• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ব্যক্তিগত কাৰণ একো নাই, দেশেহে পাব সুফল! ভোটদান শেষ হ’লেই ধ্যানৰ পৰা উঠিব প্ৰধানমন্ত্ৰী মোদী

ব্যক্তিগত কাৰণ একো নাই, দেশেহে পাব সুফল! ভোটদান শেষ হ’লেই ধ্যানৰ পৰা উঠিব প্ৰধানমন্ত্ৰী মোদী

2 years ago
হোৰাহোৰে বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য! ৫ দিনত দ্বিতীয়বাৰৰ পালে বৃদ্ধি

পুনৰ বাঢ়িব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? হৰমুজ সংকটে কঢ়িয়াই আনিছে ভাবুকি!

49 minutes ago
চুলি কাটোতে নকৰিব ভুল, নহ’লে দেখা দিব আৰ্থিক সংকটে!

চুলি কাটোতে নকৰিব ভুল, নহ’লে দেখা দিব আৰ্থিক সংকটে!

1 hour ago
আজি অৰ্থাৎ ১৬ এপ্ৰিলৰ পৰা ৪৮ ঘণ্টাৰ বাবে তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, এই ৪ৰাশি মালামাল হ’ব

আজি ভাগ্যই দেখুৱাব যাদু! কোন কোন ৰাশিৰ সলনি হ’ব ভাগ্য জানক

2 hours ago
ঋণ পৰিশোধ নকৰিলে ব্লক হ’ব নেকি আপোনাৰ মোবাইল নম্বৰ? সত্যটো জানক

ঋণ পৰিশোধ নকৰিলে ব্লক হ’ব নেকি আপোনাৰ মোবাইল নম্বৰ? সত্যটো জানক

13 hours ago
হঠাৎ গানৰ মাজত মঞ্চত অদ্ভুড কাণ্ড, ভাইৰেল কণ্ঠশিল্পী জেচমিন!

হঠাৎ গানৰ মাজত মঞ্চত অদ্ভুড কাণ্ড, ভাইৰেল কণ্ঠশিল্পী জেচমিন!

14 hours ago
পেণ্টৰ জেপত সঘনাই হাত ভৰাই ৰাখে নেকি? কাৰণ জানি হ’ব হতবাক

পেণ্টৰ জেপত সঘনাই হাত ভৰাই ৰাখে নেকি? কাৰণ জানি হ’ব হতবাক

14 hours ago
আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

15 hours ago
শনিৰ কোপদৃষ্টিৰ পৰা সাৱধান, ১৩৮ দিনৰ ভিতৰত আহিব ডাঙৰ বিপদ!

শনিৰ কোপদৃষ্টিৰ পৰা সাৱধান, ১৩৮ দিনৰ ভিতৰত আহিব ডাঙৰ বিপদ!

15 hours ago
বাৰে বাৰে ওঁঠ ফটাৰ সমস্যা? তেন্তে আওকাণ নকৰিব এনে লক্ষণক

বাৰে বাৰে ওঁঠ ফটাৰ সমস্যা? তেন্তে আওকাণ নকৰিব এনে লক্ষণক

16 hours ago
ঘৰত অপৰাজিতা আছে নেকি? আহিব সুখ-সমৃদ্ধি!

ঘৰত অপৰাজিতা আছে নেকি? আহিব সুখ-সমৃদ্ধি!

16 hours ago
২৯ জুলাইত শুক্ৰই সলাব নক্ষত্ৰ, সলনি হ’ব ৩ ৰাশিৰ ভাগ্য!

২৯ জুলাইত শুক্ৰই সলাব নক্ষত্ৰ, সলনি হ’ব ৩ ৰাশিৰ ভাগ্য!

17 hours ago
ভাল খবৰ! EPFO নিয়মত আহিছে শিথিলতা

ভাল খবৰ! EPFO নিয়মত আহিছে শিথিলতা

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ব্যক্তিগত কাৰণ একো নাই, দেশেহে পাব সুফল! ভোটদান শেষ হ’লেই ধ্যানৰ পৰা উঠিব প্ৰধানমন্ত্ৰী মোদী

editor by editor
June 1, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি
0
ব্যক্তিগত কাৰণ একো নাই, দেশেহে পাব সুফল! ভোটদান শেষ হ’লেই ধ্যানৰ পৰা উঠিব প্ৰধানমন্ত্ৰী মোদী
0
SHARES
360
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বৃহস্পতিবাৰৰ সন্ধিয়াৰ পৰা ধ্যানত আছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ধ্যানত বহাৰ ৪৫ঘণ্টা সময় ধ্যানত বহাৰ অন্তত শনিবাৰে অৰ্থাৎ আজি ধ্যান ভংগ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰচাৰৰ সময় শেষ হোৱাৰ পাছৰে পৰাই ধ্য়ানত মগ্ন হৈ আছে প্ৰধানমন্ত্ৰী মোদী। শনিবাৰে পুৱা গোৰখপুৰত নিজৰ বুথ ভোটদানৰ পাছতেই এই বিষয়টোক লৈ মুখ খুলিছে উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।

বিৰোধী শিৱিৰে মোদীক লেথাৰিকৈ সমালোচনা কৰি থকাৰ সময়তে যোগী আদিত্যনাথে মোদী প্ৰসংগত কয়, ‘মোদীৰ ধ্যানৰ সুফল দেশে পাবই।’ শনিবাৰে গোৰক্ষপুৰৰ এটা বুথত ভোটদান কৰি যোগী আদিত্যনাথে এই মন্তব্য কৰিছে। যোগীয়ে ভোটদান কৰা সমষ্টিৰ প্ৰাৰ্থী হৈছে ৰবি কিষাণ। ৰবি কিষাণক কাষত লৈ যোগীয়ে কয় যে, প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ আঢ়ৈমহিয়া কাৰ্যসূচী সামৰি নিজৰ বাবে কিছু সময় উলিয়াইছে। তেওঁ নিজৰ সকলো সময়ে দেশৰ নামত উৎসৰ্গাই কৰি আহিছে। প্ৰধানমন্ত্ৰীৰ এই উপাসনাই দেশৰেই উৎকৰ্ষ সাধিব। দুৰ্নীতিমুক্ত এখন সমাজ গঢ়াত এই ধ্যানৰ গুৰুত্ব আছে। ভাৰতীয় মুল্যবোধৰ প্ৰতি বিশ্বাস থকা লোকেহে এই কথা বুজিব পাৰিব। আমি আত্মবিশ্বাসী যে মোদীৰ এই ধ্যানৰ সুফল সমগ্ৰ দেশৰ জনতাই লাভ কৰিব।

উল্লেখ্য যে ১৩১ বছৰ পূৰ্বে নৰেন্দ্ৰনাথ দত্ত অৰ্থাৎ স্বামী বিবেকানন্দই যি স্থানত ধ্যানত বহিছিল সেই স্থানতেই মোদীয়েও ধ্যানত বহিছে। ধ্যানত থকাৰ ৪৫ঘণ্টা সময় কেৱল তৰল পদাৰ্থহে খাইছে মোদীয়ে। ডায়েটত আছে ডাবৰ পানী, আঙুৰৰ ৰস আদি। ইতিমধ্য়েই কন্যাকুমাৰীৰ পৰা একাধিক ফটো, ভিডিঅ ভাইৰেল হৈছে। ফটোত নৰেন্দ্ৰ মোদীক দেখা গৈছে গেৰুৱা সাজত। হাতত ৰুদ্ৰাক্ষৰ মালা আৰু কঁপালত তিলক। ওম শব্দ উচ্চাৰণ কৰি সাধনা অব্যাহত ৰাখিছে মোদীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News Channelbest news channel in assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হোৰাহোৰে বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য! ৫ দিনত দ্বিতীয়বাৰৰ পালে বৃদ্ধি
বিশ্ব

পুনৰ বাঢ়িব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? হৰমুজ সংকটে কঢ়িয়াই আনিছে ভাবুকি!

July 13, 2026
চুলি কাটোতে নকৰিব ভুল, নহ’লে দেখা দিব আৰ্থিক সংকটে!
জীৱনশৈলী

চুলি কাটোতে নকৰিব ভুল, নহ’লে দেখা দিব আৰ্থিক সংকটে!

July 13, 2026
আজি অৰ্থাৎ ১৬ এপ্ৰিলৰ পৰা ৪৮ ঘণ্টাৰ বাবে তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, এই ৪ৰাশি মালামাল হ’ব
জীৱনশৈলী

আজি ভাগ্যই দেখুৱাব যাদু! কোন কোন ৰাশিৰ সলনি হ’ব ভাগ্য জানক

July 13, 2026
ঋণ পৰিশোধ নকৰিলে ব্লক হ’ব নেকি আপোনাৰ মোবাইল নম্বৰ? সত্যটো জানক
বাণিজ্য

ঋণ পৰিশোধ নকৰিলে ব্লক হ’ব নেকি আপোনাৰ মোবাইল নম্বৰ? সত্যটো জানক

July 12, 2026
Next Post
আজি তিহাৰত আত্মসমৰ্পণ কেজৰিৱাৰ, ৰাজধানী দিল্লীৰ মুখ্যন্ত্ৰীৰ পুনৰ ঠিকনা হ’ব তিহাৰ জেইলৰ বন্ধ কুঠৰী

আজি তিহাৰত আত্মসমৰ্পণ কেজৰিৱাৰ, ৰাজধানী দিল্লীৰ মুখ্যন্ত্ৰীৰ পুনৰ ঠিকনা হ'ব তিহাৰ জেইলৰ বন্ধ কুঠৰী

অৰুণাচলত পুনৰ পদুম, তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী পেমা খাণ্ডু, চিকিমতো পদুমৰ জয়জয়কাৰ

অৰুণাচলত পুনৰ পদুম, তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী পেমা খাণ্ডু, চিকিমতো পদুমৰ জয়জয়কাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.