৩২ বছৰে জীৱন্ত মূৰ্তিৰ ভূমিকা। নাম আব্দুল আজিজ। ভিজিপি গ’ল্ডেন বীচ্চ ৰিজ’ৰ্টত দ্বাৰ ৰক্ষী আব্দুল। আব্দুলৰ দৰমহা মাহেকত ১০ হাজাৰ টকা। আব্দুলক হঁহুৱাওক, লাভ কৰক ১০ হাজাৰ টকা।