• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহিলাৰ স্তনৰ কৰ্কট বৃদ্ধিৰ অন্যতম কাৰণ কেইটা কি কি?

মহিলাৰ স্তনৰ কৰ্কট বৃদ্ধিৰ অন্যতম কাৰণ কেইটা কি কি?

3 years ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

1 hour ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

3 hours ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

4 hours ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

5 hours ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

5 hours ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

6 hours ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

6 hours ago
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

7 hours ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

8 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

8 hours ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

1 day ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মহিলাৰ স্তনৰ কৰ্কট বৃদ্ধিৰ অন্যতম কাৰণ কেইটা কি কি?

editor by editor
October 17, 2022
in অসম, উত্তৰ-পূব, জীৱনশৈলী, বিশ্ব, ভাৰত, স্বাস্থ্য
0
মহিলাৰ স্তনৰ কৰ্কট বৃদ্ধিৰ অন্যতম কাৰণ কেইটা কি কি?
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ বিশ্বত দিনকদিনে বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা। পুৰুষৰ সমানেই মহিলাসকলো আক্ৰান্ত হৈছে কৰ্কটত। মহিলাৰ কৰ্কট বুলিলেই বেছিসংখ্যকৰে স্তনৰ কৰ্কটয়েই ধৰা পৰে। শুনি আচৰিত হ’লেও পুৰুষৰো স্তন কৰ্কট হয়। প্রাথমিক অৱস্থাত ধৰা পৰিলে এই কৰ্কটত আক্ৰান্ত ব্যক্তি প্ৰায় সংখ্যকেই সুস্থও হৈ উঠে। কিন্তু আমাৰ ৰোগক লৈ থকা অসাৱধানতাৰ বাবেই ৰোগ ধৰা পৰাত অত্যন্ত পলম হয়গৈ। স্তন কৰ্কটৰ পৰা মুক্ত হৈ থাকিবলৈ ২০-৩০ বছৰ বয়সৰ পৰাই সাবধান হোৱাটো অত্যন্ত জৰুৰী। স্তন কৰ্কটৰ পৰা হাত হাৰিবলৈ কি কি সাবধানতা অৱলম্বন কৰিব?

স্তনপানে কৰ্কটৰ আশংকা বহু পৰিমানে কমাই আনে। আমেৰিকাৰ এমডি আণ্ডাৰছন হাস্পতালে কৰা গৱেষণাত পোহৰলৈ আহিছে এই কথা। গৱেষক দলটোৱে প্ৰকাশ কৰা অনুযায়ী কোনো নাৰীয়ে মাতৃ হোৱাৰ পিছত অন্তত ১২ মাহ স্তনপান কৰোৱালে কৰ্কটৰ আশংকা ৪.৩ শতাংস কমি যায়।

দ্বিতীয়তে আহে আমাৰ খাদ্যভাষ। নিউট্ৰিছন-২০২২ লাইভে কৰা গৱেষণাত প্ৰকাশ পোৱা অনুসৰি আমাৰ খাদ্য তালিকাত সেইজীয়া পাচলি, শাক-জাতীয় খাদ্য,বাদাম, নেমু আদি দৈনিক থাকিলে স্তন কৰ্কটৰ আশংকা কমি যায়। যিসকলে প্ৰায় সময়তে ময়দা, চেনী আদি সৰ্বাধিক খায় তেওঁলোকৰ স্তন কৰ্কটত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বাঢ়ি যায়।

ওজন বৃদ্ধি। শৰীৰৰ অতিৰিক্ত ওজন বৃদ্ধিও স্তন কৰ্কটৰ অন্যতম কাৰণ। কম বয়সতেই অত্যাধিক ওজন বৃদ্ধিয়ে স্তন কৰ্কটৰ আশংকা বঢ়াই তোলে। তেল-মছলাজাতীয় খাদ্য খোৱাৰ অভ্যাসেও কৰ্কটৰ আশংকা বঢ়াই তোলে।

মদ্যপান আৰু ধূমপানৰ অভ্যাসো কৰ্কট বৃদ্ধিৰ অন্যতম এক কাৰণ। অত্যাধিক পৰিমানে এলকহল সেৱন, সঘনাই কৰা ধূমপানে স্তন কৰ্কটৰ আশংকা বঢ়ায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা
জীৱনশৈলী

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

March 13, 2026
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?
জীৱনশৈলী

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

March 13, 2026
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি
জীৱনশৈলী

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

March 13, 2026
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ
জীৱনশৈলী

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

March 13, 2026
Next Post
কংগ্ৰেছৰ সভাপতি নিৰ্বাচন, কেনেকৈ অনুষ্ঠিত হয় এই নিৰ্বাচন, কোনে কোনে দিব পাৰে ভোট?

কংগ্ৰেছৰ সভাপতি নিৰ্বাচন, কেনেকৈ অনুষ্ঠিত হয় এই নিৰ্বাচন, কোনে কোনে দিব পাৰে ভোট?

যুদ্ধৰ সামৰিক কৌশলৰ অংশ যৌন নিৰ্যাতন! ৰুছ বাহিনীলৈ পঠিওৱা হৈছে কাৰ্টুনে কাৰ্টুনে ‘ভায়েগ্ৰা’

যুদ্ধৰ সামৰিক কৌশলৰ অংশ যৌন নিৰ্যাতন! ৰুছ বাহিনীলৈ পঠিওৱা হৈছে কাৰ্টুনে কাৰ্টুনে 'ভায়েগ্ৰা’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.