• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মোক অপৰাধী সজোৱা হৈছে… আদালতত ভাঙি পৰিছে সঞ্জয় ৰায়, পলিগ্ৰাফ টেষ্ট নিজেও কিয় বিচাৰিছে সঞ্জয় ৰায়ে?

মোক অপৰাধী সজোৱা হৈছে… আদালতত ভাঙি পৰিছে সঞ্জয় ৰায়, পলিগ্ৰাফ টেষ্ট নিজেও কিয় বিচাৰিছে সঞ্জয় ৰায়ে?

2 years ago
সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

49 minutes ago
২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

2 hours ago
পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

3 hours ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

আজি ৩ ৰাশিৰ উজলিব ভাগ্য! ধন-কেৰিয়াৰত আহিব পাৰে ভাল সুযোগ

4 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

5 hours ago
জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

13 hours ago
১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

13 hours ago
ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

13 hours ago
মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

14 hours ago
এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

16 hours ago
টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

16 hours ago
কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

মোক অপৰাধী সজোৱা হৈছে… আদালতত ভাঙি পৰিছে সঞ্জয় ৰায়, পলিগ্ৰাফ টেষ্ট নিজেও কিয় বিচাৰিছে সঞ্জয় ৰায়ে?

মোক অপৰাধী সজোৱা হৈছে, আদালতত ভাঙি পৰিছে সঞ্জয় ৰায়, পলিগ্ৰাফ টেষ্ট নিজেও কিয় বিচাৰিছে সঞ্জয় ৰায়ে?

editor by editor
August 24, 2024
in অপৰাধ, জীৱনশৈলী, ভাৰত
0
মোক অপৰাধী সজোৱা হৈছে… আদালতত ভাঙি পৰিছে সঞ্জয় ৰায়, পলিগ্ৰাফ টেষ্ট নিজেও কিয় বিচাৰিছে সঞ্জয় ৰায়ে?
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ এণ্ড হস্পিতালৰ চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰৰ মূল অভিযুক্ত সঞ্জয় ৰয়ে শুকুৰবাৰে নিজকে নিৰ্দোষী বুলি দাবী কৰি ন্যায়াধীশৰ সন্মুখত আৱেগিক হৈ পৰে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই সঞ্জয় ৰায়ক কলকাতাৰ আদালতত হাজিৰ কৰি গোচৰটোৰ অভিযুক্ত আৰু সন্দেহযুক্ত লোকৰ পলিগ্ৰাফ টেষ্টৰ অনুমতি বিচাৰিছিল। আজি সঞ্জয়কে ধৰি ৭ব্যক্তিৰ কৰা হ’ব পলিগ্ৰাফ টেষ্ট৷

ইফালে পলিগ্ৰাফ টেষ্টৰ পূৰ্বে সঞ্জয় ৰায়ে আদালতত কয় যে তেওঁ নিৰ্দোষী৷ তেওঁক অপৰাধী সজোৱা হৈছে৷ পলিগ্ৰাফ টেষ্ট কৰিলে ভালেই হ’ব সঁচা কথা ওলাই পৰিব৷ আদালতে সঞ্জয় ৰায়ৰ পলিগ্ৰাফ টেষ্ট কৰিবলৈ অনুমতি দিয়ে। ইয়াৰ উপৰিও সঞ্জয়ক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় ৷

আদালতে এই গোচৰৰ সৈতে জড়িত আৰ জি কাৰ মেডিকেল কলেজ এণ্ড হস্পিতালৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষ আৰু আন পাঁচ ব্যক্তিৰ পলিগ্ৰাফ টেষ্টৰ অনুমতি প্ৰদান কৰে। এই পাঁচব্যক্তিৰ ভিতৰত ঘটনা সংঘটিত হোৱা নিশা মৃত চিকিৎসকৰ সৈতে ৰাতিৰ আহাৰ গ্ৰহণ কৰা চাৰিজন চিকিৎসক আৰু ৰয়ো আছে।

কলকাতাৰ চিকিৎসক ধৰ্ষণ-হত্যাৰ গোচৰ

৯ আগষ্টত কলকাতাৰ আৰ জি কাৰ মেডিকেল কলেজ এণ্ড হস্পিতালৰ চেমিনাৰ হলৰ ভিতৰত ধৰ্ষণ কৰি হত্যা কৰিছিল তৰুণী এগৰাকী চিকিৎসকক৷  হাস্পতালৰ তৃতীয় মহলাৰ চেমিনাৰ হলত ​​গভীৰ নিশা সংঘটিত হয় এই অপৰাধ আৰু আৰক্ষীয়ে জনোৱা মতে, তেওঁৰ শৰীৰত একাধিক আঘাতৰ চিহ্নও পোৱা গৈছে৷

এই অপৰাধৰ এদিন পিছতে গ্ৰেপ্তাৰ কৰা হয় সঞ্জয় ৰায়ক। অপৰাধৰ আনুমানিক সময়ৰ আশে-পাশে তেওঁক অট্টালিকাটোত প্ৰৱেশ কৰা দেখা গৈছিল, আৰু অপৰাধস্থলীৰ ওচৰতে তেওঁৰ ব্লুটুথ হেডফোন উদ্ধাৰ কৰা হৈছিল। সঞ্জয় ৰয়ৰ মোবাইল ফোনত কেইবাটাও পৰ্ণগ্ৰাফিৰ ক্লিপ উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে।

এই অপৰাধৰ ফলত ব্যাপক ক্ষোভৰ সৃষ্টি হোৱাৰ ওপৰিও দেশজুৰি প্ৰতিবাদ চলিছে৷ সমগ্ৰ ভাৰতৰ প্ৰায়বোৰ চৰকাৰী চিকিৎসালয়ত এই ঘটনাৰ প্ৰতিবাদ চলি আছে৷ উচ্চতম ন্যায়ালয়ে আৱেদন জনোৱাৰ পাছতহে বিগত বৃহস্পতিবাৰৰ পৰা কামলৈ উভতিছে চিকিৎসকসকল৷ 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!
ভাৰত

২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

September 29, 2026
পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!
জীৱনশৈলী

পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

September 29, 2026
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা
জীৱনশৈলী

আজি ৩ ৰাশিৰ উজলিব ভাগ্য! ধন-কেৰিয়াৰত আহিব পাৰে ভাল সুযোগ

September 29, 2026
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!
জীৱনশৈলী

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

September 29, 2026
Next Post
বিলাসী জীৱন, দেশ বিদেশত সম্পত্তি, ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা বিদায় লোৱা শিখৰ ধাৱানৰ নেটৱৰ্থ জানেনে?

বিলাসী জীৱন, দেশ বিদেশত সম্পত্তি, ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা বিদায় লোৱা শিখৰ ধাৱানৰ নেটৱৰ্থ জানেনে?

কোহলী, ৰোহিতেও গঢ়া নাই এই অভিলেখ, কি কি অভিলেখেৰে শিখৰত ঠিয় হৈ আছে শিখৰ ধাৱান?

কোহলী, ৰোহিতেও গঢ়া নাই এই অভিলেখ, কি কি অভিলেখেৰে শিখৰত ঠিয় হৈ আছে শিখৰ ধাৱান?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.