতকৈ উদ্ভিতজাত প্ৰটিনৰ ওপৰত ভৰষা ৰখাটো ভাল৷

নিমখ খোৱা কমাব লাগে
এই সমস্যাৰ পৰা মুক্তি পাবলৈ হ’লে নিমখ খোৱা কমাব লাগে৷ অৰ্থাৎ ছডিয়াম গ্ৰহণৰ পৰিমান কমাব লাগে৷ এই ক্ষেত্ৰত বাহিৰৰ খাদ্য, পেকেটজাত খাদ্য খোৱাৰ পৰিমান কমাব লাগে৷

কেলছিয়াম জৰুৰী
কেৱল হাড়ৰ বাবেই নহয় কিডনীৰ বাবেই অত্যন্ত প্ৰয়োজনীয় হৈছে কেলছিয়াম৷ শৰীৰত যদি পৰ্যাপ্ত কেলছিয়াম থাকে তেনেহলে কিডনীত পাথৰ হোৱাৰ পৰা ৰক্ষা পোৱা যায়৷ এই ক্ষেত্ৰত বাহিৰৰ পৰা কেলছিয়াম ঔষধ সেৱন কৰাৰ সলনি গাখীৰ, পনীৰ আদি খোৱাটো জৰুৰী৷

অক্সালেটযুক্ত খাদ্য সেৱন কৰিব
পালেং, বিট, বাদামৰ দৰে খাদ্য অক্সালেটৰ পৰিমান বেছি৷ সেয়ে এইসমূহ খাদ্য খাদ্যৰ তালিকাত ৰখাটো প্ৰয়োজন৷ নেমু, কমলাটেঙা, আঙুৰ, ব্লু-বেৰি জাতীয় খাদ্য ছাইট্ৰিক এছিড সমৃদ্ধ সেয়ে এনেসমূহ খাদ্য সেৱন কৰিব লাগে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!
বিবিধ

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

March 15, 2026
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

March 14, 2026
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

March 14, 2026
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি
জীৱনশৈলী

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

March 14, 2026
Next Post
ছিপাঝাৰত ঘোঁৰাবান্ধা দেউল উৎসৱৰ প্ৰস্তুতি, কেইদিনীয়াকৈ অনুষ্ঠিত হ’ব দেউল?

ছিপাঝাৰত ঘোঁৰাবান্ধা দেউল উৎসৱৰ প্ৰস্তুতি, কেইদিনীয়াকৈ অনুষ্ঠিত হ’ব দেউল?

সূৰ্য গ্ৰহণৰ সময়ত গৰ্ভৱতী মহিলাসকলে এইকেইটা কাম ভুলতো নকৰিব, অন্যথা মাতৃ আৰু সন্তানৰ বাবেই ভয়ংকৰ হৈ উঠিব পাৰে

সূৰ্য গ্ৰহণৰ সময়ত গৰ্ভৱতী মহিলাসকলে এইকেইটা কাম ভুলতো নকৰিব, অন্যথা মাতৃ আৰু সন্তানৰ বাবেই ভয়ংকৰ হৈ উঠিব পাৰে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.