• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহাভাৰতৰ যুদ্ধৰ শেষৰ পাছতেই দাউদাউকৈ জ্ব/লি উঠিছিল অৰ্জুনৰ ৰথ! জানক কাৰণ

মহাভাৰতৰ যুদ্ধৰ শেষৰ পাছতেই দাউদাউকৈ জ্ব/লি উঠিছিল অৰ্জুনৰ ৰথ! জানক কাৰণ

2 years ago

আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

7 minutes ago
অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

2 hours ago
পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

2 hours ago
আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

3 hours ago
PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

12 hours ago
Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

12 hours ago
NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

13 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

কাইলৈ কোন ৰাশিৰ দিনটো হ’ব শুভ, কোনে কোনে হ’ব লাগিব সাৱধান?

13 hours ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

কইনা ৩ বছৰীয়া কিন্তু দৰা ৬০ বছৰীয়া, ৮০ লাখ টকাৰ বিবাহৰ চুক্তি! পোহৰলৈ আহিছে পাকিস্তানৰ ভয়ংকৰ কাণ্ড

14 hours ago
উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

15 hours ago
টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

15 hours ago
Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মহাভাৰতৰ যুদ্ধৰ শেষৰ পাছতেই দাউদাউকৈ জ্ব/লি উঠিছিল অৰ্জুনৰ ৰথ! জানক কাৰণ

মহাভাৰতৰ যুদ্ধৰ শেষৰ পাছতেই দাউদাউকৈ জ্ব/লি উঠিছিল অৰ্জুনৰ ৰথ! জানক কাৰণ

editor by editor
September 6, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
মহাভাৰতৰ যুদ্ধৰ শেষৰ পাছতেই দাউদাউকৈ জ্ব/লি উঠিছিল অৰ্জুনৰ ৰথ! জানক কাৰণ
0
SHARES
573
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অন্যায় আৰু অধৰ্মৰ বিৰুদ্ধে ন্যায় আৰু ধৰ্মৰ জয় হৈছিল মহাভাৰতৰ যুদ্ধত৷ কুৰুক্ষেত্ৰৰ এই যুদ্ধই প্ৰমাণ কৰিছিল যে জগতত অন্যায় অধৰ্ম বৃদ্ধি পালে বিষ্ণুৱে কিবা নহয় কিবা অৱতাৰ ধাৰণ কৰি মৰ্ত্যলৈ আহে আৰু পুনৰ ন্যায় প্ৰতিষ্ঠা কৰে৷ মহাভাৰতৰ যুদ্ধতো সেয়াই হৈছিল৷ কাৰণ বিষ্ণুৰ অৱতাৰ কৃষ্ণৰ পথপ্ৰদৰ্শনত সমাজত ন্যায় ধৰ্ম স্থাপন হয়৷ মহাভাৰতত এনে বহু ঘটনাৰ কথা উল্লেখ আছে যে এতিয়াও আমাৰ মনত শিহৰণৰ সৃষ্টি হয়৷ এই শিহৰণকাৰী এক ঘটনা হৈছে কৃষ্ণৰ ৰথ পুৰি যোৱা৷ মহাভাৰতৰ যুদ্ধৰ পাছত দাউ দাউকৈ জ্বলি উঠিছিল অৰ্জুনৰ ৰথ৷

অৰ্জুনৰ ৰথ কিয় জ্বলি উঠিছিল?

গাণ্ডীৱধনুৰ অধিকাৰী অৰ্জুনৰ ৰথৰ নাম আছিল নন্দীঘোষ৷ বৰুণ দেৱৰ পৰা এই ৰথ লাভ কৰিছিল অৰ্জুনে৷ চাৰিটা ঘোঁৰাই মিলি টনা এই ৰথৰ বৰণ আছিল বগা৷ সেয়ে অৰ্জুনক শ্বেতবাহন বুলিও কোৱা হয়৷ মহাভাৰতৰ যুদ্ধত স্বয়ং কৃষ্ণ আছিল অৰ্জুনৰ সাৰথী৷ এই ৰথৰ ধ্বজ্জাত হনুমান বিৰাজমান আছিল৷ আকৌ চকাত শেষনাগ অৰ্থাৎ বলৰাম৷ ইয়াৰফলত অৰ্জুনৰ ৰথ আৰু দিব্য হৈ উঠিছিল৷ যুদ্ধৰ সময়ত একাধিক যোদ্ধাৰ ৰথ ভাঙি গ’লেও অৰ্জুনৰ ৰথত সামান্যও আঁচোৰ পৰা নাছিল৷

যুদ্ধৰ শেষত ৰথৰ পৰা নামি পৰে অৰ্জুন

মহাভাৰতৰ যুদ্ধ সমাপ্ত হোৱাৰ পাছত কৃষ্ণ আৰু অৰ্জুনে ৰথৰ পৰা নামি পৰে৷ কিন্তু কৃষ্ণই নিজে ৰথৰ পৰা নমাৰ পূৰ্বেই অৰ্জুনক ৰথৰ পৰা নমাৰ ইংগিত দিয়ে৷ কিন্তু অৰ্জুনে জোৰ কৰি কৃষ্ণক প্ৰথম সেই ৰথৰ পৰা নামি যাবলৈ অনুৰোধ জনায়৷ অৰ্জুনৰ অনুৰোধ শুনি হাঁহি মুখেৰে কৃষ্ণই তেওঁক কয়, ‘তেওঁ অৰ্জুনৰ পূৰ্বে এই ৰথৰ পৰা নামি গ’লেই অঘটন ঘটি যাব পাৰে৷ কিন্তু অৰ্জুনে কৃষ্ণৰ কথা বুজিব নোৱাৰিলে৷ তাৰপাছত কৃষ্ণৰ কথা মানি ৰথৰ পৰা নামি যোৱাই শ্ৰেয় বুলি ধাৰণা কৰে অৰ্জুনে৷ ইয়াৰপাছতেই অৰ্জুন নামি পৰে ৰথৰ পৰা৷ অৰ্জুনৰ পাছে পাছে বজৰংবলী আৰু কৃষ্ণও নামে ৰথৰ পৰা৷ বজৰংবলী নমাৰ লগে লগেই সেই ৰথ দাউ দাউকৈ জ্বলি উঠে৷ সেই দৃশ্য দেখি আশ্চৰ্যচকিত হৈ কৃষ্ণক ইয়াৰ কাৰণ সোধে অৰ্জুনে?

অৰ্জুনক ৰথ পুৰি যোৱাৰ কাৰণ কি বুলি ক’লে কৃষ্ণই?

কৃষ্ণ অৰ্জুনক জনাই যে সেই ৰথ ভীষ্ম পিতামহ, দ্ৰোণাচাৰ্য আৰু কৰ্ণৰ দিব্যাস্ত্ৰৰ আঘাতত বহু পূৰ্বেই পুৰি গৈছিল৷ কৰ্ণৰ তীৰেই এই ৰথৰ সবাতোকৈ বেছি ক্ষতি কৰিছিল৷ ৰথত স্বয়ং কৃষ্ণ বিৰাজমান, ধ্বজ্জাত বজৰংবলীৰ অৱস্থান থকাৰ বাবেই ৰথখন অক্ষত দেখা গৈছিল৷ উল্লেখ্য যে কৰ্ণৰ বধৰ পাছত অৰ্জুনৰ মাজত অহংকাৰে জন্ম লয়৷ কৃষ্ণৰ এই কথা শুনাৰ পাছতেই অৰ্জূনৰ অহংকাৰ চূৰ্ণ হৈ পৰে৷ ইয়াৰ পাছতেই কৃষ্ণৰ সন্মুখত নতশীৰে সেৱা জনাই অৰ্জুনে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অসম

আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

September 26, 2026
অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?
নিয়োগ

অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

September 26, 2026
পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬
ভাৰত

পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

September 26, 2026
আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ
জীৱনশৈলী

আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

September 26, 2026
Next Post
বিয়ালৈ মাতিলে নাযাম নেকি? বিনিয়োগ বিষয়ক কোনো সম্পৰ্ক চুমি-তাৰ্কিকৰ সৈতে মোৰ নাইঃ দীপলিনা ডেকা

বিয়ালৈ মাতিলে নাযাম নেকি? বিনিয়োগ বিষয়ক কোনো সম্পৰ্ক চুমি-তাৰ্কিকৰ সৈতে মোৰ নাইঃ দীপলিনা ডেকা

অথাই সাগৰত অকলেই নে, কোনোবা আছে চুমিৰ কাষত? নাচনী চুমিয়ে আৰু কিমান নচুৱাব!

অথাই সাগৰত অকলেই নে, কোনোবা আছে চুমিৰ কাষত? নাচনী চুমিয়ে আৰু কিমান নচুৱাব!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.