• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিদেশী টিভি অনুষ্ঠান চোৱাৰ অপৰাধত ৩০ ছাত্ৰ-ছাত্ৰীক মৃত্যুদণ্ড কিম জং উনৰ

2 years ago
সফল হ’বলৈ গৈ বাৰে বাৰে থমকি ৰ’ব লগা হৈছে? জীৱনত এই তিনিটা দিশত নজৰ দিবই

4 hours ago
এই ৫টা কাৰণতেই স্বামীৰ প্ৰতি আকৰ্ষণ হেৰুৱাই এগৰাকী পত্নীয়ে, কি এই পাঁচ কাৰণ?

যৌ*তা অতীত, একে ছাদৰ তলত থাকিও পৃথকে থাকে প্ৰায়সংখ্যকেই, ক্ৰমশ বাঢ়ি অহা শ্লিপ ডিভোৰ্ছ প্ৰকৃততে কি?

5 hours ago
ইমপষ্টাৰ চিনড্ৰোমত আক্ৰান্ত কিং কোহলী! কিমান বিপজ্জনক এই ৰোগ? প্ৰতিকাৰৰ উপায় কি?

বলীউডত বয়কট ৰণবীৰ সিং! কিয় ৰণবীৰক বয়কট কৰাৰ সিদ্ধান্ত লৈছে FWICEয়ে? কি এই FWICE?

6 hours ago
ছলমান খানৰ চৰম ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ লিক! কোনে কৰিলে এই কাণ্ড? চাওক সেই বিশেষ ভিডিঅ’টো

7 hours ago
জেঠৰ শুক্লা একাদশীত ধনযোগ, বুধবাৰে সকলোকে হৰুৱাই শীৰ্ষত উঠিব ৫ৰাশি

এটা টুথব্ৰাছকে বহুদিন ব্যৱহাৰ কৰে? ভয়ংকৰ বিপদ আহিব পাৰে শৰীৰত, কিমান দিন ব্যৱহাৰ কৰিব এটা টুথব্ৰাছ?

8 hours ago
প্ৰেম, কেৰিয়াৰত ডাবল সাফল্য, জুনত শুক্ৰই আনি দিব সৌভাগ্য, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

9 hours ago
জুনত তৈয়াৰ হৈছে সূৰ্য চন্দ্ৰৰ বৈধৃতি যোগ, ৪ৰাশিৰ ভাগ্য চমকিব, সন্মান বাঢ়িব কাৰ কাৰ?

হোটেলৰুমত কেমেৰা লুকুৱাই লগাই থোৱা আছে নেকি? জনাই দিয়ে আপোনাৰ ফোনৰ এই ৩টা এপেই

10 hours ago
৭লাখ টকা তৃষাক দিয়া হৈছিল, গৰ্ভ**পাতৰ পাছতেই সম্পৰ্কত ভাঙোন আহিছিল, তৃষা শৰ্মাৰ মৃত্যু গোচৰক লৈ কি ডাঙৰ মন্তব্য তৃষাৰ স্বামীৰ?

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

বিদেশী টিভি অনুষ্ঠান চোৱাৰ অপৰাধত ৩০ ছাত্ৰ-ছাত্ৰীক মৃত্যুদণ্ড কিম জং উনৰ

editor by editor
July 15, 2024
in বিনোদন, বিবিধ, বিশ্ব
0
বিদেশী টিভি অনুষ্ঠান চোৱাৰ অপৰাধত ৩০ ছাত্ৰ-ছাত্ৰীক মৃত্যুদণ্ড কিম জং উনৰ
0
SHARES
177
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিদেশী টিভি অনুষ্ঠান চোৱাৰ অপৰাধত ৩০ ছাত্ৰ-ছাত্ৰীক মৃত্যুদণ্ড কিম জং উনৰ

উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসক কিম জং উন কিমান ভয়ংকৰ তথা বিপজ্জনক সেই কথা সমগ্ৰ বিশ্বই জানিবলৈ লৈছে। তেওঁৰ নিয়ম নীতি সদায় শিৰোনামত থাকে। উত্তৰ কোৰিয়াত চুলি কটাৰ পৰা আৰম্ভ কৰি খোৱা-বোৱা, টিভি চোৱালৈকে সকলোৰে নিয়ম আছে।

যিয়ে সেই নিয়মৰ বাহিৰত কাম কৰাৰ সাহস কৰে সেই ব্যক্তিৰ বাবে মৃত্যুদণ্ড পোৱাটো ডাঙৰ কথা নহয়। একেধৰণৰ এটা গোচৰ পুনৰ পোহৰলৈ আহিছে য’ত দাবী কৰা হৈছে যে বিদেশী টিভি ধাৰাবাহিক চোৱাৰ বাবেই ৩০ গৰাকী ছাত্ৰ-ছাত্ৰীক মৃত্যুদণ্ড দিছে।

২০২৪ চনৰ আৰম্ভণিতে কিম জঙে দক্ষিণ কোৰিয়াক নিজৰ এক নম্বৰ শত্ৰু দেশ হিচাপে ঘোষণা কৰিছিল। যাৰ পাছৰে পৰা উত্তৰ কোৰিয়াত দক্ষিণ কোৰিয়াৰ গীত শুনা আৰু চিনেমা চোৱাটো অপৰাধৰ শ্ৰেণীত পৰে। দক্ষিণ কোৰিয়াৰ টিভি ধাৰাবাহিক উত্তৰ কোৰিয়াত সম্প্ৰচাৰিত নহয়, তথাপিও কিছুমানে চোৰাংচোৱাই পেন ড্ৰাইভত আনি উত্তৰ কোৰিয়াৰ যুৱ-চামক ব্যয়বহুল দামত বিক্ৰী কৰে। কাৰণ উত্তৰ কোৰিয়াৰ যুৱচামে এই নাটক আৰু ধাৰাবাহিকবোৰ চাই ভাল পায়।

শেহতীয়াকৈ দক্ষিণ কোৰিয়াৰ সংবাদ মাধ্যম চ’ছুন টিভি আৰু কোৰিয়া জুংআং ডেইলীয়ে এক প্ৰতিবেদন প্ৰস্তুত কৰিছিল, য’ত দাবী কৰা হৈছিল যে উত্তৰ কোৰিয়াই দক্ষিণ কোৰিয়াৰ কে-ড্ৰামা চোৱাৰ বাবে ৩০ জন মধ্যবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক শাস্তি প্ৰদান কৰিছে। বৰ্তমান দক্ষিণ কোৰিয়াৰ বিষয়াসকলে এই দাবীসমূহৰ সন্দৰ্ভত কোনো প্ৰত্যক্ষ মন্তব্য কৰা নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: north koreaSouth KoreaTv ProgramsViral TV programs
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৫টা কাৰণতেই স্বামীৰ প্ৰতি আকৰ্ষণ হেৰুৱাই এগৰাকী পত্নীয়ে, কি এই পাঁচ কাৰণ?
জীৱনশৈলী

May 26, 2026
ইমপষ্টাৰ চিনড্ৰোমত আক্ৰান্ত কিং কোহলী! কিমান বিপজ্জনক এই ৰোগ? প্ৰতিকাৰৰ উপায় কি?
ক্ৰীড়া

ইমপষ্টাৰ চিনড্ৰোমত আক্ৰান্ত কিং কোহলী! কিমান বিপজ্জনক এই ৰোগ? প্ৰতিকাৰৰ উপায় কি?

May 26, 2026
বলীউডত বয়কট ৰণবীৰ সিং! কিয় ৰণবীৰক বয়কট কৰাৰ সিদ্ধান্ত লৈছে FWICEয়ে? কি এই FWICE?
জীৱনশৈলী

বলীউডত বয়কট ৰণবীৰ সিং! কিয় ৰণবীৰক বয়কট কৰাৰ সিদ্ধান্ত লৈছে FWICEয়ে? কি এই FWICE?

May 26, 2026
ছলমান খানৰ চৰম ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ লিক! কোনে কৰিলে এই কাণ্ড? চাওক সেই বিশেষ ভিডিঅ’টো
জীৱনশৈলী

ছলমান খানৰ চৰম ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ লিক! কোনে কৰিলে এই কাণ্ড? চাওক সেই বিশেষ ভিডিঅ’টো

May 26, 2026
Next Post
কেনেকৈ ধনী পুৰুষৰ সৈতে বিয়া হ’ব পাৰি সেই বিষয়ে পৰামৰ্শ দি বছৰি ১৬৩ কোটি টকা উপাৰ্জন এগৰাকীৰ

কেনেকৈ ধনী পুৰুষৰ সৈতে বিয়া হ'ব পাৰি সেই বিষয়ে পৰামৰ্শ দি বছৰি ১৬৩ কোটি টকা উপাৰ্জন এগৰাকীৰ

শাওন মাহত বিৰল শুভ যোগ, মহাদেৱৰ আশীৰ্বাদত সোনে-ৰূপে ভৰিব এই ৫ৰাশিৰ জীৱন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন