• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পূৰ্বৰ সকলো অভিলেখ ভংগ, বিশ্বৰ সবাতোকৈ ব্যয়বহুল নিৰ্বাচন আনকি আমেৰিকাকো পিছ পেলালে ভাৰতে

পূৰ্বৰ সকলো অভিলেখ ভংগ, বিশ্বৰ সবাতোকৈ ব্যয়বহুল নিৰ্বাচন আনকি আমেৰিকাকো পিছ পেলালে ভাৰতে

2 years ago
Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

36 minutes ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, আপোনাৰ অঞ্চলত অনুভূত হৈছেনে?

1 hour ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি কোন ৰাশিৰ ভাগ্যত ধন লাভ, কোনে পাব নতুন সুযোগ? জানক আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল

2 hours ago
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

10 hours ago
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

11 hours ago
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

11 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

12 hours ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

13 hours ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

13 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

14 hours ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

14 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

পূৰ্বৰ সকলো অভিলেখ ভংগ, বিশ্বৰ সবাতোকৈ ব্যয়বহুল নিৰ্বাচন আনকি আমেৰিকাকো পিছ পেলালে ভাৰতে

editor by editor
June 2, 2024
in অসম, উত্তৰ-পূব, ভাৰত, ৰাজনীতি
0
পূৰ্বৰ সকলো অভিলেখ ভংগ, বিশ্বৰ সবাতোকৈ ব্যয়বহুল নিৰ্বাচন আনকি আমেৰিকাকো পিছ পেলালে ভাৰতে
0
SHARES
223
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পূৰ্বৰ সকলো অভিলেখ ভংগ, বিশ্বৰ সবাতোকৈ ব্যয়বহুল নিৰ্বাচন আনকি আমেৰিকাকো পিছ পেলালে ভাৰতে

ব্যয়ৰ ক্ষেত্ৰত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিলে লোকসভা নিৰ্বাচন ২০২৪-এ। এইবাৰৰ সাধাৰণ নিৰ্বাচন বিশ্বৰ আটাইতকৈ ব্যয়বহুল নিৰ্বাচনত পৰিণত হৈছে। চেণ্টাৰ ফৰ মিডিয়া ষ্টাডিজৰ তথ্য অনুসৰি ভাৰতত এটা ভোটৰ মূল্য ১৪০০ টকা হৈছেগৈ।

শাসকীয় বিজেপিৰ পৰা আৰম্ভ কৰি কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টীলৈকে সকলো ৰাজনৈতিক দলে ভোটাৰৰ হৃদয় জয় কৰিবলৈ কোনো ধৰণৰ অৱহেলা কৰা নাই। আনুমানিক হিচাপ অনুসৰি এই নির্বাচনত প্রায় এক লাখ কোটি টকা ব্যয় হৈছিল৷

একে সময়তে ২০১৯ চনৰ নিৰ্বাচনত ৫৫ হাজাৰৰ পৰা ৬০ হাজাৰ কোটি টকা খৰচ হৈছিল। এইবাৰ নিৰ্বাচনৰ বাবে মুঠ আনুমানিক ব্যয় ১.৩৫ লাখ কোটি টকা হ’ব পাৰে। এইবাৰৰ নিৰ্বাচনী ব্যয়ে আনকি ২০২০ চনৰ আমেৰিকাৰ নিৰ্বাচনকো পিছ পেলাইছে। আমেৰিকাৰ নিৰ্বাচনত ১.২ লাখ কোটি টকা ব্যয় হৈছিল।

ভাৰতীয় নিৰ্বাচন আয়োগে প্ৰাৰ্থীৰ বাবে ব্যয়ৰ সীমা নিৰ্ধাৰণ কৰিছিল। প্ৰতিজন সংসদ সদস্যই আইনগতভাৱে ৯৫ লাখ টকা পৰ্যন্ত ব্যয় কৰিব পাৰে, আনহাতে বিধানসভাৰ এজন সদস্যই ৰাজ্যৰ ওপৰত নিৰ্ভৰ কৰি ২৮ লাখৰ পৰা ৪০ লাখ টকাৰ ভিতৰত ব্যয় কৰিব পাৰে। অৰুণাচল প্ৰদেশৰ দৰে সৰু ৰাজ্যত সাংসদৰ বাবে ৭৫ লাখ আৰু বিধায়কৰ বাবে ২৮ লাখ টকাৰ সীমা। ২০২২ চনত এই সীমা সংশোধন কৰা হৈছিল।

কিন্তু ৰাজনৈতিক দলৰ ব্যয়ৰ কোনো সীমা নাই। ব্যয়ৰ সীমা ব্যক্তিগত প্ৰাৰ্থীৰ বাবেহে প্ৰযোজ্য যেতিয়া তেওঁলোকে মনোনয়ন পত্ৰ দাখিল কৰে, আৰু ইয়াত ৰাজহুৱা সভা, ৰেলী, বিজ্ঞাপন আৰু পৰিবহণৰ দৰে প্ৰচাৰৰ খৰচো অন্তৰ্ভুক্ত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: electionExpensive Electionindialoksabha election
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক
অসম

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, আপোনাৰ অঞ্চলত অনুভূত হৈছেনে?

October 6, 2026
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ
অপৰাধ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

October 5, 2026
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন
অসম

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

October 5, 2026
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড
অপৰাধ

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

October 5, 2026
Next Post
বিশ্বৰ কুখ্যাত চিৰিয়েল কিলাৰ, যিয়ে শেষত প্ৰমাণ নোহোৱা কৰিবৰ বাবে গাহৰিক খুৱাই দিছিল মাংস

বিশ্বৰ কুখ্যাত চিৰিয়েল কিলাৰ, যিয়ে শেষত প্ৰমাণ নোহোৱা কৰিবৰ বাবে গাহৰিক খুৱাই দিছিল মাংস

পানী নে বিষ, কি খাই আছে জানেনে! প্লাষ্টিকৰ বটল কিমান বিপদজনক হ’ব পাৰে…

পানী নে বিষ, কি খাই আছে জানেনে! প্লাষ্টিকৰ বটল কিমান বিপদজনক হ’ব পাৰে...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.