• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

4 months ago
নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

3 hours ago
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

4 hours ago
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

4 hours ago
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

5 hours ago
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

5 hours ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

6 hours ago
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

7 hours ago
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

8 hours ago
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

9 hours ago
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

9 hours ago
শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

9 hours ago
চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

৩০ জুনৰ পিছত বন্ধ হ'ব নেকি আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী?

editor by editor
June 17, 2026
in বাণিজ্য, বিবিধ, লেখা
0
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

LPG ৰ গ্ৰাহকৰ বাবে ডাঙৰ খবৰ। প্ৰকৃত এল পি জি গ্ৰাহক চিনাক্তকৰণৰ বাবে পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে আধাৰ ভিত্তিক পৰীক্ষণ আৰম্ভ কৰিছে। গতিকে Indane, BharatGas আৰু HP Gas ৰ গ্ৰাহকে আধাৰ পৰীক্ষণ কৰিব লাগিব।

LPG eKYC ২০২৬ৰ নতুন নিয়ম অনুসৰি যদি কোনো গ্ৰাহকে ৩০ জুনৰ ভিতৰত আধাৰ ভিত্তিক বায়’মেট্ৰিক প্ৰমাণীকৰণ(Aadhaar Biometric Authentication) সম্পূৰ্ণ নকৰে, তেন্তে এল পি জি ৰাজসাহায্যৰ ধন তেওঁৰ বেংক একাউণ্টত জমা নহয়। অৰ্থাৎ Indane Gas, Bharat Gas আৰু HP Gas ৰ গ্ৰাহকে পূৰ্বৰ দৰে এল পি জি চিলিণ্ডাৰ বুকিং কৰিব পাৰিব আৰু লগতে চিলিণ্ডাৰ ডেলিভাৰীও লাভ কৰিব, কিন্তু তেওঁলোকে ৰাজসাহায্যৰ ধন ঘূৰাই নাপাব পাৰে আৰু চিলিণ্ডাৰৰ সম্পূৰ্ণ মূল্য নিজে বহন কৰিবলগীয়া হ’ব পাৰে। eKYC নকৰিলেও গেছ সংযোগ বিচ্ছিন্ন নহয়, কিন্তু LPG ৰাজসাহায্যৰ সুবিধা হেৰুৱাৰ সম্ভাৱনা আছে।

PMUY (প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা)ৰ হিতাধিকাৰী পৰিয়ালকে ধৰি এলপিজি ৰাজসাহায্য লাভ কৰা গ্ৰাহকৰ বাবে LPG eKYC আৰু আধাৰ ভিত্তিক বায়’মেট্ৰিক পৰীক্ষণ বাধ্যতামূলক কৰা হৈছে।

কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰালয়ে স্পষ্ট কৰি দিছে যে সকলো গ্ৰাহকৰ বাবে এল পি জি ই-কে ৱাই চি বাধ্যতামূলক নহয়। ই কেৱল কোনজন গ্ৰাহকৰ বাবে প্ৰযোজ্য সেই বিষয়ে জানি লওক–পিএমইউৱাই (প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা)ৰ হিতাধিকাৰী, যিসকলে প্ৰতি বছৰে ই-কেৱাইচি সম্পূৰ্ণ কৰিব লাগিব। পিএমইউৱাই নহোৱা গ্ৰাহকসকলেও যিসকলে এতিয়াও ই-কেৱাইচি সম্পূৰ্ণ কৰা নাই, তেওঁলোকেও এই প্ৰক্ৰিয়া কিন্তু সম্পূৰ্ণ কৰিব লাগিব। কিন্তু যিসকলে চলিত বিত্তীয় বৰ্ষত ইতিমধ্যে ই-কেৱাইচি সম্পূৰ্ণ কৰিছে আৰু পিএমইউৱাইৰ হিতাধিকাৰী নহয়, তেওঁলোকে পুনৰ ই-কেৱাইচি কৰাৰ প্ৰয়োজন নাই। ই-কে ৱাই চি সম্পূৰ্ণ হ’লে সাধাৰণ এল পি জি গ্ৰাহকে পুনৰ এই প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হ’ব নালাগে। অৱশ্যে উজ্জ্বলা যোজনাৰ হিতাধিকাৰীসকলে প্ৰতি বছৰে ই-কে ৱাই চি আপডেট কৰিব লাগিব।

৩০ জুনৰ পিছত এতিয়া আপোনাৰ এল পি জি গেছৰ সংযোগ বিচ্ছিন্ন হ’ব নেকি? এই ক্ষেত্ৰত এতিয়ালৈকে কোনো চৰকাৰী ঘোষণা নাই যদিও ৩০ জুনৰ ভিতৰত এল পি জি ই-কে ৱাই চি সম্পূৰ্ণ নহয় তেন্তে গ্ৰাহকৰ গেছ সংযোগ বিচ্ছিন্ন হ’ব পাৰে। যদি আপুনি ৩০ জুনৰ এল পি জি ই-কে ৱাই চিৰ সময়সীমা পাৰ কৰে, তেন্তে ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ (ডি বি টি)ৰ জৰিয়তে লাভ কৰা এল পি জি ৰাজসাহায্যৰ ধন বন্ধ হ’ব পাৰে। কিন্তু ইয়াৰ ফলত আপোনাৰ এল পি জি গেছ সংযোগত কোনো ব্যাঘাত নজন্মে।

উল্লেখ্য যে, আপুনি আগৰ দৰে এল পি জি চিলিণ্ডাৰ বুকিং কৰি চিলিণ্ডাৰ আপোনাৰ ঘৰলৈ ডেলিভাৰী দিব আহিব, কিন্তু ৰাজসাহায্যৰ ধন আপোনাৰ বেংক একাউণ্টত জমা নহ’বও পাৰে। ই-কেৱাইচি নকৰাটোৱে আপোনাৰ এলপিজি ৰাজসাহায্যৰ বাবে যোগ্যতাত প্ৰভাৱ পেলাব পাৰে।

(এই প্ৰতিবেদন যুগুতাইছে বৰষা মিশ্ৰই)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে
অসম

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

October 2, 2026
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ
জীৱনশৈলী

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

October 2, 2026
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই
অসম

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

October 2, 2026
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম
অসম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

October 2, 2026
Next Post
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

অলংকাৰ ক্ৰয় কৰিব বিচাৰিছে নেকি? হোৰাহোৰা কমিছে সোণ-ৰূপৰ মূল্য!

‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

'ছোৱালী হৈ ল'ৰাৰ খেলত!' কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.