• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩ দিন পত্নীৰ সৈতে, ৩ দিন গাৰ্লফ্ৰেইণ্ডৰ সৈতে। ঘটনা কি?

৩ দিন পত্নীৰ সৈতে, ৩ দিন গাৰ্লফ্ৰেইণ্ডৰ সৈতে। ঘটনা কি?

6 years ago
গুৱাহাটীৰ গু*লীচালনাক লৈ ইটোৰ পিছত সিটো চাঞ্চল্যকৰ তথ্য, তদন্তত নতুন মোৰ!

গুৱাহাটীৰ গু*লীচালনাক লৈ ইটোৰ পিছত সিটো চাঞ্চল্যকৰ তথ্য, তদন্তত নতুন মোৰ!

18 minutes ago
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

আজিৰ ভাগ্যৱান ৩ ৰাশি, বাকী ৰাশিৰ জাতক-জাতিকা হওক সাৱধান!

50 minutes ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

আজি কাৰ জিলিকিব ভাগ্য? জানক ১২টা ৰাশিৰ আৰ্থিক, কেৰিয়াৰ আৰু প্ৰেমৰ বিষয়ে

1 hour ago
ক’লৈ গ’ল দেৱাৰ্ষি-ৰিণিকাৰ এবছৰীয়া সন্তান?

ক’লৈ গ’ল দেৱাৰ্ষি-ৰিণিকাৰ এবছৰীয়া সন্তান?

8 hours ago
সম্পত্তিকেন্দ্ৰিক বিবাদে শেষ কৰিলে এটা পৰিয়াল

সম্পত্তিকেন্দ্ৰিক বিবাদে শেষ কৰিলে এটা পৰিয়াল

8 hours ago
পৰিয়ালকেন্দ্ৰিক বিবাদ, সম্পত্তিৰ লোভেই গুলীচালনাৰ কাৰণ!

পৰিয়ালকেন্দ্ৰিক বিবাদ, সম্পত্তিৰ লোভেই গুলীচালনাৰ কাৰণ!

9 hours ago
ঘনকান্ত গগৈ নামৰ এজনে সংঘটিত কৰিলে বিলাস INNৰ গুলীচালনাৰ ঘটনা!

ঘনকান্ত গগৈ নামৰ এজনে সংঘটিত কৰিলে বিলাস INNৰ গুলীচালনাৰ ঘটনা!

10 hours ago
গুৱাহাটীৰ লাচিত নগৰত মৃ*ত্যুৰ কিৰীলি, আততায়ীৰ গু*লীত নিহত ৫

গুৱাহাটীৰ লাচিত নগৰত মৃ*ত্যুৰ কিৰীলি, আততায়ীৰ গু*লীত নিহত ৫

10 hours ago
এয়া অসমীয়া-বাঙালীৰ সংঘাত নহয়ঃ লীনা দলে

এয়া অসমীয়া-বাঙালীৰ সংঘাত নহয়ঃ লীনা দলে

11 hours ago
শাড়ী পিন্ধি, খালী ভৰিৰে দৌৰি ভাইৰেল হৈ পৰা কবিতাই নাপালে চাকৰি!

শাড়ী পিন্ধি, খালী ভৰিৰে দৌৰি ভাইৰেল হৈ পৰা কবিতাই নাপালে চাকৰি!

12 hours ago
হিন্দু নীতিৰে পূৰ্বপুৰুষৰ শ্ৰাদ্ধ-তৰ্পণ, ধৰ্ম সলনি কৰিলে নেকি নাজিয়া ইলাহী খানে?

হিন্দু নীতিৰে পূৰ্বপুৰুষৰ শ্ৰাদ্ধ-তৰ্পণ, ধৰ্ম সলনি কৰিলে নেকি নাজিয়া ইলাহী খানে?

13 hours ago
পাহৰি যাওঁক E20 পেট্ৰ’ল, দেশত এইবাৰ ১০০% ইথানলেৰে চলিব বাহন!

পাহৰি যাওঁক E20 পেট্ৰ’ল, দেশত এইবাৰ ১০০% ইথানলেৰে চলিব বাহন!

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

৩ দিন পত্নীৰ সৈতে, ৩ দিন গাৰ্লফ্ৰেইণ্ডৰ সৈতে। ঘটনা কি?

editor by editor
February 16, 2021
in বিবিধ
0
৩ দিন পত্নীৰ সৈতে, ৩ দিন গাৰ্লফ্ৰেইণ্ডৰ সৈতে। ঘটনা কি?
0
SHARES
62.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ প্ৰেমত ঘূৰে ভূমণ্ডল, প্ৰেমত ফুলে শতদল। প্ৰকৃত প্ৰেম দুৰন্ত, ইয়াৰ নিজস্ব গতিক বাধা দিয়াৰ ক্ষমতা কাৰো হাতত নাথাকে। কিন্তু কেতিয়াবা প্ৰেমৰ সেই গতিয়ে বিপদত পেলাই বহু প্ৰেমিক পক্ষীক। তেনে এটি ঘটনা ঘটিছে ঝাৰখণ্ডত। যত প্ৰেমিকে চুক্তি কৰিবলগীয়া হৈছে পত্নী আৰু গাৰ্লফ্ৰেইণ্ডৰ সৈতে। চুক্তি মতে ৩ দিন পত্নীৰ সৈতে, ৩ গাৰ্লফ্ৰেইণ্ডৰ সৈতে আৰু ১ দিন নিজৰ ইচ্ছামতে থাকিব লাগিব প্ৰেমিকে। ঘটনা অনুসৰি ৰাঁচীৰ ৰাজেশ নামৰ এজন লোকে নিজৰ সন্তান আৰু পত্নীক এৰি নিজকে অবিবাহিত বুলি কৈ এগৰাকী যুৱতীক প্ৰেমৰ জালত আবদ্ধ কৰে। পিছৰ পৰ্যায়ত যুৱতীগৰাকী লৈ পলায়ন কৰে। ঘটনাৰ খবৰ পাই পত্নীয়ে থানাত গোচৰ দিয়ে। ইপিনে যুৱতীৰ পৰিয়ালেও থানাত তেওঁলোকৰ কন্যাক অপহৰণৰ গোচৰ দিয়ে। অভিযোগ লাভ কৰি আৰক্ষীয়ে দুয়োকে ধৰি থানালৈ লৈ আহে। থানাৰ ভিতৰতে আৰম্ভ হয় ৰাজেশৰ পত্নী-গাৰ্লফ্ৰেইণ্ডৰ দুৰ্ঘোৰ কাজিয়া। উপায়ন্তৰ হৈ আৰক্ষীয়ে সম্পন্ন কৰে এক বুজাবুজিৰ লিখিত চুক্তি। চুক্তি অনুসৰি সপ্তাহটোত ৰাজেশে পত্নীৰ লগত থাকিব লাগিব ৩ দিন আৰু গাৰ্লফ্ৰেইণ্ডৰ লগত থাকিব লাগিব ৩ দিন। আৰু বাকী থকা ১ দিন নিজৰ ইচ্ছামতে থাকিব পাৰিব ৰাজেশে। পত্নী-গাৰ্লফ্ৰেইণ্ডেও মানি লৈছিল সেই চুক্তি। কিন্তু তেওঁলোকৰ এই চুক্তি বেছি দিন নিটিকিল। ৩ দিন, ৩ দিন থকা চুক্তি পালন কৰা অসফল হয় ৰাজেশ। তাৰ পাছতে গাৰ্লফ্ৰেইণ্ডে ৰাজেশৰ বিৰুদ্ধে বিয়াৰ প্ৰলোভনেৰে যৌন শোষণৰ অভিযোগ আনি আৰক্ষীৰ কাষ চাপে। এতিয়া ন্যায়ালয়ে ৰাজেশৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে। আৰক্ষীয়ে ৰাজেশক গ্ৰেপ্তাৰৰ চেষ্টা চলাই আছে যদিও ৰাজেশ পলাতক। এয়াও প্ৰেম…

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24extra lovejharkhandlove
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুৱাহাটীৰ গু*লীচালনাক লৈ ইটোৰ পিছত সিটো চাঞ্চল্যকৰ তথ্য, তদন্তত নতুন মোৰ!
অসম

গুৱাহাটীৰ গু*লীচালনাক লৈ ইটোৰ পিছত সিটো চাঞ্চল্যকৰ তথ্য, তদন্তত নতুন মোৰ!

October 27, 2026
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন
জীৱনশৈলী

আজিৰ ভাগ্যৱান ৩ ৰাশি, বাকী ৰাশিৰ জাতক-জাতিকা হওক সাৱধান!

October 27, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

আজি কাৰ জিলিকিব ভাগ্য? জানক ১২টা ৰাশিৰ আৰ্থিক, কেৰিয়াৰ আৰু প্ৰেমৰ বিষয়ে

October 27, 2026
এয়া অসমীয়া-বাঙালীৰ সংঘাত নহয়ঃ লীনা দলে
অসম

এয়া অসমীয়া-বাঙালীৰ সংঘাত নহয়ঃ লীনা দলে

October 26, 2026
Next Post
চৰকাৰী কোম্পানী, অনুষ্ঠান-প্ৰতিষ্ঠান বিক্ৰী বা ভাৰাত দিয়াত অভিলেখ মোদী চৰকাৰৰ

চৰকাৰী কোম্পানী, অনুষ্ঠান-প্ৰতিষ্ঠান বিক্ৰী বা ভাৰাত দিয়াত অভিলেখ মোদী চৰকাৰৰ

গৰৈমাৰীৰ যুৱতীক অপহৰণ কৰি অজ্ঞাত স্থানত ৩ মাহে দলবদ্ধ ধৰ্ষণ

গৰৈমাৰীৰ যুৱতীক অপহৰণ কৰি অজ্ঞাত স্থানত ৩ মাহে দলবদ্ধ ধৰ্ষণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.