• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই বছৰ কেতিয়া পৰিছে মহাশিৱৰাত্ৰি? জানি থওক চাৰি প্ৰহৰৰ পূজাৰ সময়

এই বছৰ কেতিয়া পৰিছে মহাশিৱৰাত্ৰি? জানি থওক চাৰি প্ৰহৰৰ পূজাৰ সময়

5 months ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ ভাগ্যই লগ এৰিব নেকি আপোনাৰ? ৰাশিফলে দিছে ডাঙৰ ইংগিত!

6 hours ago
সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

6 hours ago
ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব  কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

7 hours ago
ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

7 hours ago
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

কাইলৈ বতৰে ল’ব ভয়ংকৰ ৰূপ! অসমৰ লগতে এই ৫ খন ৰাজ্যত আহিব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ

8 hours ago
সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

8 hours ago
কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

10 hours ago
আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

11 hours ago
নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

12 hours ago
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিকে ধৰি আন ৫ ৰাশিৰ হাতলৈ আহিব ধন

13 hours ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

13 hours ago
PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এই বছৰ কেতিয়া পৰিছে মহাশিৱৰাত্ৰি? জানি থওক চাৰি প্ৰহৰৰ পূজাৰ সময়

এই বছৰ কেতিয়া পৰিছে মহাশিৱৰাত্ৰি? জানি থওক চাৰি প্ৰহৰৰ পূজাৰ সময়

editor by editor
January 30, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
এই বছৰ কেতিয়া পৰিছে মহাশিৱৰাত্ৰি? জানি থওক চাৰি প্ৰহৰৰ পূজাৰ সময়
0
SHARES
252
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ফাগুন মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশী তিথিত মহাশিৱৰাত্ৰি পালিত হয়৷ কথিত যে এই দিনটোত ভগৱান শিৱ আৰু দেৱী পাৰ্বতীৰ বিয়া হৈছিল৷ শিৱভক্তৰ প্ৰিয় উৎসৱ মহাশিৱৰাত্ৰী৷ এই দিনটোৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰে ভগৱান শিৱৰ ভক্তসকলে৷ বেছিভাগ মানুহেই মহাশিৱৰাত্ৰিৰ দিনা উপবাসে থাকি ব্ৰতো পালন কৰে৷ চাৰি প্ৰহৰত ভগৱান শিৱৰ মূৰত পানী ঢালে৷ প্ৰচলিত বিশ্বাস যে মহাশিৱৰাত্ৰিৰ দিনা শিৱপূজা, জপ, তপস্যা আৰু উপবাসে থাকি নিয়ম পালন কৰিলে শিৱ-পাৰ্বতীৰ আশীৰ্বাদ লাভ কৰা সম্ভৱ হয়৷ ই সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনে জীৱনলৈ৷ বিবাহিত জীৱনত প্ৰেম বৃদ্ধি পায় আৰু সকলো দুখ আৰু সমস্যা দূৰ হয়৷ এই বছৰ মহাশিৱৰাত্ৰি কেতিয়া পৰিছে?

মহাশিৱৰাত্ৰি কেতিয়া?

ফাগুন মাহৰ কৃষ্ণপক্ষৰ চুতুৰ্দশী তিথিত মহাশিৱৰাত্ৰি পালিত হয়৷ পঞ্জিকা অনুসৰি ফাগুনৰ কৃষ্ণা চতুৰ্দশী তিথি আৰম্ভ হ’ব ১৫ ফেব্ৰুৱাৰী ২০২৬ৰ বিয়লি ৫.০৪ মিনিটত৷ ১৬ ফেব্ৰুৱাৰীৰ পুৱা ৫.৩৪ মিনিটত শেষ হ’ব৷ যিহেতু প্ৰদোষ কালত সন্ধিয়া আৰু নিশীথ কালত নিশা ভগৱান শিৱৰ পূজা কৰাটো গুৰুত্বপূৰ্ণ সেয়ে মহাশিৱৰাত্ৰি ১৫ জানুৱাৰীত পালিত হ’ব৷

এই বছৰ মহাশিৱৰাত্ৰিৰ নিশীথ কালত পূজাৰ সময় ১৫ ফেব্ৰুৱাৰী ২০২৬ৰ নিশা ১১.৫২ মিনিটৰ পৰা নিশা ১২.৪২ মিনিট পৰ্যন্ত৷ অৰ্থাৎ নিশীথ কালত পূজাৰ সময় প্ৰায় ৫০ মিনিট সময় থাকিব৷

মহাশিৱৰাত্ৰিৰ ৪ প্ৰহৰত পূজাৰ সময়

মহাশিৱৰাত্ৰিৰ দিনা উপবাসে থাকি চাৰিটা প্ৰহৰেই পূজা কৰা অত্যন্ত গুৰুত্বপূৰ্ণ৷ মহাশিৱৰাত্ৰিৰ সন্ধিয়া পূজা আৰম্ভ হয় আৰু পিছৰ দিনা পুৱা পৰ্যন্ত মুঠ চাৰিবাৰ পানী বা গাখীৰ ঢালিব লাগে৷

মহাশিৱৰাত্ৰিত প্ৰথম প্ৰহৰৰ পূজাৰ সময়

১৫ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৬.০১ৰ পৰা নিশা ৯.০৯ মিনিট পৰ্যন্ত৷

মহাশিৱৰাত্ৰিত দ্বিতীয় প্ৰহৰ পূজাৰ সময়

১৫ ফেব্ৰুৱাৰীৰ নিশা ৯.০৯ মিনিটৰ পৰা ১৬ ফেব্ৰুৱাৰী নিশা ১২.১৭ মিনিট পৰ্যন্ত৷

মহাশিৱৰাত্ৰিত তৃতীয় প্ৰহৰ পূজাৰ সময়

১৬ ফেব্ৰুৱাৰীৰ নিশা ১২.১৭ মিনিটৰ পৰা পুৱতি নিশা ৩.২৫ মিনিট পৰ্যন্ত৷

মহাশিৱৰাত্ৰিত চতুৰ্থ প্ৰহৰৰ পূজাৰ সময়

১৬ ফেব্ৰুৱাৰী পুৱতি নিশা ৩.২৫ মিনিটৰ পৰা পুৱা ৫.৩৪ পৰ্যন্ত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?
জীৱনশৈলী

কাইলৈ ভাগ্যই লগ এৰিব নেকি আপোনাৰ? ৰাশিফলে দিছে ডাঙৰ ইংগিত!

June 14, 2026
সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!
জীৱনশৈলী

সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

June 14, 2026
ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব  কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’
ভাৰত

ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

June 14, 2026
ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য
বাণিজ্য

ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

June 14, 2026
Next Post
হেকাৰৰ কবলৰ পৰা ফোন কেনেকৈ সুৰক্ষিত ৰাখিব? ছেটিংচত কি কি সালসলনি কৰা জৰুৰী?

হেকাৰৰ কবলৰ পৰা ফোন কেনেকৈ সুৰক্ষিত ৰাখিব? ছেটিংচত কি কি সালসলনি কৰা জৰুৰী?

ৰুছ মহিলাৰ শয্যসংগী হোৱাৰ পাছতেই যৌ* ৰোগত আক্ৰান্ত বিল গেটছ! এপষ্টিন ফাইলত ইলন মাস্ক, বিল গেটছৰ কু-অধ্যায়ৰ বৰ্ণনা

ৰুছ মহিলাৰ শয্যসংগী হোৱাৰ পাছতেই যৌ* ৰোগত আক্ৰান্ত বিল গেটছ! এপষ্টিন ফাইলত ইলন মাস্ক, বিল গেটছৰ কু-অধ্যায়ৰ বৰ্ণনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.