• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰামৰ জীৱনশৈলীৰ পৰা এই ৭ শিক্ষা গ্ৰহণ কৰিলে জীৱনত উন্নতি খাটাং

ৰামৰ জীৱনশৈলীৰ পৰা এই ৭ শিক্ষা গ্ৰহণ কৰিলে জীৱনত উন্নতি খাটাং

2 years ago
প্ৰস্ৰাৱৰ পিছত পানী পিয়াহ লগাটো কি ৰোগৰ লক্ষণ? বিপদৰ পূৰ্বে হওক সাৱধান!

প্ৰস্ৰাৱৰ পিছত পানী পিয়াহ লগাটো কি ৰোগৰ লক্ষণ? বিপদৰ পূৰ্বে হওক সাৱধান!

4 hours ago
মুক্তিৰ পূৰ্বেই চৰ্চাত ‘চুপা চুপি’, কাইলৈ মুকলি হ’ব ট্ৰেইলাৰ

মুক্তিৰ পূৰ্বেই চৰ্চাত ‘চুপা চুপি’, কাইলৈ মুকলি হ’ব ট্ৰেইলাৰ

5 hours ago
ছেপ্টেম্বৰৰ আৰম্ভণিৰে পৰাই সুখৰ সময় আৰম্ভ হৈছে! লাভ হ’ব কোন ৩ ৰাশিৰ জাতকৰ?

খঙত অগ্নিশৰ্মা হৈ থাকে এই তাৰিখত জন্মা লোকসকল! শীঘ্ৰে হওক সাৱধান!

6 hours ago
কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!

কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!

7 hours ago
নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!

নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!

8 hours ago
ছেইফক চুম্বন কৰি বিপদত ৰাণী মুখাৰ্জী! সেই নিশা কি ঘটিছিল?

ছেইফক চুম্বন কৰি বিপদত ৰাণী মুখাৰ্জী! সেই নিশা কি ঘটিছিল?

9 hours ago
আজি বিশ্ব গৃহসজ্জা দিৱস, অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী আৰু আলোচনা চক্ৰ

আজি বিশ্ব গৃহসজ্জা দিৱস, অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী আৰু আলোচনা চক্ৰ

9 hours ago
ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?

ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?

10 hours ago
স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!

10 hours ago
চেনিটেৰী পেড অন্য সামগ্ৰী? মাহেকীয়াৰ সময়ত মহিলাৰ বাবে কোনটো উত্তম জানক

চেনিটেৰী পেড অন্য সামগ্ৰী? মাহেকীয়াৰ সময়ত মহিলাৰ বাবে কোনটো উত্তম জানক

11 hours ago
আজিৰ পৰা ২ আগষ্টলৈকে বহু ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, পৰিব নেকি ৰাহুৰ কোপ দৃষ্টি?

আজিৰ পৰা ২ আগষ্টলৈকে বহু ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, পৰিব নেকি ৰাহুৰ কোপ দৃষ্টি?

11 hours ago
মুখৰ স্বাস্থ্যই বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? অধ্যয়নত প্ৰকাশ পাইছে আচৰিত তথ্য!

মুখৰ স্বাস্থ্যই বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? অধ্যয়নত প্ৰকাশ পাইছে আচৰিত তথ্য!

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰামৰ জীৱনশৈলীৰ পৰা এই ৭ শিক্ষা গ্ৰহণ কৰিলে জীৱনত উন্নতি খাটাং

ৰামৰ জীৱনশৈলীৰ পৰা এই ৭ শিক্ষা গ্ৰহণ কৰিলে জীৱনত উন্নতি খাটাং

editor by editor
July 1, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা, শিক্ষা
0
ৰামৰ জীৱনশৈলীৰ পৰা এই ৭ শিক্ষা গ্ৰহণ কৰিলে জীৱনত উন্নতি খাটাং
0
SHARES
4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হিন্দু ধৰ্মত ৰাম আস্থা আৰু বিশ্বাসৰ প্ৰতীক। সনাতন ধৰ্মত আদৰ্শ মানুহ হিচাপে ৰামৰ পূজা কৰা হয়। শাস্ত্ৰ অনুসৰি ৰাম নাম ল’লেই সমস্ত কষ্ট, দুৰ্ভোগ দূৰ হয়। ৰামৰ জীৱনৰ বিভিন্ন দিশে আজিও বহুতকে অনুপ্ৰাণিত কৰে। ৰাম নৱমী উপলক্ষে ৰামৰ জীৱনৰ সৈতে জড়িত কিছু বিষয় তুলি ধৰা হৈছে যিয়ে প্ৰত্যেককে সঠিক পথ দেখুৱাই।

সংযম আৰু ধৈৰ্য

কঠিন সময়ত ৰামে সংযম আৰু ধৈৰ্যৰ পৰিচয় দিছে বিপৰীত পৰিস্থিতিত ধৈৰ্য ধৰিছে, সংযম নেহেৰুৱাই সাহসৰ সৈতে আগুৱাই যোৱাৰ উৎকৃষ্ট উদাহৰণ দাঙি ধৰিছিল। খঙত কাহানিও সিদ্ধান্ত লোৱা নাছিল ৰামে।

প্ৰতিশ্ৰুতি

ৰাম এক কথাৰ মানুহ আছিল। সম্পূৰ্ণ জীৱনকালত নিজে দিয়া সকলো প্ৰতিশ্ৰুতি তেওঁ পালন কৰি গৈছে। আনকি নিজৰ প্ৰতিশ্ৰুতি পালন কৰিবলৈ প্ৰাণতকৈ প্ৰিয় ভায়েকক মৃত্যুদণ্ড পৰ্যন্ত বিহিছিল।

এক স্ত্ৰী আৰু প্ৰেম

ৰাম কেৱল সীতাৰেই প্ৰেমিক আছিল। সীতা অবিহনে অন্য কোনো স্ত্ৰীৰেই কল্পনা কৰা নাছিল ৰামে। সুন্দৰী ৰমণীৰ বেশ ধৰি সূপৰ্নখা তেওঁৰ সন্মুখত আহোতেওঁ ৰামে উভতি চোৱা নাছিল।

তপস্বী জীৱন

বনবাসৰ সময়ত ৰামে নিজৰ সমস্ত ৰাজকীয় বস্ত্ৰ, অলংকাৰ ত্যাগ কৰি তপস্বীৰ বস্ত্ৰ ধাৰণ কৰিছিল। পথত যেতিয়াই যি পৰিস্থিতিৰ সন্মুখীন হৈছিল সেইমতেই জীৱনযাপন কৰিছিল। ৰামৰ এই তপস্বী জীৱনে যিকোনো পৰিস্থিতিত এডজাষ্ট হ’বলৈ শিকাই।

পৰিকল্পনা অনুসৰি কাম

ৰামে সকলো সময়তে পৰিকল্পনা অনুসৰি কাম কৰিছিল। সীতা-হৰণৰ পাছত সীতাক উদ্ধাৰ কৰাৰ পথত একাধিক বাধা আহিছিল। কিন্তু ৰামে সংযম বজায় ৰাখি নিজৰ পৰিকল্পনা অনুসৰি সেই অসাধ্য কামো সাধন কৰে। লংকাত উপস্থিত হৈ জনসমূদ্ৰ অতিক্ৰম কৰি সীতাক উদ্ধাৰ কৰি আনিছিল।

সেৱা আৰু সহযোগিতা

ৰামে নিজৰ জীৱনত একাধিক সেৱাকাৰ্য কৰিছে। বনবাসৰ সময়ত তেওঁ আদিবাসী আৰু বনবাসীসকলৰ জীৱনত উন্নত কৰাৰ কামো কৰিছিল। শৱৰী কেওঁট আৰু অহিল্যাৰ ঘটনা ইয়াৰ উদাহৰণ। নিজৰ বনবাসৰ সময়ত বহুতকে উদ্ধাৰ কৰিছিল ৰামে।

সন্মান কৰা

ৰামচন্দ্ৰই নিজৰ চৌপাশৰ সকলোকে সন্মান কৰিছিল। নিজৰ সমস্ত সম্পৰ্ক একাগ্ৰতাৰ সৈতে পালন কৰিছিল। পৰিয়ালৰ প্ৰতিজন সদস্যই তেওঁৰ খুব প্ৰিয় আছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰস্ৰাৱৰ পিছত পানী পিয়াহ লগাটো কি ৰোগৰ লক্ষণ? বিপদৰ পূৰ্বে হওক সাৱধান!
জীৱনশৈলী

প্ৰস্ৰাৱৰ পিছত পানী পিয়াহ লগাটো কি ৰোগৰ লক্ষণ? বিপদৰ পূৰ্বে হওক সাৱধান!

May 30, 2026
মুক্তিৰ পূৰ্বেই চৰ্চাত ‘চুপা চুপি’, কাইলৈ মুকলি হ’ব ট্ৰেইলাৰ
বিনোদন

মুক্তিৰ পূৰ্বেই চৰ্চাত ‘চুপা চুপি’, কাইলৈ মুকলি হ’ব ট্ৰেইলাৰ

May 30, 2026
ছেপ্টেম্বৰৰ আৰম্ভণিৰে পৰাই সুখৰ সময় আৰম্ভ হৈছে! লাভ হ’ব কোন ৩ ৰাশিৰ জাতকৰ?
জীৱনশৈলী

খঙত অগ্নিশৰ্মা হৈ থাকে এই তাৰিখত জন্মা লোকসকল! শীঘ্ৰে হওক সাৱধান!

May 30, 2026
কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!
জীৱনশৈলী

কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!

May 30, 2026
Next Post
কোনো আৰক্ষী বিষয়া যদি কোনোবা ৰাজনীতিত নেতা! ১৭ বছৰ পূৰ্বে টি-২০ বিশ্বকাপ জয়ৰ কাৰিগৰসকল এতিয়া ক’ত?

কোনো আৰক্ষী বিষয়া যদি কোনোবা ৰাজনীতিত নেতা! ১৭ বছৰ পূৰ্বে টি-২০ বিশ্বকাপ জয়ৰ কাৰিগৰসকল এতিয়া ক’ত?

কাৰ্যকৰী হ’ল নতুন ফৌজদাৰী আইন, এই ১০টা পৰিবৰ্তনৰ বিষয়ে সকলোৱে জানি থওক

কাৰ্যকৰী হ’ল নতুন ফৌজদাৰী আইন, এই ১০টা পৰিবৰ্তনৰ বিষয়ে সকলোৱে জানি থওক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.