• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মে মাহৰ শেষত লক্ষ্মী নাৰায়ণ যোগ, সৌভাগ্যৰ দুৱাৰ খুলিব ৫ৰাশিৰ জাতক জাতিকাৰ

মে মাহৰ শেষত লক্ষ্মী নাৰায়ণ যোগ, সৌভাগ্যৰ দুৱাৰ খুলিব ৫ৰাশিৰ জাতক জাতিকাৰ

1 month ago
কি কি মূল্যাংকৰ লোকৰ সোনকালে খং উঠে? জানি হ’ব আচৰিত

কি কি মূল্যাংকৰ লোকৰ সোনকালে খং উঠে? জানি হ’ব আচৰিত

39 minutes ago
গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ

৩৫ বছৰৰ পিছত গৰ্ভৱতী হোৱাটো কিমান সুৰক্ষিত? বিশেষজ্ঞৰ পৰা জানক

1 hour ago
সকলো বিপদ আঁতৰিব, মাথোঁ এই ৪ বিধ প্ৰসাদেৰে হনুমানক কৰক সন্তুষ্ট!

সকলো বিপদ আঁতৰিব, মাথোঁ এই ৪ বিধ প্ৰসাদেৰে হনুমানক কৰক সন্তুষ্ট!

2 hours ago
চৰ্দিত নাক বন্ধ? ঘৰুৱা সহজ উপায়েৰে কৰক ঠিক

চৰ্দিত নাক বন্ধ? ঘৰুৱা সহজ উপায়েৰে কৰক ঠিক

2 hours ago
Salman Khan: গেলাক্সি এৰিব বিচাৰিছে চলমানে! হঠাৎ কিয় এনে সিদ্ধান্ত ল’লে ভাইজানে?

Salman Khan: গেলাক্সি এৰিব বিচাৰিছে চলমানে! হঠাৎ কিয় এনে সিদ্ধান্ত ল’লে ভাইজানে?

3 hours ago
পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা

পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা

6 hours ago
শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

8 hours ago
চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ

চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ

8 hours ago
এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঁঠাল

এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঁঠাল

9 hours ago
সাৱধান! ঋতুস্ৰাৱৰ সময়ত এইকেইটা কাম নকৰিলে হ’ব পাৰে বিভিন্ন ৰোগ

সাৱধান! ঋতুস্ৰাৱৰ সময়ত এইকেইটা কাম নকৰিলে হ’ব পাৰে বিভিন্ন ৰোগ

9 hours ago
এই ৮টা Appৰ পৰা কেতিয়াও নল’ব ঋণ, I4C-এ দিছে সতৰ্কবাণী

এই ৮টা Appৰ পৰা কেতিয়াও নল’ব ঋণ, I4C-এ দিছে সতৰ্কবাণী

10 hours ago
পেট্ৰ’লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?

পেট্ৰ’লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মে মাহৰ শেষত লক্ষ্মী নাৰায়ণ যোগ, সৌভাগ্যৰ দুৱাৰ খুলিব ৫ৰাশিৰ জাতক জাতিকাৰ

মে মাহৰ শেষত লক্ষ্মী নাৰায়ণ যোগ, সৌভাগ্যৰ দুৱাৰ খুলিব ৫ৰাশিৰ জাতক জাতিকাৰ

editor by editor
May 18, 2026
in জীৱনশৈলী
0
মে মাহৰ শেষত লক্ষ্মী নাৰায়ণ যোগ, সৌভাগ্যৰ দুৱাৰ খুলিব ৫ৰাশিৰ জাতক জাতিকাৰ
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মে মাহৰ শেষভাগ জ্যোতিষশাস্ত্ৰ অনুসৰি বিশেষ৷ এই সময়ত মিথুন ৰাশিত তৈয়াৰ হৈছে অত্যন্ত শুভ লক্ষ্মী নাৰায়ণ ৰাজযোগ৷ এই যোগে বহু ৰাশিৰ জীৱনত উন্নতিৰ নতুন দুৱাৰ খুলি দিব পাৰে৷ আৰ্থিক পৰিস্থিতিত ডাঙৰ পৰিবৰ্তন আহিব পাৰে বুলি ধাৰণা কৰা হৈছে৷ বিশেষকৈ বুধ আৰু শুক্ৰৰ যুগল অৱস্থানৰ কাৰণে এই সময়ক অত্যন্ত ফলদায়ক বুলি ধৰা হৈছে৷

লক্ষ্মী নাৰায়ণ যোগ কি?

জ্যোতিষমতে ধন, বিলাসিতা আৰু সৌন্দৰ্যৰ কাৰক গ্ৰহ শুক্ৰই ১৪ মেৰ পৰা মিথুন ৰাশিত অৱস্থান কৰিছে ইয়াৰপাছতেই ২৯ মেত বুধে মিথুন ৰাশিত প্ৰৱেশ কৰিব৷ ফলত মিথুনত বুধ আৰু শুক্ৰৰ যুগলবন্দীত তৈয়াৰ হ’ব লক্ষ্মী নাৰায়ণ ৰাজযোগ৷ এই শুভ যোগ কাৰ্যকৰ থাকিব ৮জুন পৰ্যন্ত৷ অৰ্থাৎ প্ৰায় ১০ দিন কিছু ৰাশিৰ জাতকে বিশেষ সুবিধা লাভ কৰিব পাৰে৷

বৃষ ৰাশি

এই ৰাজযোগে বৃষ ৰাশিৰ জাতকৰ কৰ্মজীৱনত বৃহৎ সাফল্য আনি দিব পাৰে৷ চাকৰিক্ষেত্ৰত পদোন্নতি বা নতুন সুযোগ আহিব পাৰে৷ দীৰ্ঘদিনৰ ৰৈ থকা ধন লাভ কৰাৰ সম্ভাৱনা আছে৷ ব্যৱসায়ত অপ্ৰত্যাশিত লাভ হব পাৰে৷ চিংগলসকলে বিবাহৰ কথা আগুৱাব পাৰে৷

মিথুন ৰাশি

মিথুন ৰাশিতেই এই শুভ যোগ তৈয়াৰ হোৱাত এই ৰাশিৰ জাতকৰ বাবেও এই সময় বিশেষ শুভ বুলি ধাৰণা কৰা হৈছে৷ কৰ্মক্ষেত্ৰত নতুন দায়িত্ব বা পদোন্নতিৰ সুযোগ আহিব পাৰে৷ বহুতৰে নতুন চাকৰিৰ প্ৰস্তাবো আহিব পাৰে৷ আনকি কিছু কাম সফল হব যিয়ে ভৱিষ্যতে বৃহৎ আৰ্থিক লাভ আনি দিব পাৰে৷

সিংহ ৰাশি

সিংহ ৰাশিৰ জাতকৰ সমাজত সন্মান আৰু প্ৰতিপত্তি বাঢ়িব পাৰে৷ চৰকাৰী চাকৰি, প্ৰশাসনিক কাম বা ৰাজনীতিৰ সৈতে যুক্ত ব্যক্তিসকলৰ বাবে এই সময় বিশেষ অনুকূল হব পাৰে৷ ব্যৱসায় থাকিলে আয় উল্লেখযোগ্যভাৱে বঢ়াৰো সম্ভাৱনা আছে৷

কন্যা ৰাশি

কন্যা ৰাশিৰ বাবে এই সময়ত বৃহৎ লাভৰ ইংগিত আছে৷ ব্যৱসায়ীসকলে বৃহৎ অৰ্ডাৰ বা নতুন ক্লায়েণ্ট বিচাৰি পাব পাৰে৷ চাকৰিয়ালে পৰিশ্ৰমৰ সঠিক মূল্য পাব৷ দৰমহা বৃদ্ধি বা অতিৰিক্ত আয়ৰ সম্ভাৱনা আছে৷

তুলা ৰাশি

তুলা ৰাশিৰ জাতকৰ আৰ্থিক পৰিস্থিতি মজবুত হ’ব৷ বেংক বেলেন্স বাঢ়িব পাৰে৷ ৰৈ থকা ধন হাতলৈ অহাৰ যোগ আছে৷ বৃহৎ বিনিয়োগৰ সুযোগ পাব পাৰে৷ খৰধৰকৈ বিনিয়োগ নকৰিব৷ ব্যক্তিগত সম্পৰ্কত ভালপোৱা আৰু বুজাপৰা বাঢ়িব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কি কি মূল্যাংকৰ লোকৰ সোনকালে খং উঠে? জানি হ’ব আচৰিত
জীৱনশৈলী

কি কি মূল্যাংকৰ লোকৰ সোনকালে খং উঠে? জানি হ’ব আচৰিত

June 27, 2026
গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ
জীৱনশৈলী

৩৫ বছৰৰ পিছত গৰ্ভৱতী হোৱাটো কিমান সুৰক্ষিত? বিশেষজ্ঞৰ পৰা জানক

June 27, 2026
সকলো বিপদ আঁতৰিব, মাথোঁ এই ৪ বিধ প্ৰসাদেৰে হনুমানক কৰক সন্তুষ্ট!
জীৱনশৈলী

সকলো বিপদ আঁতৰিব, মাথোঁ এই ৪ বিধ প্ৰসাদেৰে হনুমানক কৰক সন্তুষ্ট!

June 27, 2026
চৰ্দিত নাক বন্ধ? ঘৰুৱা সহজ উপায়েৰে কৰক ঠিক
জীৱনশৈলী

চৰ্দিত নাক বন্ধ? ঘৰুৱা সহজ উপায়েৰে কৰক ঠিক

June 27, 2026
Next Post
তৃতীয় ব্যক্তিৰ বাবে নহয়…দিশাৰ নাম কিয় লোৱা হৈছে মৌনীৰ বিচ্ছেদত? বিচ্ছেদক লৈ মুখ খুলিলে মৌনীৰ প্ৰাক্তন স্বামী সূৰজে

তৃতীয় ব্যক্তিৰ বাবে নহয়...দিশাৰ নাম কিয় লোৱা হৈছে মৌনীৰ বিচ্ছেদত? বিচ্ছেদক লৈ মুখ খুলিলে মৌনীৰ প্ৰাক্তন স্বামী সূৰজে

ফৰচুনাৰ, নগদ ১ কোটি ধন যৌতুক দিয়াৰ পাছতো পেট নভৰিল শহুৰৰ পৰিয়ালৰ, শেষত তৰুণীৰ সৈতে কৰিলে ভাৱিব নোৱৰা কাণ্ড

ফৰচুনাৰ, নগদ ১ কোটি ধন যৌতুক দিয়াৰ পাছতো পেট নভৰিল শহুৰৰ পৰিয়ালৰ, শেষত তৰুণীৰ সৈতে কৰিলে ভাৱিব নোৱৰা কাণ্ড

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.