• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজিয়েই এই বছৰৰ শেষৰটো মাহেকীয়া শিৱৰাত্ৰী, এই দিনটোত আপুনি কেনেকৈ মহাদেৱৰ কৃপা লাভ কৰিব?

আজিয়েই এই বছৰৰ শেষৰটো মাহেকীয়া শিৱৰাত্ৰী, এই দিনটোত আপুনি কেনেকৈ মহাদেৱৰ কৃপা লাভ কৰিব?

3 years ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

হাৰ্ট এটেক হোৱাৰ পূৰ্বে শৰীৰে পায় এইকেইটা সংকেত, হওক সাৱধান!

14 minutes ago
৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

59 minutes ago
‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

3 hours ago
‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

4 hours ago
প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

4 hours ago
ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

4 hours ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

12 hours ago
‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

12 hours ago
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

13 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

13 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ মেষৰ পৰা মীনলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

14 hours ago
জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আজিয়েই এই বছৰৰ শেষৰটো মাহেকীয়া শিৱৰাত্ৰী, এই দিনটোত আপুনি কেনেকৈ মহাদেৱৰ কৃপা লাভ কৰিব?

editor by editor
December 11, 2023
in জীৱনশৈলী, ভাৰত, লেখা
0
আজিয়েই এই বছৰৰ শেষৰটো মাহেকীয়া শিৱৰাত্ৰী, এই দিনটোত আপুনি কেনেকৈ মহাদেৱৰ কৃপা লাভ কৰিব?
0
SHARES
162
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ প্ৰতি মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশী তিথিত পালিত হয় মাসিক শিৱৰাত্ৰী। ২০২৩ চনৰ শেষ শিৱৰাত্ৰী পৰিছে ১১ ডিচেম্বৰ অৰ্থাৎ আজি। মহাদেৱৰ প্ৰিয় দিন সোমবাৰেই মাহেকীয়া বিশেষ শিৱৰাত্ৰী পৰাত ইয়াৰ মাহাত্ম্য আৰু বৃদ্ধি হৈছে। এই শিৱৰাত্ৰিত শিৱ শংকৰৰ নামেৰে উপবাস ৰাখিলে তেওঁ আশীৰ্বাদত জীৱনৰ সকলো দুখ কষ্ট দূৰ হয় বুলি প্ৰচলিত বিশ্বাস। শিৱৰাত্ৰীৰ পূণ্য তিথিত কেইটামান কাম কৰিলে অত্যন্ত শুভ বুলি শাস্ত্ৰত উল্লেখ আছে। ইয়াৰ ফলত কোষ্ঠীত গ্ৰহৰ অশুভ দশা থাকিলে সেয়া দূৰ হয়। জানি থওক শিৱৰাত্ৰীত কি কি কাম কৰিলে জীৱনত সুখ, সৌভাগ্য আৰু সমৃদ্ধি লাভ কৰা সম্ভৱ?

সম্পদ লাভৰ উপায়
আজি মাহেকীয়া শিৱৰাত্ৰীত নিশা পানীৰ সৈতে দৈ আৰু মৌ মিহলাই শিৱলিংগৰ অভিষেক কৰক। ইয়াৰ পাছতেই মহাদেৱক ভোগ হিচাপে পায়স আগবঢ়াওক। শিৱৰাত্ৰীত এই কাম কৰিলে সম্পদ বৃদ্ধিৰ পথ মুকলি হয়। সংসাৰত সুখ আৰু সমৃদ্ধি বজায় ৰখাৰ বাবেও এই কাম কৰিব পাৰে।

চাউলেৰে এই কাম কৰক
আপুনি যদি বহুদিন ধৰি মানসিক অথৱা শাৰীৰিক যন্ত্ৰণাৰ মাজেৰে সময় কটাইছে তেন্তে এই শিৱৰাত্ৰীতেই এক বস্তা চাউল শিৱমন্দিৰলৈ আগবঢ়াওক। সেই চাউলেৰে মহাদেৱক ভোগ আগবঢ়াওক। এই চাউল আপুনি দৰিদ্ৰজনৰ মাজত বিতৰণো কৰি দিব পাৰে। ইয়াৰ ফলত আপোনাৰ সকলো সমস্যা দূৰ হ’ব।

শনিৰ অশুভ দশা কাটিবলৈ কি কৰিব?
মহাদেৱৰ পূজা কৰিলে শনিৰ অশুভ দশা কাটি যাব। শনিৰ কাৰণে যদি আপোনাৰ কেৰিয়াৰত সমস্যা আহে তেন্তে আজিৰ দিনটো উপবাসে থাকক। এটুকুৰা কাগজত চন্দন লৈ ওম লিখি তাৰ মাজত কিছু কলা তিল দি শিৱলিংগত নিবেদন কৰক। ইয়াৰ পাছতেই শিৱলিংগত অভিষেক কৰক। ইয়াৰ ফলত শনি শান্ত হয় আৰু শনিৰ দোষ কাটি যাব।

শত্ৰুক পৰাজিত কৰাৰ উপায়
যদি কোনো শত্ৰুৱে দীৰ্ঘদিন ধৰি আপোনাৰ জীৱনত নানান ধৰণে সমস্যাৰ সৃষ্টি কৰি থাকে তেন্তে শিৱৰাত্ৰিতেই শিৱ মন্দিৰত ঘী আৰু প্ৰদীপ জ্বলাই ১০৮ বাৰ জপ কৰক ‘ওম ছাম ছাব শিবায় ছাম ছাম কুৰু কুৰু ওম’। ইয়াৰ ফলত আপোনাৰ বিৰোধীসকল পিছুৱাই আহিব।

ৰাহুৰ অশুভ দশা কটোৱাৰ উপায়
আজি শিৱৰাত্ৰীৰ দিনটোত পানীৰ সৈতে দুবৰী বন কুশ মিহলাই শিৱলিংগৰ অভিষেক কৰক। ইয়াৰ ফলত কোষ্ঠীত ৰাহুৰ দশা থাকিলে কাটি যাব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!
জীৱনশৈলী

হাৰ্ট এটেক হোৱাৰ পূৰ্বে শৰীৰে পায় এইকেইটা সংকেত, হওক সাৱধান!

October 8, 2026
৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?
বিনোদন

৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

October 8, 2026
‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ
বিনোদন

‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

October 8, 2026
‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে
বিনোদন

‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

October 8, 2026
Next Post
কেৱল সনাতনী নহয়, ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত আমন্ত্ৰণ লাভ কৰিছে মুছলমান দেশেও

কেৱল সনাতনী নহয়, ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত আমন্ত্ৰণ লাভ কৰিছে মুছলমান দেশেও

বচ্চন পৰিয়ালত কি হৈছে? ঐশ্বৰ্যক আনফ’ল কৰি বিশেষ পোষ্ট দিলে এইবাৰ অমিতাভ বচ্চনে

বচ্চন পৰিয়ালত কি হৈছে? ঐশ্বৰ্যক আনফ’ল কৰি বিশেষ পোষ্ট দিলে এইবাৰ অমিতাভ বচ্চনে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.