• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বছৰৰ শেষ ৬মাহ লক্ষ্মীৰ আশীৰ্বাদ এই ৪ৰাশিৰ ওপৰত থাকিব, অপাৰ ধনসম্পত্তি লাভ কৰিব কেইটামান ৰাশিৰ জাতকে

বছৰৰ শেষ ৬মাহ লক্ষ্মীৰ আশীৰ্বাদ এই ৪ৰাশিৰ ওপৰত থাকিব, অপাৰ ধনসম্পত্তি লাভ কৰিব কেইটামান ৰাশিৰ জাতকে

2 years ago
ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

33 minutes ago
সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ

সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ

58 minutes ago
হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক

হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক

2 hours ago
বৈভৱ সূৰ্যবংশীক ভি ভি এছ লক্ষ্মণৰ কঠোৰ সতৰ্কবাণী!

বৈভৱ সূৰ্যবংশীক ভি ভি এছ লক্ষ্মণৰ কঠোৰ সতৰ্কবাণী!

3 hours ago
CJPৰ আন্দোলনৰ পিছতে প্ৰধানমন্ত্ৰী মোদীলৈ আহিল বেয়া খবৰ! জ্যোতিষ শাস্ত্ৰই কি কয়?

CJPৰ আন্দোলনৰ পিছতে প্ৰধানমন্ত্ৰী মোদীলৈ আহিল বেয়া খবৰ! জ্যোতিষ শাস্ত্ৰই কি কয়?

3 hours ago
অনুশীলনৰ বাবে বিক্ৰী কৰিছিল জীৱিকাৰ একমাত্ৰ সম্বল ই-ৰিক্সা, আজি CWGত দেশৰ হৈ জিনিলে পদক

অনুশীলনৰ বাবে বিক্ৰী কৰিছিল জীৱিকাৰ একমাত্ৰ সম্বল ই-ৰিক্সা, আজি CWGত দেশৰ হৈ জিনিলে পদক

4 hours ago
CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন

CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন

5 hours ago
শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

6 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণে দেখুৱাইছে যাদু! আজি কিমান হৈছে সোণ-ৰূপৰ মূল্য?

7 hours ago
চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

7 hours ago
বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

8 hours ago
২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বছৰৰ শেষ ৬মাহ লক্ষ্মীৰ আশীৰ্বাদ এই ৪ৰাশিৰ ওপৰত থাকিব, অপাৰ ধনসম্পত্তি লাভ কৰিব কেইটামান ৰাশিৰ জাতকে

বছৰৰ শেষ ৬মাহ লক্ষ্মীৰ আশীৰ্বাদ এই ৪ৰাশিৰ ওপৰত থাকিব, অপাৰ ধনসম্পত্তি লাভ কৰিব কেইটামান ৰাশিৰ জাতকে

editor by editor
June 27, 2024
in জীৱনশৈলী, ভাৰত, লেখা
0
বছৰৰ শেষ ৬মাহ লক্ষ্মীৰ আশীৰ্বাদ এই ৪ৰাশিৰ ওপৰত থাকিব, অপাৰ ধনসম্পত্তি লাভ কৰিব কেইটামান ৰাশিৰ জাতকে
0
SHARES
4.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হিন্দু ধৰ্মত লক্ষ্মীক ধনৰ দেৱী আখ্যা দিয়া হয়৷ যি ব্যক্তিৰ ওপৰত লক্ষ্মীৰ আশীৰ্বাদ আছে, তেওঁলোকৰ জীৱনত কেতিয়াও সুখ-সমৃদ্ধিৰ অভাৱ নাথাকে৷ গ্ৰহগতিৰ স্থান সালসলনিৰ বাবে এই বছৰৰ শেষ ৬ মাহ কেইটামান ৰাশিৰ জাতকৰ বাবে শুভ৷ লক্ষ্মীৰ আশীৰ্বাদত ধন লাভ কৰিব কেইটামান ৰাশিৰ জাতকে৷ এই বৰ্ষত বৃহস্পতি আৰু শনিয়ে ৰাশিৰ পৰিবৰ্তন নকৰে৷ বৃহস্পতি বৃষত আৰু শনিয়ে কুম্ভ ৰাশিত বিৰাজমান হৈ আছে৷ ৰাহু-কেতুয়ে এই বছপ কোনো ৰাশি পৰিবৰ্তন নকৰে৷ ইয়াৰোপৰি অন্যান্য সমস্ত গ্ৰহই নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে ৰাশি পৰিবৰ্তন কৰি সমস্ত ৰাশিৰ জাতকৰ জীৱনক প্ৰভাৱিত কৰিব৷ ২০২৪ চনৰ শেষৰ ছমাহ একাধিক শুভ যোগ আৰু ৰাজযোগ গঠিত হ’ব৷ যাৰ প্ৰভাৱ পৰিব কেইটামান ৰাশিৰ জাতকৰ ওপৰত৷ এই বছৰৰ শেষ ছমাহ কোন কোন ৰাশিৰ জাতকৰ বাবে শুভ হ’ব জানক সবিশেষ৷

কৰ্কট ৰাশি

২০২৪ চনৰ জুলাই মাহৰ পৰা ডিচেম্বৰ মাহলৈকে কৰ্কট ৰাশিৰ জাতকৰ ভাগ্যবৃদ্ধি হ’ব৷ কেৰিয়াৰত উন্নতিৰ একাধিক সুযোগ পাব এই ৰাশিৰ জাতকে৷ পাবলগীয়া ধন লাভ কৰিব৷ ইয়াৰ ফলত আপোনাৰ আৰ্থিক পৰিস্থিতি মজবুত হ’ব৷ স্বাস্থ্যৰ দিশৰ পৰা ভাল৷ চিংগল জাতকে জীৱনত নতুন কোনো সংগী পাব পাৰে৷ আনকি প্ৰেমো আৰম্ভ হ’ব পাৰে৷

সিংহ ৰাশি

লক্ষ্মীৰ আশীৰ্বাদত সিংহ ৰাশিৰ জাতকে আগন্তুক ৬মাহ লাভজনক ফলাফল পাব৷ ব্যৱসায়ীসকলৰ বাবে এই সময় শুভ৷ লক্ষ্মীৰ আশীৰ্বাদত ব্যৱসায়ত মুনাফা হ’ব এই ৰাশিৰ জাতকৰ৷ ধন আগমনৰ যোগ আছে৷ কিন্তু ব্যয় নিয়ন্ত্ৰণত ৰাখিব পাৰে৷ মনৰ মাজত আনন্দ থাকিব৷ ইয়াৰোপৰি সুস্থ থাকিব এই ৰাশিৰ জাতক৷ সন্তান সংক্ৰান্তীয় কোনো সু সংবাদ পাব পাৰে এই ৰাশিৰ জাতকে৷

ধনু ৰাশি

জ্যোতিষ গণনা অনুসৰি বছৰৰ শেষ ৬মাহ ধনু ৰাশিৰ জাতকৰ বাবে অত্যন্ত শুভ৷ লক্ষ্মীৰ আশীৰ্বাদত আয় বৃদ্ধি পাব পাৰে এই ৰাশিৰ জাতকৰ৷ আপোনাৰ আৰ্থিক পৰিস্থিতি মজবুত হ’ব৷ পৰিয়ালত পৰিবেশ অনুকূল থাকিব৷ আত্মীয়সকলৰ মাজত সহযোগিত আৰু সৌভাতৃত্ববোধ বৰ্তি থাকিব৷ অন্যহাতে ব্যৱসায়ীসকলৰ বাবেও এই সময় শুভ৷ ব্যৱসায়ত ভাল লাভৰ যোগ আছে৷

কুম্ভ ৰাশি

বছৰৰ শেষ ৬মাহ লক্ষ্মীৰ আশীৰ্বাদ থাকিব এই ৰাশিৰ জাতকৰ ওপৰত৷ কেৰিয়াৰ আৰু ব্যৱসায়িক কাৰণত যাত্ৰা কৰিব পাৰে৷ নতুন কোনো ব্যক্তিৰ সৈতে যোগাযোগ গঢ়ি উঠিব৷ আইনী বিবাদৰ সমাধান হ’ব৷ কুম্ভ ৰাশিৰ জাতকৰ পাৰিবাৰিক সমস্যা সমাধান হ’ব৷ চাকৰিয়াল জাতকৰ বাবে এই ৬মাহ অত্যন্ত শুভ৷ একাধিক উৎসৰ পৰা ধন লাভ কৰিব পাৰে৷ কেৰিয়াৰ সংক্ৰান্তিয় কোনো ডাঙৰ সিদ্ধান্ত ল’ব পাৰে৷ কেৰিয়াৰত অনুকূল পৰিণাম লাভ কৰিব৷ আৰ্থিক জীৱনত উন্নতি হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ
জীৱনশৈলী

ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

July 27, 2026
সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ
বাণিজ্য

সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ

July 27, 2026
হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক
বিনোদন

হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক

July 27, 2026
বৈভৱ সূৰ্যবংশীক ভি ভি এছ লক্ষ্মণৰ কঠোৰ সতৰ্কবাণী!
বিনোদন

বৈভৱ সূৰ্যবংশীক ভি ভি এছ লক্ষ্মণৰ কঠোৰ সতৰ্কবাণী!

July 27, 2026
Next Post
সোণৰ চহৰৰ পৰা ভূতৰ চহৰলৈ… কেজিএফৰ সোণৰ খনি আকৌ খুলি দিয়াৰ সিদ্ধান্ত ল’লে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে, নৰক আকৌ স্বৰ্গ হ’বনে?

সোণৰ চহৰৰ পৰা ভূতৰ চহৰলৈ... কেজিএফৰ সোণৰ খনি আকৌ খুলি দিয়াৰ সিদ্ধান্ত ল’লে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে, নৰক আকৌ স্বৰ্গ হ’বনে?

খহি পৰিল দিল্লী বিমান বন্দৰৰ এক নম্বৰ টাৰ্মিনেল, বৰ্তমানলৈ আহত ৬, আহতৰ সংখ্যা বৃদ্ধিৰ সম্ভাৱনা

খহি পৰিল দিল্লী বিমান বন্দৰৰ এক নম্বৰ টাৰ্মিনেল, বৰ্তমানলৈ আহত ৬, আহতৰ সংখ্যা বৃদ্ধিৰ সম্ভাৱনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.