• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোকৰাঝাৰৰ কিশোৰীৰ হত্যাকাণ্ড৷ ৮৫০ পৃষ্ঠাজোৰা চাৰ্জশ্বীট দাখিল আৰক্ষীৰ৷

কোকৰাঝাৰৰ কিশোৰীৰ হত্যাকাণ্ড৷ ৮৫০ পৃষ্ঠাজোৰা চাৰ্জশ্বীট দাখিল আৰক্ষীৰ৷

5 years ago
কংগ্ৰেছৰ অসন্তুষ্টিৰ মাজতে কৰ্ণাটকত SIRক সমৰ্থন কংগ্ৰেছ মন্ত্ৰী সতীশ জাৰ্কিহোলি

কংগ্ৰেছৰ অসন্তুষ্টিৰ মাজতে কৰ্ণাটকত SIRক সমৰ্থন কংগ্ৰেছ মন্ত্ৰী সতীশ জাৰ্কিহোলি

11 hours ago
জিম্বাবুৱেৰ বিৰুদ্ধে খেলি কিহৰ বাবে জিণ্টিমণিয়ে পালে পুৰস্কাৰ?

জিম্বাবুৱেৰ বিৰুদ্ধে খেলি কিহৰ বাবে জিণ্টিমণিয়ে পালে পুৰস্কাৰ?

12 hours ago
কুৰুক্ষেত্ৰত পৰিণত সংসদৰ মজিয়া

কুৰুক্ষেত্ৰত পৰিণত সংসদৰ মজিয়া

13 hours ago
আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?

আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?

14 hours ago
‘লোকসভাৰ টিকটৰ নামত লৈছিল ৭ কোটি টকা লৈছিল প্ৰিয়ংকা গান্ধীয়ে’

‘লোকসভাৰ টিকটৰ নামত লৈছিল ৭ কোটি টকা লৈছিল প্ৰিয়ংকা গান্ধীয়ে’

14 hours ago
বেংকত সুৰক্ষিত নে আপোনাৰ ধন? PNBৰ এটা শাখাৰ পৰা কোটি কোটি টকাৰ হৰলুকি!

বেংকত সুৰক্ষিত নে আপোনাৰ ধন? PNBৰ এটা শাখাৰ পৰা কোটি কোটি টকাৰ হৰলুকি!

15 hours ago
অবৈধ প্ৰেমৰ বাবে দুই সন্তানৰ সৈতে কৰিলে এই কাম

অবৈধ প্ৰেমৰ বাবে দুই সন্তানৰ সৈতে কৰিলে এই কাম

16 hours ago
নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান

নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান

16 hours ago
পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ’ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ’ল গ্ৰাহকৰ

পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ’ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ’ল গ্ৰাহকৰ

17 hours ago
চূড়ান্ত পৰ্যায়ৰ ধুৰন্ধৰ ঘাতক ঘনকান্ত, কন্যাৰ শিক্ষাতো ঘনকান্তই কৰিছিল প্ৰৱঞ্চনা

চূড়ান্ত পৰ্যায়ৰ ধুৰন্ধৰ ঘাতক ঘনকান্ত, কন্যাৰ শিক্ষাতো ঘনকান্তই কৰিছিল প্ৰৱঞ্চনা

17 hours ago
বিদায় নিশ্চিত! সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত নেতান্যাহু

বিদায় নিশ্চিত! সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত নেতান্যাহু

18 hours ago
আন এক মৰ্মান্তিক ঘটনা! নিমিষতে শেষ হৈ গ’ল এটা পৰিয়াল

আন এক মৰ্মান্তিক ঘটনা! নিমিষতে শেষ হৈ গ’ল এটা পৰিয়াল

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

কোকৰাঝাৰৰ কিশোৰীৰ হত্যাকাণ্ড৷ ৮৫০ পৃষ্ঠাজোৰা চাৰ্জশ্বীট দাখিল আৰক্ষীৰ৷

editor by editor
September 7, 2021
in অপৰাধ, অসম
0
কোকৰাঝাৰৰ কিশোৰীৰ হত্যাকাণ্ড৷ ৮৫০ পৃষ্ঠাজোৰা চাৰ্জশ্বীট দাখিল আৰক্ষীৰ৷
0
SHARES
93
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ১১ জুনত কোকৰাঝাৰৰ অভয়াখুটিত ২ জনজাতীয় কিশোৰীৰ মৃতদেহ আমগছত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছিল৷ প্ৰথমে আত্মহত্যা বুলি ধাৰণা কৰা হৈছিল যদিও ই যে দৰাচলতে হত্যাকাণ্ড আছিল তাত কাৰোৰে সন্দেহ নাছিল৷ এই ঘটনাৰে কোকৰাঝাৰ আৰক্ষীয়ে ৮৫০ পৃষ্ঠাজোৰা চাৰ্জশ্বীট দাখিল কৰে৷ চাৰ্জশ্বীট অন্তৰ্ভুক্ত কৰে ৩ অভিযুক্তৰ নাম৷ তেওঁলোক মুজাম্মেল শ্বেখ (২০), নছিবুল আলী শ্বেখ (১৯), ফৰিজুল ৰহমান (২২)৷ কোকৰাঝাৰৰ বিশেষ আদালতত অভিযোগনামা দাখিল কৰি আৰক্ষীয়ে অনুষ্ঠিত কৰে সংবাদমেল৷ এই সংবাদমেলতেই সদৰী কৰে এজাহাৰ, অনুসন্ধানৰ পৰা অভিযোগনামা প্ৰস্তুতলৈ সকলো কথা৷  কোকৰাঝাৰৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত btrৰ ভাৰপ্ৰাপ্ত igp এল আৰ বিষ্ণৱে কয় যে কোভিডৰ বাবে বন্ধ হৈ থকা আদালত খোল খোৱাত ফাষ্টট্ৰেক আদালতৰ জৰিয়তে বিচাৰ হ’ব আৰু দোষীয়ে শাস্তি পাব৷ তদন্ত কালত আৰক্ষীয়ে বৰপেটাৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ১২টা বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰি সম্পন্ন কৰা মৰণোত্তৰ পৰীক্ষাটো কিশোৰী দুগৰাকী ধৰ্ষণৰ বলি হোৱাৰ প্ৰমাণ পাইছে৷ ইপিনে বিষ্ণৱে কয় যে প্ৰতিষ্ঠিত ব্যৱস্থা অনুযায়ী পৰিয়ালৰ লোকে ক্ষতিপূৰণ লাভ কৰিব৷  ইপিনে আৰক্ষীৰ তদন্তত কালত হত্যাৰ কথা স্বীকাৰ ৩ অভিযুক্তই৷ ধৰ্ষণৰ বলি হোৱা কিশোৰী দুগৰাকীয়ে ঘটনাটো পৰিয়াল তথা ৰাইজক অৱগত কৰাৰ ভাবুকি দিয়ে আৰু তেতিয়াই দুয়োকো হত্যা কৰি ওৰণিৰে গছত ওলোমাই আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰাৰ কথা স্বীকাৰ ৩ অভিযুক্তৰ৷ ১২ জুনত কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেচাৰৰ অধ্যক্ষতাত sit গঠন কৰা হৈছিল আৰু ১৩ জুনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভুক্তভোগীৰ পৰিয়ালৰ খবৰ ল’বলৈ অভয়াখুটিত উপস্থিত হৈছিল৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশতেই আৰক্ষীয়ে গ্ৰহণ কৰে ক্ষিপ্ৰতৰ ব্যৱস্থা৷

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24kokrajharkokrjhar murder
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান
অসম

নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান

October 29, 2026
পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ’ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ’ল গ্ৰাহকৰ
অপৰাধ

পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ’ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ’ল গ্ৰাহকৰ

October 29, 2026
চূড়ান্ত পৰ্যায়ৰ ধুৰন্ধৰ ঘাতক ঘনকান্ত, কন্যাৰ শিক্ষাতো ঘনকান্তই কৰিছিল প্ৰৱঞ্চনা
অসম

চূড়ান্ত পৰ্যায়ৰ ধুৰন্ধৰ ঘাতক ঘনকান্ত, কন্যাৰ শিক্ষাতো ঘনকান্তই কৰিছিল প্ৰৱঞ্চনা

October 29, 2026
বাল্য বিৱাহৰ বিৰুদ্ধে অসম আৰক্ষীৰ বৃহৎ অভিযান
অসম

বাল্য বিৱাহৰ বিৰুদ্ধে অসম আৰক্ষীৰ বৃহৎ অভিযান

October 28, 2026
Next Post
মামা এইবাৰ KBC ত

মামা এইবাৰ KBC ত

অভয়াখুঁটিৰ ২ কিশোৰীৰ চাঞ্চল্যকৰ হত্যাকাণ্ড

অভয়াখুঁটিৰ ২ কিশোৰীৰ চাঞ্চল্যকৰ হত্যাকাণ্ড

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.