• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই ভিটামিনৰ অভাৱ হ’লেই হ’ব পাৰে বন্ধ্যাত্বও

এই ভিটামিনৰ অভাৱ হ’লেই হ’ব পাৰে বন্ধ্যাত্বও

2 years ago
লিচু খোৱাৰ পূৰ্বে মনত ৰাখক এই কথা, অন্যথা হ’ব পাৰে বিপদ!

লিচু খোৱাৰ পূৰ্বে মনত ৰাখক এই কথা, অন্যথা হ’ব পাৰে বিপদ!

10 minutes ago
বিচনাত খাদ্য খোৱাৰ অভ্যাস? হ’ব পাৰে আপোনাৰ সৰ্বনাশ!

বিচনাত খাদ্য খোৱাৰ অভ্যাস? হ’ব পাৰে আপোনাৰ সৰ্বনাশ!

46 minutes ago
দেশভক্তি কৰি বিপদত ৰণবীৰ সিং! ফাৰহান আখতাৰৰ বাবেই বলীউডত বয়কট নেকি ৰণবীৰ?

দেশভক্তি কৰি বিপদত ৰণবীৰ সিং! ফাৰহান আখতাৰৰ বাবেই বলীউডত বয়কট নেকি ৰণবীৰ?

1 hour ago
এফালে স্তনৰ ছবি আনফালে দেৱালত হাত যুৱকৰ, খঙত অভিনেত্ৰীয়ে কৰিলে এই কাম!

এফালে স্তনৰ ছবি আনফালে দেৱালত হাত যুৱকৰ, খঙত অভিনেত্ৰীয়ে কৰিলে এই কাম!

2 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

3 hours ago
প্ৰেম নহয়, পত্নীয়ে স্বামীৰ পৰা বেছিকৈ বিচাৰে এইবিধ বস্তু!

প্ৰেম নহয়, পত্নীয়ে স্বামীৰ পৰা বেছিকৈ বিচাৰে এইবিধ বস্তু!

4 hours ago
এই তাৰিখে জন্ম হোৱা যুৱতীৰ স্বামী যদি আপুনি ভাগ্যবান! জানক আপোনাৰ সংগী সম্পৰ্কে সবিশেষ

অত্যাধিক মৰমে ধ্বংস কৰে সংসাৰ! এই ৫ টিপছেৰে সংগীক ৰাখক নিজৰ কাষত

4 hours ago
হাতলৈ অহা নাই ধন আৰু পৰিয়ালত অশান্তি, তেন্তে ঘৰত ৰাখক এইবিধ সামগ্ৰী!

হাতলৈ অহা নাই ধন আৰু পৰিয়ালত অশান্তি, তেন্তে ঘৰত ৰাখক এইবিধ সামগ্ৰী!

5 hours ago
আজি অৰ্থাৎ ১৬ এপ্ৰিলৰ পৰা ৪৮ ঘণ্টাৰ বাবে তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, এই ৪ৰাশি মালামাল হ’ব

কেনে যাব আজি আপোনাৰ দিনটো? পঢ়ক দৈনিক ৰাশিফল

5 hours ago
সফল হ’বলৈ গৈ বাৰে বাৰে থমকি ৰ’ব লগা হৈছে? জীৱনত এই তিনিটা দিশত নজৰ দিবই

সফল হ’বলৈ গৈ বাৰে বাৰে থমকি ৰ’ব লগা হৈছে? জীৱনত এই তিনিটা দিশত নজৰ দিবই

15 hours ago
এই ৫টা কাৰণতেই স্বামীৰ প্ৰতি আকৰ্ষণ হেৰুৱাই এগৰাকী পত্নীয়ে, কি এই পাঁচ কাৰণ?

এই ৫টা কাৰণতেই স্বামীৰ প্ৰতি আকৰ্ষণ হেৰুৱাই এগৰাকী পত্নীয়ে, কি এই পাঁচ কাৰণ?

16 hours ago
যৌ*তা অতীত, একে ছাদৰ তলত থাকিও পৃথকে থাকে প্ৰায়সংখ্যকেই, ক্ৰমশ বাঢ়ি অহা শ্লিপ ডিভোৰ্ছ প্ৰকৃততে কি?

যৌ*তা অতীত, একে ছাদৰ তলত থাকিও পৃথকে থাকে প্ৰায়সংখ্যকেই, ক্ৰমশ বাঢ়ি অহা শ্লিপ ডিভোৰ্ছ প্ৰকৃততে কি?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

এই ভিটামিনৰ অভাৱ হ’লেই হ’ব পাৰে বন্ধ্যাত্বও

এই ভিটামিনৰ অভাৱ হ’লেই হ’ব পাৰে বন্ধ্যাত্বও

editor by editor
September 10, 2024
in অপৰাধ, জীৱনশৈলী, বিজ্ঞান, ভাৰত, স্বাস্থ্য
0
এই ভিটামিনৰ অভাৱ হ’লেই হ’ব পাৰে বন্ধ্যাত্বও
0
SHARES
249
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আমাৰ শৰীৰ সুস্থ সৱল কৰি ৰাখিবলৈ শৰীৰক কেইবাটাও ভিটামিনৰ প্ৰয়োজন৷ ভিটামিন এ, ই, চি, বি ১২ আৰু কেইবাটাও৷ এই সকলোবোৰ ভিটামিনৰেই নিজা নিজা কাম আছে৷ এই ভিটামিনসমূহ কম বেছি হ’লেই শৰীৰত নানান প্ৰভাৱ পৰে৷ যেনেকৈ ভিটামিন বি১২ৰ অভাৱত বহু গুৰুতৰ সমস্যাই দেখা দিব পাৰে৷

সাধাৰণভাৱে মানুহে এই বিষয়ে খুব বেছি মূৰ নঘমালেও ডিএন এ চিন্থেচিছৰ পৰা আৰম্ভ কৰি শক্তি উৎপাদন, চেন্ট্ৰেল নাৰ্ভাছ চিষ্টেমৰ কাৰ্যকাৰীতা বজায় ৰখা এই সকলোবোৰতেই বেছ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে এই ভিটামিনে৷ এই ভিটামিনৰ ঘাটি হ’লে শৰীৰত কি কি প্ৰভাৱ পৰে? জানক সবিশেষ৷

মুড ছুইং

এই ধৰক আপোনাৰ মন খুবেই ভাল হৈ আছে৷ কিন্তু তৎক্ষণাত আপোনাৰ খুব খং উঠিছে বা মন বেয়া হৈছে৷ মুডৰ এই ভাল এই বেয়াৰ কথাবোৰ আমি গুৰুত্ব নিদিও যদিও এয়াও এক অসুখ৷ মহিলাৰ ক্ষেত্ৰত পিৰিয়ডৰ সময়ত এই সমস্যা হয়৷ কোনো কাৰণ অবিহনেই এই সমস্যা হ’লেই বুজিব যে শৰীৰত ভিটামিন বি-১২ৰ ঘাটি হৈছে৷ ইয়াৰ ফলত অৱসাদ, কথা পাহৰি যোৱা আৰু কগনিটিভি ফাংছন বেয়া হোৱাৰ দৰে সমস্যাই দেখা দিব পাৰে৷

মুখত ঘা

বহুতৰেই মুখত মাজে মাজে বিভিন্ন স্থানত ঘা হৈ থাকে৷ ঘা হ’লে বিষ, জ্বলাপোৰা আদি সমস্যাই দেখা দিয়ে৷ ইয়াৰ কাৰণ হৈছে মাউথ আলছাৰ বা মুখৰ ঘা হ’ব পাৰে৷ শৰীৰত ভিটামিন বি-১২ৰ ঘাটি হ’লে মুখৰ ভিতৰত ঘা, জিভাত ঘা আদি হ’ব পাৰে৷ জিভা ৰঙা হৈ যাব পাৰে আনকি ফুলিও উঠিব পাৰে৷ এই ঘটনাসমূহ হ’লে অৱশ্যই ভিটামিন বি-১২ যুক্ত খাদ্য খোৱাৰ পৰিমান বঢ়াওক৷ শৰীৰ আৰু স্বাস্থ্য ভালে থাকিব৷

বন্ধ্যাত্ব

মহিলাৰ মাজত ভিটামিন বি-১২ৰ ঘাটি প্ৰায়েই দেখা যায়৷ অৱহেলা নকৰি সঠিকভাৱে খাদ্য খাওক৷ অন্যথা বন্ধ্যাত্বৰ দৰে জটিল অসুখে দেখা দিব পাৰে৷ বাৰে বাৰে চেষ্টা কৰিও প্ৰেগনেন্সি নহ’লে ভিটামিন বি ১২ সমৃদ্ধ খাদ্য খোৱাৰ পৰিমান বঢ়াওক৷ সমস্যাৰ সমাধান নহ’লে চিকিৎসকৰ পৰামৰ্শ লওক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

লিচু খোৱাৰ পূৰ্বে মনত ৰাখক এই কথা, অন্যথা হ’ব পাৰে বিপদ!
জীৱনশৈলী

লিচু খোৱাৰ পূৰ্বে মনত ৰাখক এই কথা, অন্যথা হ’ব পাৰে বিপদ!

May 27, 2026
বিচনাত খাদ্য খোৱাৰ অভ্যাস? হ’ব পাৰে আপোনাৰ সৰ্বনাশ!
জীৱনশৈলী

বিচনাত খাদ্য খোৱাৰ অভ্যাস? হ’ব পাৰে আপোনাৰ সৰ্বনাশ!

May 27, 2026
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!
জীৱনশৈলী

৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

May 27, 2026
প্ৰেম নহয়, পত্নীয়ে স্বামীৰ পৰা বেছিকৈ বিচাৰে এইবিধ বস্তু!
জীৱনশৈলী

প্ৰেম নহয়, পত্নীয়ে স্বামীৰ পৰা বেছিকৈ বিচাৰে এইবিধ বস্তু!

May 27, 2026
Next Post
অশান্ত মণিপুৰত আকৌ বন্ধ কৰা হ’ল ইণ্টাৰনেট পৰিসেৱা, ৩ জিলাত জাৰি কাৰ্ফিউ

অশান্ত মণিপুৰত আকৌ বন্ধ কৰা হ’ল ইণ্টাৰনেট পৰিসেৱা, ৩ জিলাত জাৰি কাৰ্ফিউ

মাজে মাজে মূৰৰ বিষ, হাত-ভৰি টানি ধৰে? শৰীৰত এই খনিজৰ অভাৱেই মূল কাৰণ

মাজে মাজে মূৰৰ বিষ, হাত-ভৰি টানি ধৰে? শৰীৰত এই খনিজৰ অভাৱেই মূল কাৰণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.