• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হিন্দু যুৱতীক প্ৰেম কৰিবলৈকে কোৰাণ আলি হ’ল কৰণ সিং, প্ৰেমৰ অন্তত ঠিকনা কাৰাগাৰ, মাজৰ ঘটনা কি?

1 year ago
এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে মন্ত্ৰী পীয়ুষে?

4 minutes ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

34 minutes ago
এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

52 minutes ago
PNB ত ৩০৪ দিনৰ বাবে ৩লাখ জমা কৰিব? কিমান ৰিটাৰ্ণ পাব, জানি থওক সবিশেষ

2 hours ago
শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

3 hours ago
১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

5 hours ago
১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

6 hours ago
বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

হিন্দু যুৱতীক প্ৰেম কৰিবলৈকে কোৰাণ আলি হ’ল কৰণ সিং, প্ৰেমৰ অন্তত ঠিকনা কাৰাগাৰ, মাজৰ ঘটনা কি?

হিন্দু যুৱতীক প্ৰেম কৰিবলৈকে কোৰাণ আলি হ’ল কৰণ সিং, প্ৰেমৰ অন্তত ঠিকনা কাৰাগাৰ, মাজৰ ঘটনা কি?

editor by editor
September 26, 2024
in অপৰাধ, অসম, জীৱনশৈলী, বিবিধ, লেখা
0
হিন্দু যুৱতীক প্ৰেম কৰিবলৈকে কোৰাণ আলি হ’ল কৰণ সিং, প্ৰেমৰ অন্তত ঠিকনা কাৰাগাৰ, মাজৰ ঘটনা কি?
0
SHARES
340
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এইবাৰ আন এক লাভ জেহাদৰ ঘটনা। প্ৰথমে প্ৰেম তাৰ পিছত ব্লেকমেইলিং। নাম কোৰান আলি কিন্তু সকলোকে পৰিচয় দিয়ে কৰণ সিং। কৰণ সিঙৰ পৰিচয়েৰে হিন্দু যুৱতীক প্ৰেমত পেলাইছিল কোৰাণে৷

এই ঘটনা তিতাবৰত। তিতাবৰত লাভ জেহাদৰ বলি এগৰাকী হিন্দু সম্প্ৰদায়ৰ যুৱতী। তিতাবৰত জলজীৱনৰ মিস্ত্ৰী কাম কৰিবলৈ আহি ভুৱা হিন্দু পৰিচয়েৰে সম্পৰ্ক স্থাপন কৰা যুৱকজনৰ নাম কৰণ আলি। কৰণ আলিৰ ঘৰ দক্ষিণ শালমৰা জিলাৰ ফকিৰগঞ্জত। যুৱকজনৰ সকলো কথা গম পোৱাৰ পাছত যুৱতীগৰাকীক ধৰ্মান্তৰিত কৰিবলৈও হেচাঁ প্ৰদান কৰিছিল কোৰান আলিয়ে৷ যুৱতীগৰাকীক কৰণে ভাবুকি দিছিল যে যদি ধৰ্মান্তক নকৰে তেন্তে পৰিয়ালৰ লোকক প্ৰাণে মৰাৰো ভাবুকি দিছিল কোৰাণে৷

উপান্তৰত যুৱতীগৰাকীয়ে তিতাবৰ আৰক্ষী থানাত যুৱক গৰাকী বিৰুদ্ধে দাখিল কৰে এখন এজাহাৰ। যুৱকজনৰ বিৰুদ্ধে তিতাবৰ আৰক্ষী থানাত ৭৬/২০২৪ নম্বৰত এটা গোচৰ ৰুজু কৰি ভাৰতীয় ন্যায় সংহিতাৰ অধীনত ২৯৯/ ৩০৮(৪)/৩১৮ (২) / ৩১৮ (৪)/ ৩১৯( ২) / ৩৫১(৩) / ৫৫/৫৭ নম্বৰত গোচৰ পঞ্জীয়ন কৰি দক্ষিণ শালমৰাৰ আৰক্ষীৰ সহযোগত নিশাৰ ভাগত গ্ৰেপ্তাৰ কৰিছে। ইতিমধ্যে লম্পত কোৰান আলীক আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে মন্ত্ৰী পীয়ুষে?
জীৱনশৈলী

March 17, 2026
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন
ভাৰত

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

March 17, 2026
এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়
জীৱনশৈলী

এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

March 17, 2026
PNB ত ৩০৪ দিনৰ বাবে ৩লাখ জমা কৰিব? কিমান ৰিটাৰ্ণ পাব, জানি থওক সবিশেষ
জীৱনশৈলী

PNB ত ৩০৪ দিনৰ বাবে ৩লাখ জমা কৰিব? কিমান ৰিটাৰ্ণ পাব, জানি থওক সবিশেষ

March 17, 2026
Next Post
আধাৰ কাৰ্ড দেখুৱাই আপুনি ল’ব পাৰে কোটি টকাৰ ঋণ, কিন্তু কেনেকৈ?

আজি মনমোহন সিঙৰ ওপজা দিনঃ জানক কেনেকৈ তেওঁৰ এই ৫ সিদ্ধান্তই গঢ়িছে নতুন ভাৰত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন