• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাত্ৰ ৫টা কাম কৰক আৰু ধনী হৈ যাওক

মাত্ৰ ৫টা কাম কৰক আৰু ধনী হৈ যাওক

4 years ago
ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

19 minutes ago
পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

1 hour ago
এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

2 hours ago
বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!

বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!

3 hours ago
আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী

আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী

4 hours ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৭.৮ প্ৰাবল্যৰ ভূমিকম্পত ভয়ংকৰ পৰিস্থিতি

৪০ মিনিটত আঠটা বৃহৎ ভূমিকম্প, জাৰি কৰিছে সতৰ্কবাণী

5 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি ধনেৰে উপচিব আপোনাৰ ঘৰ? কোন ৰাশিৰ ভাগ্য উদয় হ’ব জানক দৈনিক ৰাশিফল

6 hours ago
ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

17 hours ago
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

18 hours ago
ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম

ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম

19 hours ago
সমাপ্তিৰ দিশে ইৰান-আমেৰিকাৰ যুদ্ধ, তেল-গেছৰ দাম কমিবলৈ আৰু কিমান সময় লাগিব পাৰে?

সমাপ্তিৰ দিশে ইৰান-আমেৰিকাৰ যুদ্ধ, তেল-গেছৰ দাম কমিবলৈ আৰু কিমান সময় লাগিব পাৰে?

20 hours ago
ফুটবলেই উভতাই আনক যুদ্ধবিধ্বস্ত ইৰানী জনতাৰ ওঁঠলৈ হাঁহি

ফুটবলেই উভতাই আনক যুদ্ধবিধ্বস্ত ইৰানী জনতাৰ ওঁঠলৈ হাঁহি

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাত্ৰ ৫টা কাম কৰক আৰু ধনী হৈ যাওক

মাত্ৰ ৫টা কাম কৰক আৰু ধনী হৈ যাওক

editor by editor
April 29, 2022
in জীৱনশৈলী
0
মাত্ৰ ৫টা কাম কৰক আৰু ধনী হৈ যাওক

মাত্ৰ ৫টা কাম কৰক আৰু ধনী হৈ যাওক

0
SHARES
240
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বাস্তু-শাস্ত্ৰত অৰ্থৰ অভাৱ দূৰ কৰি ধনবান হোৱাৰ বহু পদ্ধতি উল্লেখ কৰা হৈছে৷ ওৰে জীৱন কষ্ট কৰিও মানুহ ধনী হোৱাটো বাদেই দিলো, এটা আৰামদায়ক জীৱন-যাপন কৰিবলৈও অপাৰগ হয়৷

প্ৰচুৰ অৰ্থ উপাৰ্জন কৰা বহু লোকেও মাহৰ শেষত হাত দাঙি দিয়া দেখা যায়৷ মুঠতে অভাৱ আৰু দাৰিদ্ৰতা জীৱনৰ অভিশাপ বুলি বহুলোকে মূৰে-কপালে হাত দিয়ে৷ এই পৰিস্থিতিত বাস্তু-শাস্ত্ৰত বৰ্ণিত মাত্ৰ ৫টা নিয়ম আপুনি পালন কৰক৷ তাৰ পাছত দেখিব আপোনাৰ ঘৰেৰে টকাৰ নৈ ব’ব আৰম্ভ কৰিছে৷ কি এই পদ্ধতি ৫টা?

তুলসী গছ

আপোনাৰ ঘৰৰ চৌহদত একোডাল তুলসী ৰোপণ কৰক৷ দেওবাৰ আৰু একাদশীৰ পিছৰ প্ৰতিটো দিনতে পুৱাতেই স্নান কৰি তুলসীৰ গুৰিত পানী দিয়ক৷ সন্ধিয়া তুলসীৰ তলত চাকি জ্বলাওক৷ মা লক্ষ্মী প্ৰসন্ন হ’ব৷

গৰু-পক্ষীক খাদ্য

প্ৰতিদিনেই গৰু আৰু চৰাই-চিৰিকতিক খাদ্য খুওৱাৰ অভ্যাস গঢ়ি তুলিব লাগে৷ এয়া কৰিলে পাপ মোচন হয়৷ জীৱনৰ সমস্যা দূৰ হোৱাৰ লগতে ঘৰলৈ শান্তি-সমৃদ্ধি আহে৷

বৃহস্পতিবাৰে উপবাস ৰাখক

বৃহস্পতিবাৰ ভগৱান বিষ্ণুৰ নামত উৎসৰ্গিত৷ এইবাৰটো উপবাসে থাকি ভক্তিসহকাৰে ভগৱান বিষ্ণু আৰু দেৱী লক্ষ্মীক পূজা কৰক৷ সময় পালে লক্ষ্মীনাৰায়ণ পাঠ কৰক৷ কিছুদিনৰ পাছতেই ইয়াৰ ইতিবাচক ফল দেখিব৷

মন্দিৰত চাকি দিয়ক

চাকিৰ পোহৰ এন্ধাৰ দূৰ কৰি জীৱন প্ৰজ্জ্বলিত কৰাৰ প্ৰতীক৷ প্ৰতিদিনে মন্দিৰত চাকি জ্বলাওক৷ মা লক্ষ্মী প্ৰসন্ন হ’ব আৰু প্ৰচুৰ ধন দান কৰিব৷

শিৱলিংগ দৰ্শন

শিৱবাবাৰ আন এটা নাম হ’ল ভোলানাথ৷ তেওঁৰ সকলোৰে ইচ্ছা পূৰ্ণ কৰে৷  সেয়ে দিনৌ শিৱলিংগ দৰ্শন কৰি বেলপাত, গাখীৰ আগবঢ়াওক৷

এই পদ্ধতিকেইটা পালন কৰিলে দেখিব সঁচাকৈয়ে আপোনাৰ জীৱন সুখ-শান্তিৰে ভৰপূৰ হ’ব৷ হাতত ধন-ধান উভৈনদী হ’ব৷ ইয়াৰ উপৰি কুণ্ডলীত যাৰ চন্দ্ৰৰ প্ৰভাৱ শুভ হয়, তাৰ জীৱন জাকজমকতাৰে পূৰ্ণ হয়৷ প্ৰতি পূৰ্ণিমাৰ দিনত চন্দ্ৰ পূজা কৰক৷ ধন সম্পদ ৪ গুণলৈ বৃদ্ধি পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!
জীৱনশৈলী

পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

June 17, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

আজি ধনেৰে উপচিব আপোনাৰ ঘৰ? কোন ৰাশিৰ ভাগ্য উদয় হ’ব জানক দৈনিক ৰাশিফল

June 17, 2026
কি ভিটামিনৰ অভাৱত দাঁতত পোকে গাঁত কৰে? যন্ত্ৰণাৰ পৰা কিদৰে উপশম পাব জানক
জীৱনশৈলী

কি ভিটামিনৰ অভাৱত দাঁতত পোকে গাঁত কৰে? যন্ত্ৰণাৰ পৰা কিদৰে উপশম পাব জানক

June 15, 2026
নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!
জীৱনশৈলী

দুই ফুটা নহৰুৱে কৰিব চমৎকাৰ, সলনি কৰিব আপোনাৰ জীৱন!

June 15, 2026
Next Post
horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

এই ৰাশিৰ ল’ৰা-ছোৱালীৰ আয়তকৈ খৰচ বেছি আপুনিও আছে নেকি ইয়াত?

এই ৰাশিৰ ল’ৰা-ছোৱালীৰ আয়তকৈ খৰচ বেছি আপুনিও আছে নেকি ইয়াত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.