• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পঢ়াশুনা আৰ জি কৰত, অধ্যক্ষও আৰ জি কৰৰ, ট্ৰেন্সফাৰৰ সাহস কাৰো নাই, আছে আৰ্থিক কেলেংকাৰীৰো অভিযোগ, কাৰ বলেৰে ইমান বলীয়ান সন্দীপ ঘোষ?

পঢ়াশুনা আৰ জি কৰত, অধ্যক্ষও আৰ জি কৰৰ, ট্ৰেন্সফাৰৰ সাহস কাৰো নাই, আছে আৰ্থিক কেলেংকাৰীৰো অভিযোগ, কাৰ বলেৰে ইমান বলীয়ান সন্দীপ ঘোষ?

2 years ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

3 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৪ ৰাশিয়ে পাব আৰ্থিক সকাহ!

4 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

5 hours ago
সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

6 hours ago
RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

7 hours ago
তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

7 hours ago
‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

8 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

9 hours ago
Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

10 hours ago
জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

10 hours ago
PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

11 hours ago
ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পঢ়াশুনা আৰ জি কৰত, অধ্যক্ষও আৰ জি কৰৰ, ট্ৰেন্সফাৰৰ সাহস কাৰো নাই, আছে আৰ্থিক কেলেংকাৰীৰো অভিযোগ, কাৰ বলেৰে ইমান বলীয়ান সন্দীপ ঘোষ?

পঢ়াশুনা আৰ জি কৰত, অধ্যক্ষও আৰ জি কৰৰ, ট্ৰেন্সফাৰৰ সাহস কাৰো নাই, আছে আৰ্থিক কেলেংকাৰীৰো অভিযোগ, কাৰ বলেৰে ইমান বলীয়ান সন্দীপ ঘোষ?

editor by editor
September 2, 2024
in জীৱনশৈলী, বিবিধ, লেখা
0
পঢ়াশুনা আৰ জি কৰত, অধ্যক্ষও আৰ জি কৰৰ, ট্ৰেন্সফাৰৰ সাহস কাৰো নাই, আছে আৰ্থিক কেলেংকাৰীৰো অভিযোগ, কাৰ বলেৰে ইমান বলীয়ান সন্দীপ ঘোষ?
0
SHARES
428
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আৰ জি কৰৰ মহিলা চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ ঘটনাৰ পাছৰ পৰাই তেওঁ সকলোৰে নজৰত৷ সম্পূৰ্ণ ঘটনাত তেওঁৰ ভূমিকাক লৈ প্ৰশ্ন তুলিছে বিভিন্ন মহলে৷ অভিযোগ উঠিছে তেওঁৰ প্ৰভাৱশালী জীৱনক লৈয়ো৷ ইতিমধ্যেই তেওঁক মাৰাথান জেৰা চলাই আছে চিবিআইয়ে৷ তেওঁ আন কোনো নহয় আৰ জি কৰৰ সদস্য সন্দীপ ঘোষ৷ আৰ জি কৰ কাণ্ডৰ সময়ত তেওঁ সেই মেডিকেল কলেজৰ অধ্যক্ষৰ দায়িত্বত আছিল৷ দেশজুৰি এতিয়া চৰ্চাত সন্দীপ ঘোষ৷ সকলোৰে মনত তেওঁৰ পৰিচয় আৰু শিক্ষাক লৈয়ো কৌতুহল আৰম্ভ হৈছে৷

আৰ জি কৰৰ প্ৰাক্তন অধ্যক্ষ সন্দীপৰ যাত্ৰা আৰম্ভ হৈছিল উত্তৰ ২৪ পৰগনাৰ বনগাঁৰ পৰা৷ ১৯৮৯ চনত বনগাঁ হাইস্কুলৰ পৰা উচ্চ মাধ্যমিক পাছ কৰে৷ ১৯৮৯ চনত উচ্চ মাধ্যমিকত তেওঁ ৭৯.৭ শতাংশ নম্বৰ পায় স্কুলত প্ৰথম তিনিজনৰ ভিতৰত স্থানো পাইছিল৷ তাৰপাছতেই চিকিৎসক পঢ়িবলৈ সুযোগ পায় মেধাৱী সন্দীপে৷

ভৰ্তী হয় আৰ জি কৰ মেডিকেল কলেজতেই৷ ১৯৯৮ চনত এম বিবিএছ ডিগ্ৰী অৰ্জন কৰে সন্দীপে৷ প্ৰেকটিছো আৰ জি কৰতেই কৰে৷ তাৰপৰাই আৰম্ভ হয় উত্থান৷ কৰ্মজীৱনত চিকিৎসাক্ষেত্ৰৰ বিভিন্ন পদত কৰ্তব্যৰত আছিল সন্দীপ৷ তাৰপাছতেই ২০২১ চনত আৰজি কৰৰ অধ্যক্ষ হিচাপে নিযুক্ত হোৱাৰ পাছৰে পৰা আৰু বেছি পৰিচিত নাম হৈ পৰে সন্দীপ৷ ঘটনাচক্ৰত যি কলেজত তেওঁ চিকিৎসকৰ ডিগ্ৰী লৈছিল সেই কলেজৰেই অধ্যক্ষ হয়৷ আৰ জি কৰ মেডিকেল কলেজত যোগ দিয়াৰ পূৰ্বে নেশ্ব্যনেল মেডিকেল কলেজৰ উপাধ্যক্ষ হয় সন্দীপ৷ নেশ্ব্যনেল মেডিকেল কলেজৰ পৰা পদোন্নতিৰ পাছত তেওঁ আৰ জি কৰলৈ আহে৷ এজন অৰ্থোপেডিক ছাৰ্জন আৰু অধ্যাপক হোৱা সত্ত্বেও পেছাগত অনিয়মৰ কাৰণে বৰ এটা সুখ্যাতি প্ৰতিষ্ঠা কৰিব নোৱাৰিলে সন্দীপে৷ আৰু সেয়ে আৰ জি কৰৰ অধ্যক্ষ হোৱাৰ পাছত বিতৰ্কৰ মুখত পৰে সন্দীপ ঘোষ৷

অন্য কেইবাটাও বিতৰ্কত নাম সোমাই পৰিছিল সন্দীপৰ৷ ২০২৩ চনৰ জুন মাহত দুৰ্নীতিৰ অভিযোগ উঠে সন্দীপৰ বিৰুদ্ধে৷ সম্প্ৰতি ২০২১ চনৰ জানুৱাৰী মাহৰ পৰা আৰ জি কৰ মেডিকেল কলেজত যি আৰ্থিক অনিয়মৰ অভিযোগ উঠিছিল তাৰ তদন্ত চিট গঠনৰ নিৰ্দেশ দিছিল আদালতে৷ ঘটনাচক্ৰত তেওঁ তিনি বছৰৰ বেছিভাগ সময় তেওঁ কলেজৰ দায়িত্বত আছিল৷ অধ্যক্ষ থকাৰ সময়ত সন্দীপ ঘোষৰ বিৰুদ্ধে স্বজনপোষণৰ ওপৰিও চৰকাৰী অৰ্থ অপচয়ৰ অভিযোগ উঠে৷

কভিডৰ সময়ত অত্যাধুনিক যন্ত্ৰ ক্ৰয় কৰিছিল আৰ জি কৰ হাস্পতালে৷ খৰচ হৈছিল ৪লাখ ৫০ হাজাৰ টকা৷ তাৰপাছতেই জনা যায় যে এই যন্ত্ৰৰ বজাৰমূল্য ১ লাখ ৬০ হাজাৰ টকা৷ সন্দীপ ঘোষে টেণ্ডাৰৰ ক্ষেত্ৰত নিজৰ প্ৰভাৱ খটোৱাইছিল৷ লেব টেকনিছিয়ানৰ নিয়োগৰ ক্ষেত্ৰতো সন্দীপৰ বিৰুদ্ধে উঠিছিল কেলেংকাৰীৰ অভিযোগ৷ অবৈধভাৱে ইণ্টাৰ্ণ নিয়োগৰ অভিযোগো আছে তেওঁৰ বিৰুদ্ধে৷ আৰ জি কৰ হাস্পতালৰ ছাত্ৰাবাসত ৰেগিং বিতৰ্কত জড়িত হৈ পৰিছিল সন্দীপৰ নাম৷ প্ৰথমবাৰ আৰ জি কৰ হাস্পতালৰ অধ্যক্ষৰ চকীত বহি থকাৰ সময়ত তেওঁক পঠিওৱা হয় মুৰ্ছিদাবাদ মেডিকেল কলেজলৈ৷

সেই কলেজৰ পৰা তেওঁ ৪৮ঘণ্টাৰ ভিতৰতে আকৌ আৰ জি কৰলৈ আহে৷ ২০২৩ চনৰ ছেপ্টেম্বৰত তেওঁক আকৌ বদলি কৰা হয়৷ সেইবাৰ তেওঁ আকৌ আৰ জিলৈ উভতি আহে ২১ দিনৰ ভিতৰত৷ ইয়াৰ পাছতেই আৰ জি কৰৰ চিকিৎসকক হত্যাৰ ঘটনাক লৈ বিক্ষোভ যেতিয়া বাঢ়ি যায় তেতিয়া নিজেই পদত্যাগ কৰে সন্দীপ ঘোষে৷

পদত্যাগৰ লগে লগেই তেওঁ নেশ্ব্যনেল মেডিকেল কলেজৰ অধ্যক্ষৰ দায়িত্ব লাভ কৰে৷ এই বিষয়টোক লৈয়ো বিতৰ্ক আৰম্ভ হয় যদিও কলকাতা হাইকৰ্টৰ নিৰ্দেশ অনিৰ্দিষ্ট কালৰ বাবে ছুটি লয় আৰ জি কৰৰ সদ্যপ্ৰাক্তন অধ্যক্ষ৷ আদালতৰ প্ৰশ্ন আছিল, কিমান ক্ষমতাবান হ’লে পদত্যাগৰ ৪ঘণ্টাৰ ভিতৰত আকৌ নিয়োগ পোৱা যায়? এয়া কেনেকৈ সম্ভৱ?

ন্যায়াধীশ টি শিৱজ্ঞানম আৰু ন্যায়াধীষ হিৰন্ময় ভট্টাচাৰ্যৰ বেঞ্চে স্পষ্টকৌ জনাই দিয়ে যে সন্দীপ ঘোষক এতিয়াই নেশ্ব্যনেল মেডিকেল কলেজৰ অধ্যক্ষৰ দায়িত্ব দিয়া নহ’ব৷ ইয়াৰপাছতেই সন্দীপক মাতি সোধপোছ কৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই৷ বুধবাৰে তেওঁক সোধপোছ কৰিছে তদন্তকাৰী সংস্থাই৷ আৰ জি কৰৰ চিকিৎসক ছাত্ৰীক ধৰ্ষণ আৰু হত্যাক নানান প্ৰশ্নৰ ওপৰিও কৰ্তব্যৰ গাফিলতিক লৈয়ো প্ৰশ্ন কৰা হৈছে৷ শেহতীয়াকৈ সোমবাৰে চিবিআইয়ে গ্ৰেপ্তাৰ কৰে প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

June 26, 2026
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৪ ৰাশিয়ে পাব আৰ্থিক সকাহ!

June 26, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

June 26, 2026
সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!
জীৱনশৈলী

সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

June 26, 2026
Next Post
দৈনিক ৰাশিফল- কেনে যাব আজি ৩ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

দৈনিক ৰাশিফল- কেনে যাব আজি ৩ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ'ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

৩ টা সোণ, অভিলেখ ৰচি পেৰিছ পেৰালিম্পিকত ভাৰতীয় খেলুৱৈয়ে এদিনতে লাভ কৰিলে ৮টা পদক

৩ টা সোণ, অভিলেখ ৰচি পেৰিছ পেৰালিম্পিকত ভাৰতীয় খেলুৱৈয়ে এদিনতে লাভ কৰিলে ৮টা পদক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.