• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শান্ত লাডাখত হঠাৎ কি হৈছে? তুষাৰে ঢাকি থোৱা পদপথত হাজাৰ হাজাৰ মানুহৰ বিক্ষোভ

শান্ত লাডাখত হঠাৎ কি হৈছে? তুষাৰে ঢাকি থোৱা পদপথত হাজাৰ হাজাৰ মানুহৰ বিক্ষোভ

2 years ago
‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?

‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?

50 minutes ago
Love নে Arranged Marriage কৰাটো উত্তম? বিবাহৰ পূৰ্বে জানক টিপছ

Love নে Arranged Marriage কৰাটো উত্তম? বিবাহৰ পূৰ্বে জানক টিপছ

1 hour ago
চুম্বন কৰি বিপদত বিপাশা! শ্বুটিং শেষ কৰি দৌৰিলে বাথৰুমলৈ, তাৰ পিছত…

চুম্বন কৰি বিপদত বিপাশা! শ্বুটিং শেষ কৰি দৌৰিলে বাথৰুমলৈ, তাৰ পিছত…

2 hours ago
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

3 hours ago
কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক

কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক

3 hours ago
ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়

ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়

4 hours ago
হৰমুজত আৱদ্ধ ৯০ শতাংশ সামগ্ৰী উদ্ধাৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনালে এই কথা

হৰমুজত আৱদ্ধ ৯০ শতাংশ সামগ্ৰী উদ্ধাৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনালে এই কথা

5 hours ago
ৰাতিপুৱা টোপনিৰ পৰা উঠি নাচাব এইবোৰ বস্তু, দিনটো যাব বেয়া!

ৰাতিপুৱা টোপনিৰ পৰা উঠি নাচাব এইবোৰ বস্তু, দিনটো যাব বেয়া!

6 hours ago
বিপদ যাব আঁতৰি, মাত্ৰ ঘৰৰ এই স্থানত ৰাখক ময়ূৰৰ পাখি!

বিপদ যাব আঁতৰি, মাত্ৰ ঘৰৰ এই স্থানত ৰাখক ময়ূৰৰ পাখি!

7 hours ago
উশাহ লোৱাত সমস্যা, ই কি কি ৰোগৰ ইংগিত দিব পাৰে?

উশাহ লোৱাত সমস্যা, ই কি কি ৰোগৰ ইংগিত দিব পাৰে?

7 hours ago
Daily Horoscope: আজি ভাগ্য উদয় হ’ব বহু ৰাশিৰ, জানক দৈনিক ৰাশিফল

Daily Horoscope: আজি ভাগ্য উদয় হ’ব বহু ৰাশিৰ, জানক দৈনিক ৰাশিফল

8 hours ago
IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শান্ত লাডাখত হঠাৎ কি হৈছে? তুষাৰে ঢাকি থোৱা পদপথত হাজাৰ হাজাৰ মানুহৰ বিক্ষোভ

editor by editor
February 4, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি
0
শান্ত লাডাখত হঠাৎ কি হৈছে? তুষাৰে ঢাকি থোৱা পদপথত হাজাৰ হাজাৰ মানুহৰ বিক্ষোভ
0
SHARES
551
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ লেহ-লাডাখ ৰাইড বহুতৰেই সপোন। কিন্তু সপোন দেখিলেও লাডাখলৈ এইকেইটা দিনত ভুলতো যাত্ৰা নকৰিব। বৰফেৰে শুভ্ৰ লাডাখত জ্বলিছে ক্ষোভৰ দাৱানল। তীব্ৰ শীতক উপেক্ষা কৰি ৰাস্তাই ৰাস্তাই প্ৰতিবাদত নামিছে হাজাৰ হাজাৰ লোকে। পুৰুষেই নহয় মহিলাসকলো ওলাই আহিছে ৰাজপথলৈ। কিন্তু কিয় এনেকৈ ৰাজপথত নামিছে লাডাখবাসী? দেশৰ সকলোতকৈ শান্তিপূৰ্ণ এলেকা হিচাপে পৰিচিত লাডাখবাসীৰ ক্ষোভ এতিয়া চৰকাৰৰ বিৰুদ্ধে। চৰকাৰৰ ওচৰত কি কি দাবী ৰাখিছে লাডাখবাসীয়ে?

কি দাবী লাডাখৰ বাসিন্দাসকলৰ?

পূৰ্বে লাডাখক জন্মু-কাশ্মীৰৰ পৰা পৃথক কৰি কেন্দ্ৰীয়শাসিত অঞ্চল হিচাপে স্বীকৃতি দিয়া হৈছিল। কেন্দ্ৰীয়শাসিত অঞ্চলৰ স্বীকৃতি লাভ কৰি মুঠেও সুখী নহয় লাডাখৰ জনতা। লাডাখবাসীৰ বহুদিনীয়া দাবী যে তেওঁলোকক পৃথক ৰাজ্য লাগে। পূৰ্ণ ৰাজ্যৰ মৰ্যাদা বিচাৰিয়েই ৰাজপথত নামিছে লাডাখৰ হাজাৰ হাজাৰ লোক। বিক্ষোভৰ বাবেই বন্ধ কৰি দিয়া হৈছে লাডাখৰ সকলো দোকান পোহাৰ। এই বিক্ষোভৰ নেতৃত্ব দিছে লেহ এপেক্স বডি (LAB) আৰু কাৰ্গিল ডেমোক্ৰেটিক এলায়েন্স (KDA)য়ে। তেওঁলোকৰ নেতৃত্বতেই শীতকো নেওচি প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে সমূহ লাডাখবাসী।

https://x.com/news24tvchannel/status/1753988652135284751?s=20

২০১৯ চনত ৩৭০ ধাৰা উঠাই লোৱা হৈছিল। এই সিদ্ধান্তক বিজেপি চৰকাৰৰ বৃহৎ সাফল্য বুলিও দাবী কৰা হৈছে। ২০১৯ চনত ৫ আগষ্টত জম্মু-কাশ্মীৰৰ পৰা ৩৭০ আৰু ৩৫এ ধাৰা আঁতৰাই দিয়া হৈছিল। সেই সময়ত এই দুই কেন্দ্ৰিয়শাসিত অঞ্চল বিভক্তও কৰা হৈছিল। ইয়াৰ মাজতেই এখন হৈছে জম্মু আৰু আনখন কাশ্মীৰ। এই দুই অঞ্চল এখন বিধানসভা সহ এটা কেন্দ্ৰীয়শাসিত অঞ্চললৈ পৰিণত হৈছে। একে সময়তে লাডাখত বিধানসভা অবিহনেই এক কেন্দ্ৰীয়শাসিত অঞ্চল বুলি ঘোষণা কৰা হয়। পোনতে লাডাখক কেন্দ্ৰীয়শাসিত অঞ্চল কৰাত বৰ বিশেষ আপত্তি দৰ্শোৱা নাছিল লাডাখবাসীয়ে। কিন্তু লাহে লাহে লাডাখবাসীৰ শান্ত সমায়িত সেই স্বৰ প্ৰতিবাদক স্বৰলৈ ৰূপান্তৰ হৈছে। লাডাখৰ চৌদিশে এতিয়া বিক্ষোভ। লাডাখৰ সাধাৰণ জনতা এতিয়া আমোলাতন্ত্ৰৰ প্ৰতি বিৰক্ত হৈ পৰিছে। তেওঁলোকৰ দাবী, জনগণক তেওঁলোকৰ প্ৰতিনিধি নিৰ্বাচনৰ সুযোগ লাগে। এয়া তেতিয়াহে সম্ভৱ যেতিয়া লাডাখ এখন পুৰ্ণ ৰাজ্য হ’ব। সেয়ে পোনতে তেওঁলোকক এখন ৰাজ্য লাগে। LAB আৰু KDAয়ে লাডাখৰ দুটা অঞ্চলক প্ৰতিনিধিত্ব কৰে। এই দুই দলেই এতিয়া এই বিক্ষোভক নেতৃত্ব দিছে।

পৃথক সংসদীয় আসন
লাডাখৰ বিক্ষোভকাৰীয়ে তেওঁলোকৰ দাবীসমূহ স্পষ্টৰূপত তুলি ধৰিছে। তেওঁলোকৰ প্রধান দাবীসমূহ হৈছে কেন্দ্ৰীয়শাসিত অঞ্চল লাডাখক এখন পূৰ্ণাংগ ৰাজ্য বুলি স্বীকৃতি দিয়া। ইয়াৰ সৈতে সংবিধানৰ ষষ্ঠ দফা কাৰ্যকৰ কৰা আৰু লেহ আৰু কাৰ্গিল জিলাৰ বাবে পৃথক সংসদীয় আসন প্ৰতিষ্ঠা কৰা। ষষ্ঠ দফাৰ অধীনত উপজাতীয় এলেকাত স্বায়ত্তশাসিত জিলা তৈয়াৰৰো বিধান আছে। লাডাখত বহুতো উপজাতিয়ে বসবাস কৰে সেয়ে তেওঁলোকৰ বাবে স্বায়ত্বশাসিত জিলা দাবী কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে বুলিও জনাইছে বিক্ষোভকাৰীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Love নে Arranged Marriage কৰাটো উত্তম? বিবাহৰ পূৰ্বে জানক টিপছ
জীৱনশৈলী

Love নে Arranged Marriage কৰাটো উত্তম? বিবাহৰ পূৰ্বে জানক টিপছ

April 11, 2026
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী
জীৱনশৈলী

দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

April 11, 2026
কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক
বাণিজ্য

কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক

April 11, 2026
ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়
বাণিজ্য

ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়

April 11, 2026
Next Post
ম.., মাংস সকলো ত্যাগ, ৰামায়ণৰ শ্বুটিং কৰিবলৈকে ৰণবীৰে পালন কৰিছে কেইবাটাও কঠোৰ ব্ৰত

ম.., মাংস সকলো ত্যাগ, ৰামায়ণৰ শ্বুটিং কৰিবলৈকে ৰণবীৰে পালন কৰিছে কেইবাটাও কঠোৰ ব্ৰত

বিচ্ছেদত প্ৰেম জানো শেষ হয়! আমিৰ-কিৰণ-ৰীণাই আজিও একেলগে আড্ডা দিয়ে, মাজে মাজে নৈশভোজ, বিচ্ছেদক কেনেকৈ গ্ৰহণ কৰিব বুজাই ক’লে কিৰণ ৰাওৱে

বিচ্ছেদত প্ৰেম জানো শেষ হয়! আমিৰ-কিৰণ-ৰীণাই আজিও একেলগে আড্ডা দিয়ে, মাজে মাজে নৈশভোজ, বিচ্ছেদক কেনেকৈ গ্ৰহণ কৰিব বুজাই ক’লে কিৰণ ৰাওৱে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.