লখিমপুৰৰ হাৰমতী বন্ধন বেংকৰ সোণালী যাত্ৰা। চেনেহৰ বান্ধোনেৰে বন্ধন বেংকে হাঁহি বিৰিঙাইছে বহুতৰ মুখত। স্বাৱলম্বনৰ সোণালী পথৰ সন্ধান দিছে হাৰমতী বন্ধন বেংকে।