• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিয় ভাতৃদ্বিতীয়াৰ পৰাই বন্ধ কৰা হয় কেদাৰনাথৰ দুৱাৰ? জানক প্ৰকৃত কাৰণ

কিয় ভাতৃদ্বিতীয়াৰ পৰাই বন্ধ কৰা হয় কেদাৰনাথৰ দুৱাৰ? জানক প্ৰকৃত কাৰণ

2 years ago
লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

20 minutes ago
একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

43 minutes ago
আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

2 hours ago
অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

2 hours ago
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

3 hours ago
বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

3 hours ago
২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

4 hours ago
পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

5 hours ago
আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

6 hours ago
টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

14 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

14 hours ago
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কিয় ভাতৃদ্বিতীয়াৰ পৰাই বন্ধ কৰা হয় কেদাৰনাথৰ দুৱাৰ? জানক প্ৰকৃত কাৰণ

কিয় ভাইফোঁটাৰ পৰাই বন্ধ হয় কেদাৰনাথ মন্দিৰৰ দুৱাৰ? জানি থওক প্ৰকৃত কাৰণ

editor by editor
November 3, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
কিয় ভাতৃদ্বিতীয়াৰ পৰাই বন্ধ কৰা হয় কেদাৰনাথৰ দুৱাৰ? জানক প্ৰকৃত কাৰণ
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি ভাতৃদ্বিতীয়া। প্ৰতি বছৰৰ দৰে এইবাৰো ভাইফোঁটাৰ দিনাই বন্ধ হ’ল কেদাৰনাথ মন্দিৰৰ দৰ্জা। ইয়াৰ সৈতে এই বছৰৰ চাৰধাম যাত্ৰা বন্ধ হ’ল। ছমাহ মন্দিৰ বন্ধ থকাৰ পাছত আগন্তুক বৰ্ষত অক্ষয় তৃতীয়াৰ পাছত হিন্দুসকলৰ অন্যতম গুৰুত্বপূৰ্ণ এই তীৰ্থক্ষেত্ৰ খুলি দিয়া হ’ব। বুধবাৰে ভাইফোঁটাৰ দিনা কেদাৰৰ পঞ্চমুখী মূৰ্তি পালকিৰে ধৰ্মীয় গীত, বাদ্য আৰু সেনাৰ বেণ্ডসহকাৰে ওখিমঠত শ্ৰী ওমকাৰেশ্বৰ মন্দিৰত নমাই অনা হয়। তাৰ পিছতেই পালকিৰ সৈতে নামি আহে ভক্তগণো। অহা ছমাহলৈ কেদাৰনাথত আৰু কোনো ভক্তই প্ৰৱেশ নকৰে। ওখিমথত অৱস্থিত শ্ৰী ওমকাৰেশ্বৰ মন্দিৰতেই বাবা কেদাৰৰ পূজা অৰ্চনা কৰিব ভক্তগণে।

কিয় ভাইফোঁটাৰ পৰাই বন্ধ হয় কেদাৰনাথ মন্দিৰৰ দৰ্জা?

প্ৰৱল শীতৰ কাৰণে বছৰত ছমাহ বন্ধ থাকে কেদাৰনাথ মন্দিৰৰ দুৱাৰ। বৰফৰ চাদৰে সেই সময়ত কেদাৰনাথ মন্দিৰ ঢাকি ৰাখে। সেই কাৰণেই বছৰৰ ছমাহ মন্দিৰ বন্ধ কৰি দিয়া হয়। কিন্তু কিয় ভাইফোঁটাৰ দিনটোৱেই দুৱাৰ বন্ধ কৰাৰ বাচি লোৱা হৈছে সেই বিষয়টো বহুতেই নাজানে। ইয়াৰ আঁৰত আছে বিশেষ কাহিনী। পুৰাণ অনুসৰি দ্বাপৰ যুগত মহাভাৰতৰ যুদ্ধৰ পাছত পঞ্চপাণ্ডৱ আৰু দ্ৰৌপদীয়ে হিমালয় পৰিভ্ৰমণৰ বাবে ওলাইছিল। সেই সময়তেই কেদাৰনাথ মন্দিৰ নিৰ্মাণ কৰা হৈছিল আৰু মহাদেৱৰ উদ্দেশ্যেৰে উৎসৰ্গা কৰা হৈছিল। তাতেই যুদ্ধত নিহত আত্মীয়ৰ নামত তৰ্পনো কৰিছিল পঞ্চপাণ্ডৱে। আৰু তৰ্পণৰ সেই দিনটোতেই আছিল ভাতৃদ্বিতীয়াও।

ইয়াৰোপৰি ভাতৃদ্বিতীয়াৰ দিনাৰ পৰাই শীত আৰম্ভ হয় বুলি ধৰা হয়। ইয়াৰ পাছৰে পৰাই প্ৰৱল ঠাণ্ডাই আচ্ছন্ন কৰি ৰাখে হিমালয়ৰ দুৰ্গম অঞ্চলত অৱস্থিত কেদাৰধামকো। সেই সময়ত এই স্থানত মানুহ থকাৰো পৰিবেশ নাথাকে। সেয়ে প্ৰতিবছৰে ভাইফোঁটাৰ দিনা কেদাৰনাথ মন্দিৰ বন্ধ কৰি দিয়া হয় আৰু বাবা কেদাৰৰ বিগ্ৰহ নমাই অনা হয় ওখিমঠলৈ। সমস্ত ৰীতি নীতি মানি এই দিনটোত কেদাৰ ধামৰ দৰ্জা বন্ধ কৰি দিয়া হয়। তাৰপিছতেই মহাশিৱৰাত্ৰীতহে পুনৰ এই মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে খুলি দিয়া হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স
বিশ্ব

লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

October 18, 2026
একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু
বিশ্ব

একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

October 18, 2026
আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ
জীৱনশৈলী

আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

October 18, 2026
অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!
প্ৰযুক্তি

অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

October 18, 2026
Next Post
ভাতৃ দ্বিতীয়া পালন কৰোতে মানিব এইকেইটা নিয়ম! অন্যথা মঙ্গলৰ ঠাইত অমঙ্গল হয়

ভাতৃ দ্বিতীয়া পালন কৰোতে মানিব এইকেইটা নিয়ম! অন্যথা মঙ্গলৰ ঠাইত অমঙ্গল হয়

প্ৰকাশ্যে যুৱতীক গোপ/না/ঙ্গ দেখুৱালে কংগ্ৰেছ নেতাই! ভাইৰেল ভিডিঅ’ক লৈ উত্তাল ৰাজনৈতিক মহল

প্ৰকাশ্যে যুৱতীক গোপ/না/ঙ্গ দেখুৱালে কংগ্ৰেছ নেতাই! ভাইৰেল ভিডিঅ’ক লৈ উত্তাল ৰাজনৈতিক মহল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.