• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পশুখাদ্য কেলেংকাৰীঃ শীঘ্ৰেই কাৰামুক্ত হ’ব লালু প্ৰসাদ যাদৱ

পশুখাদ্য কেলেংকাৰীঃ শীঘ্ৰেই কাৰামুক্ত হ’ব লালু প্ৰসাদ যাদৱ

5 years ago
সঁচাকৈয়ে সাপে গাখীৰ খায় নেকি?

সঁচাকৈয়ে সাপে গাখীৰ খায় নেকি?

8 hours ago
কেতিয়া শেষ হ’ব কলিযুগ? কোনখন পুৰাণত লুকাই আছে ইয়াৰ ৰহস্য

কেতিয়া শেষ হ’ব কলিযুগ? কোনখন পুৰাণত লুকাই আছে ইয়াৰ ৰহস্য

8 hours ago
নতুন EPS নীতিত আপোনাৰ কিমান বাঢ়িব পেঞ্চন?

নতুন EPS নীতিত আপোনাৰ কিমান বাঢ়িব পেঞ্চন?

8 hours ago
ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু

ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু

9 hours ago
‘মোক জোৰকৈ চুমা খাইছিল, তাৰ পিছত সোধাইছিল প্ৰচণ্ড চৰ’

‘মোক জোৰকৈ চুমা খাইছিল, তাৰ পিছত সোধাইছিল প্ৰচণ্ড চৰ’

11 hours ago
আজিৰে পৰা জিম্বাবুৱেৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ T20 শৃংখলা

আজিৰে পৰা জিম্বাবুৱেৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ T20 শৃংখলা

12 hours ago
NEET পেপাৰ কেলেংকাৰী সন্দৰ্ভত অৱশেষত ছলমান খানৰো প্ৰতিক্ৰিয়া

NEET পেপাৰ কেলেংকাৰী সন্দৰ্ভত অৱশেষত ছলমান খানৰো প্ৰতিক্ৰিয়া

13 hours ago
লাডাখস্থিত ছোনম ৱাংচুকৰ অট্টালিকাটোৰ আছে সাংঘাতিক বিশেষত্ব

লাডাখস্থিত ছোনম ৱাংচুকৰ অট্টালিকাটোৰ আছে সাংঘাতিক বিশেষত্ব

14 hours ago
দিল্লীৰ প্ৰতিবাদক লৈ কি ক’লে NEETত শীৰ্ষস্থান লাভ কৰা পংশুলে?

দিল্লীৰ প্ৰতিবাদক লৈ কি ক’লে NEETত শীৰ্ষস্থান লাভ কৰা পংশুলে?

15 hours ago
আজি আপোনাৰ দিনটো কেনে যাব?

আজি আপোনাৰ দিনটো কেনে যাব?

16 hours ago
বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

1 day ago
ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?

ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

পশুখাদ্য কেলেংকাৰীঃ শীঘ্ৰেই কাৰামুক্ত হ’ব লালু প্ৰসাদ যাদৱ

editor by editor
April 17, 2021
in ভাৰত
0
পশুখাদ্য কেলেংকাৰীঃ শীঘ্ৰেই কাৰামুক্ত হ’ব লালু প্ৰসাদ যাদৱ
0
SHARES
46
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ শীঘ্ৰেই মুকলি আকাশৰ তললৈ আহিব বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী লালু প্ৰসাদ যাদৱ। পশুখাদ্য কেলেংকাৰীত জড়িত হৈ সুদীৰ্ঘ ৩ বছৰ ৬ মাহৰ কাৰাবাসৰ অন্তত জামিন লাভ কৰিলে লালু প্ৰসাদ যাদৱে। শনিবাৰে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে চৰ্তযুক্ত জামিন মঞ্জুৰ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক। ১ লাখ টকাৰ বিত্তীয় জৰিমনাৰ বিনিময়ত জামিন লাভ কৰে লালু প্ৰসাদ যাদৱে। ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি ন্যায়ালয়ৰ অনুমতি অবিহনে তেঁও ভাৰতৰ বাহিৰলৈ যাব নোৱাৰিব, লগতে সলনি কৰিব নোৱাৰিব ঠিকনা আৰু ফোন নম্বৰ। সম্প্ৰতি দিল্লীৰ এইমচত চিকিৎসাধীন অৱস্থাত আছে ৰাষ্ট্ৰীয় জনতা দলৰ অধ্যক্ষ লালু প্ৰসাদ যাদৱ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24fodder scamlalu prasad yadav
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়া শেষ হ’ব কলিযুগ? কোনখন পুৰাণত লুকাই আছে ইয়াৰ ৰহস্য
বিবিধ

কেতিয়া শেষ হ’ব কলিযুগ? কোনখন পুৰাণত লুকাই আছে ইয়াৰ ৰহস্য

July 23, 2026
‘মোক জোৰকৈ চুমা খাইছিল, তাৰ পিছত সোধাইছিল প্ৰচণ্ড চৰ’
বিনোদন

‘মোক জোৰকৈ চুমা খাইছিল, তাৰ পিছত সোধাইছিল প্ৰচণ্ড চৰ’

July 23, 2026
আজিৰে পৰা জিম্বাবুৱেৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ T20 শৃংখলা
বিনোদন

আজিৰে পৰা জিম্বাবুৱেৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ T20 শৃংখলা

July 23, 2026
NEET পেপাৰ কেলেংকাৰী সন্দৰ্ভত অৱশেষত ছলমান খানৰো প্ৰতিক্ৰিয়া
বিনোদন

NEET পেপাৰ কেলেংকাৰী সন্দৰ্ভত অৱশেষত ছলমান খানৰো প্ৰতিক্ৰিয়া

July 23, 2026
Next Post
ক’ৰোনাত আক্ৰান্ত অভিনেতা চনু চুদ

ক’ৰোনাত আক্ৰান্ত অভিনেতা চনু চুদ

ক’ৰোনাৰ বাবে বাতিল বেলতলাৰ ব’হাগী উৎসৱ

ক’ৰোনাৰ বাবে বাতিল বেলতলাৰ ব’হাগী উৎসৱ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.