• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জনপ্ৰিয় ধাৰাবাহিক ‘কুমকুম ভাগ্য’ৰ এইগৰাকী অভিনেত্ৰীৰ চৰ*ম পন্থা

জনপ্ৰিয় ধাৰাবাহিক ‘কুমকুম ভাগ্য’ৰ এইগৰাকী অভিনেত্ৰীৰ চৰ*ম পন্থা

2 months ago
গৰমত শৰীৰ শীতল কৰা পঁইতা ভাতক ইংৰাজীত কি বুলি কয়? ৯৯% লোকে নাজানে উত্তৰ

গৰমত শৰীৰ শীতল কৰা পঁইতা ভাতক ইংৰাজীত কি বুলি কয়? ৯৯% লোকে নাজানে উত্তৰ

59 minutes ago
৮ম দৰমহা আয়োগ সন্দৰ্ভত এটা নতুন খবৰ

৮ম দৰমহা আয়োগ সন্দৰ্ভত এটা নতুন খবৰ

3 hours ago
চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?

চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?

4 hours ago
যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!

যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!

4 hours ago
ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী

ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী

4 hours ago
ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

5 hours ago
পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

6 hours ago
৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক

৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক

6 hours ago
মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ

মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ

7 hours ago
ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?

ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?

8 hours ago
‘পত্নীয়ে ক’লৈ যাব, কিয় যাব তাৰ অনুমতি স্বামীৰ পৰা ল’ব নালাগে’

‘পত্নীয়ে ক’লৈ যাব, কিয় যাব তাৰ অনুমতি স্বামীৰ পৰা ল’ব নালাগে’

8 hours ago
খান ছাৰৰ অবৈধ সম্পৰ্ক? খান ছাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ যুৱতীৰ

খান ছাৰৰ অবৈধ সম্পৰ্ক? খান ছাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ যুৱতীৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

জনপ্ৰিয় ধাৰাবাহিক ‘কুমকুম ভাগ্য’ৰ এইগৰাকী অভিনেত্ৰীৰ চৰ*ম পন্থা

দেশৰ টেলিভিশ্যন উদ্যোগত শোকৰ ছাঁ

editor by editor
June 15, 2026
in চিনেমা, বিনোদন, বিবিধ, ভাৰত, লেখা
0
জনপ্ৰিয় ধাৰাবাহিক ‘কুমকুম ভাগ্য’ৰ এইগৰাকী অভিনেত্ৰীৰ চৰ*ম পন্থা
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশৰ টেলিভিশ্যন জগতৰ পৰা এক হৃদয়বিদাৰক খবৰ আহিছে। টিভি আৰু চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰী সঞ্চিতা উগলেৰ মৃ*ত্যু হৈছে। মৃ*ত্যুৰ সময়ত সঞ্চিতাৰ বয়স আছিল ৩০ বছৰ। প্ৰাপ্ত তথ্য অনুসৰি দেওবাৰে সন্ধিয়া প্ৰায় ৭:৩০ বজাত মুম্বাইৰ ভাছাইস্থিত গৃহত সঞ্চিতাক মৃ*ত অৱস্থাত উদ্ধাৰ কৰা হয়। ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ প্ৰাথমিক তদন্তত অভিনেত্ৰীগৰাকীয়ে চৰ*ম পন্থা অৱলম্বন কৰা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।

মৃত্যুৰ পূৰ্বে সঞ্চিতাই শ্বেয়াৰ কৰিছিল ইনষ্টাগ্ৰাম ৰীল

আশ্চৰ্যজনকভাৱে, মৃত্যুৰ কিছু সময় পূৰ্বেই সঞ্চিতাই ইনষ্টাগ্ৰামত এটা ৰীল ভিডিঅ’ শ্বেয়াৰ কৰিছিল। ৰীলটোত তেওঁক অতি আনন্দিত আৰু উচ্ছ্বসিত অৱস্থাত দেখা গৈছিল। সঞ্চিতাই পিতৃ-মাতৃ আৰু কনিষ্ঠ ভগ্নীৰ সৈতে একেলগে বাস কৰিছিল। ঘটনাৰ সময়ত ঘৰত সঞ্চিতাৰ বাসগৃহত কোনো নাছিল বুলি আৰক্ষীৰ প্ৰাথমিক তদন্তত প্ৰকাশ। ইপিনে সঞ্চিতা উগলেৰ আকস্মিক মৃ*ত্যুৰ খবৰটো বিয়পি পৰাৰ লগে লগে টিভি উদ্যোগত গভীৰ শোকৰ বন্যা বৈছে।

কেৱল ৩০ বছৰ বয়সতে লাভ কৰিছিল জনপ্ৰিয়তা

সঞ্চিতা উগলেই টেলিভিশ্যনৰ কেইবাখনো জনপ্ৰিয় ধাৰাবাহিকত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিছিল। বিশেষকৈ ‘কুমকুম ভাগ্য’ আৰু ‘ৱাগলে কি দুনীয়া’ ধাৰাবাহিকত তেওঁৰ অভিনয়ে যথেষ্ট সমাদৰ লাভ কৰিছিল। ইয়াৰ উপৰিও সঞ্চিতাই ‘ছাৱা’ নামৰ ছবিখনত তাৰাবাইৰ চৰিত্ৰত অভিনয় কৰিছিল। সঞ্চিতা উগলেৰ অকাল বিয়োগে বিনোদনজগতক এক অপূৰণীয় ক্ষতি কৰিলে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Bollywood
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গৰমত শৰীৰ শীতল কৰা পঁইতা ভাতক ইংৰাজীত কি বুলি কয়? ৯৯% লোকে নাজানে উত্তৰ
জীৱনশৈলী

গৰমত শৰীৰ শীতল কৰা পঁইতা ভাতক ইংৰাজীত কি বুলি কয়? ৯৯% লোকে নাজানে উত্তৰ

August 27, 2026
৮ম দৰমহা আয়োগ সন্দৰ্ভত এটা নতুন খবৰ
নিয়োগ

৮ম দৰমহা আয়োগ সন্দৰ্ভত এটা নতুন খবৰ

August 27, 2026
চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?
অসম

চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?

August 27, 2026
যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!
অসম

যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!

August 27, 2026
Next Post
Daily Horoscope: আজি ৩ ৰাশিৰ ওপৰত কৃপা কৰিব মহাদেৱে, চাওক দৈনিক ৰাশিফল

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৰাশিফলে দিছে সৌভাগ্য উদয়ৰ ইংগিত!

ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

Menstrual Cup ব্যৱহাৰৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.