• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লিভ ইনত আছিল, পাছে বিয়াৰ বাবে জোৰ কৰাই ভুল হৈ পৰিল

লিভ ইনত আছিল, পাছে বিয়াৰ বাবে জোৰ কৰাই ভুল হৈ পৰিল

2 years ago
যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!

যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!

1 second ago
ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী

ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী

15 minutes ago
ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

1 hour ago
পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

2 hours ago
৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক

৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক

3 hours ago
মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ

মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ

4 hours ago
ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?

ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?

4 hours ago
‘পত্নীয়ে ক’লৈ যাব, কিয় যাব তাৰ অনুমতি স্বামীৰ পৰা ল’ব নালাগে’

‘পত্নীয়ে ক’লৈ যাব, কিয় যাব তাৰ অনুমতি স্বামীৰ পৰা ল’ব নালাগে’

5 hours ago
খান ছাৰৰ অবৈধ সম্পৰ্ক? খান ছাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ যুৱতীৰ

খান ছাৰৰ অবৈধ সম্পৰ্ক? খান ছাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ যুৱতীৰ

5 hours ago
আজি এই ৩ ৰাশিৰ বাবে বিশেষ উল্লেখযোগ্য দিন

আজি এই ৩ ৰাশিৰ বাবে বিশেষ উল্লেখযোগ্য দিন

6 hours ago
TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

14 hours ago
পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

লিভ ইনত আছিল, পাছে বিয়াৰ বাবে জোৰ কৰাই ভুল হৈ পৰিল

editor by editor
March 30, 2024
in ভাৰত
0
লিভ ইনত আছিল, পাছে বিয়াৰ বাবে জোৰ কৰাই ভুল হৈ পৰিল
0
SHARES
257
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

লিভ ইনত আছিল, পাছে বিয়াৰ বাবে জোৰ কৰাই ভুল হৈ পৰিল

প্ৰেম কৰি বহু সময় ধৰি লিভ ইনত আছিল প্ৰেমিক প্ৰেমিকা। পাছে কিমান আৰু থাকিব তেনেদৰে। যাৰ কাৰণে বিয়াৰ বাবে জোৰ কৰে প্ৰেমিকাই। পাছে সেয়াই ভুল হৈ পৰিল। বিয়াৰ বাবে জোৰ কৰি প্ৰাণ হেৰুৱালে প্ৰেমিকাই।

মহাৰাষ্ট্ৰৰ এই খবৰে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে। পলাতক প্ৰেমিকক আৰক্ষীয়ে পশ্চিমবংগৰ পৰা আটক কৰিবলৈ সক্ষম হৈছে। মহাৰাষ্ট্ৰৰ পালঘৰত সংঘটিত হৈছে এই ঘটনা।

প্ৰেমিকে ২২ বৰ্ষীয় প্ৰেমিকাক কাটি টুকুৰা টুকুৰ কৰি ভাড়া ঘৰতে পেলাই থৈ যায় মৃতদেহ। পাছত দুদিন মান যোৱাত ১৫ মাৰ্চ তাৰিখে যেতিয়া সেই মৃতদেহৰ পৰা দুৰ্গন্ধ বিয়পি পৰে তেতিয়াই ঘৰৰ মালিকে কোঠাটো খুলি ক্ষত-বিক্ষত মৃতদেহটো প্ৰত্যক্ষ কৰে।

ঘৰৰ মালিকে জনোৱা অনুসৰি বিবাহিত বুলি কৈহে সেই ঘৰটোত ভাড়া কৰি আছিল দুয়ো। ঘৰৰ মালিকে এতিয়াহে জানিব পাৰিছে সেয়া মিছা আছিল।

আৰক্ষীয়ে বহু সন্ধানৰ অন্তত আজি ৩০ মাৰ্চ তাৰিখেহে ২৬ বৰ্ষীয় হত্যাকাৰী প্ৰেমিক নিজামুদ্দিন আব্দুল আজীজক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam liveLive InLive In relationmaharastramurder casePolice Case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী
জীৱনশৈলী

ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী

August 27, 2026
ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী
ভাৰত

ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

August 27, 2026
পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে
অপৰাধ

পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

August 27, 2026
৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক
বিবিধ

৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক

August 27, 2026
Next Post
দুৰ্কপাল নে ৰেকৰ্ড, ২৩৮ বাৰ নিৰ্বাচনত পৰাজয় বৰণ কৰিয়ো পুনৰ থিয় দিছে এইবাৰ

দুৰ্কপাল নে ৰেকৰ্ড, ২৩৮ বাৰ নিৰ্বাচনত পৰাজয় বৰণ কৰিয়ো পুনৰ থিয় দিছে এইবাৰ

পদিনাৰ ব্যৱহাৰ কৰি গৰমৰ পৰা ৰক্ষা কৰক চুলিক, লগতে পাওক চমৎকাৰ উপকাৰিতা

পদিনাৰ ব্যৱহাৰ কৰি গৰমৰ পৰা ৰক্ষা কৰক চুলিক, লগতে পাওক চমৎকাৰ উপকাৰিতা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.