• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জানুৱাৰীত ঘৰ সলনি কৰিব ৪ গ্ৰহই, বছৰৰ প্ৰথম মাহত ৩ ৰাশিৰ চকুত লগা সাফল্য দেখিব

জানুৱাৰীত ঘৰ সলনি কৰিব ৪ গ্ৰহই, বছৰৰ প্ৰথম মাহত ৩ ৰাশিৰ চকুত লগা সাফল্য দেখিব

9 months ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

14 minutes ago
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

37 minutes ago
পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

1 hour ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

2 hours ago
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

2 hours ago
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

3 hours ago
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

3 hours ago
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

4 hours ago
জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

5 hours ago
নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

6 hours ago
সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

7 hours ago
আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জানুৱাৰীত ঘৰ সলনি কৰিব ৪ গ্ৰহই, বছৰৰ প্ৰথম মাহত ৩ ৰাশিৰ চকুত লগা সাফল্য দেখিব

জানুৱাৰীত ঘৰ সলনি কৰিব ৪ গ্ৰহই, বছৰৰ প্ৰথম মাহত ৩ ৰাশিৰ চকুত লগা সাফল্য দেখিব

editor by editor
December 30, 2025
in জীৱনশৈলী, বিবিধ, লেখা
0
জানুৱাৰীত ঘৰ সলনি কৰিব ৪ গ্ৰহই, বছৰৰ প্ৰথম মাহত ৩ ৰাশিৰ চকুত লগা সাফল্য দেখিব
0
SHARES
2.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আৰু ২দিন পাছতেই আৰম্ভ হৈছে ২০২৬ চন৷ নতুন বছৰৰ প্ৰথম মাহ বৈদিক জ্যোতিষ অনুসৰি বিশেষ উল্লেখযোগ্য হব৷ কাৰণ জানুৱাৰীত স্থান সলনি কৰিব চাৰি গ্ৰহই৷ এই চাৰি গ্ৰহ হৈছে চন্দ্ৰ, সূৰ্য, মঙ্গল আৰু শুক্ৰ৷ প্ৰথমে ১৪ জানুৱাৰীত ধনু এৰি মকৰ ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই৷ ইয়াৰপাছতেই সেনাপতি গ্ৰহ মঙ্গলেও ১৭ জানুৱাৰীত মকৰ ৰাশিলৈ আহিব৷ সকলোতকৈ শেষত শুক্ৰই মঙ্গলেও গোচৰ কৰিব৷ ইয়াৰ ফলত মকৰ ৰাশিত গঠিত হব চতুৰ্গ্ৰহী যোগ৷ জ্যোতিষ গণনা অনুসৰি জানুৱাৰীত এই চাৰি গ্ৰহৰ গোচৰ অত্যন্ত লাভজনক হব তিনি ৰাশিৰ জাতকৰ বাবে৷ জানি থওক বছৰৰ প্ৰথম মাহত চকুত লগা সাফল্য পাব কোনে কোনে?

মেষ ৰাশি

জানুৱাৰীত চাৰি গ্ৰহৰ গোচৰ লাভজনক হ’ব মেষ ৰাশিৰ জাতকৰ বাবে৷ চাকৰি আৰু ব্যৱসায়তো এই সময়ত বৃহৎ উন্নতি কৰিব পাৰিব৷ মেষ ৰাশিৰ কৰ্মৰ ঘৰত গঠিত হব চতুৰ্গ্ৰহী যোগ৷ ফলত কেৰিয়াৰত উন্নতি কৰাৰ সুযোগ পাব এওঁলোকে৷ ইনক্ৰিমেণ্ট, বোনাছ আৰু প্ৰমোছন পাব পাৰে৷ ব্যৱসায়ত নতুন চুক্তি মুনাফা বাঢ়িব৷ নতুন প্ৰকল্প আৰম্ভ কৰাৰ বাবে এই সময় লাভজনক৷ পিতৃৰ সৈতে সম্পৰ্ক ভাল হ’ব৷

তুলা ৰাশি

জানুৱাৰীত নানান দিশৰ পৰা উন্নতি কৰিব তুলা ৰাশিৰ জাতকে৷ ২০২৬ চন পজিটিভাৱে আৰম্ভ কৰিব পাৰিব আপুনি৷ তুলা ৰাশিৰ চতুৰ্থ ঘৰত গঠিত হব চতুৰ্গ্ৰহী যোগ৷ এই সময়ত আপুনি আৰাম আৰু বিলাসিতাৰ মাজেৰে সময় কটাব৷ নতুন গাড়ী আৰু ভূ-সম্পত্তি কিনিব পাৰে৷ অফিচত প্ৰমোছন আৰু ইনক্ৰিমেণ্ট পোৱাৰ যোগ আছে৷ কৰ্মক্ষেত্ৰত আপোনাৰ দায়িত্ব বাঢ়িব৷ ব্যৱসায়ত লাভজনক চুক্তিত চহী কৰিব৷

মকৰ ৰাশি

জানুৱাৰীত চাৰি গ্ৰহৰ গোচৰে মকৰ ৰাশিৰ জীৱনত নতুন উন্নতি কঢ়িয়াই আনিব৷ মকৰত গঠিত হব চতুৰ্গৰ্হী যোগ৷ এই সময়ত আপোনাৰ আত্মবিশ্বাস তুংগত থাকিব৷ সমাজত সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷ পৰিয়াল আৰু বন্ধুৰ সহায়ত সকলো কামতেই সাফল্য পাব৷ এই সময়ত আপোনাৰ ব্যক্তিত্বৰ বিকাশ হব৷ আপোনাৰ ব্যক্তিত্বই বহুতকে অনুপ্ৰাণিত কৰিব৷ দাম্পত্য জীৱনত সুখ আৰু প্ৰেম ভৰপুৰ থাকিব৷ ছিংগল সকলৰ ভাল বিবাহৰ প্ৰস্তাৱ আহিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ
অপৰাধ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

October 7, 2026
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ
অপৰাধ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

October 7, 2026
পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং
বিনোদন

পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

October 7, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

October 7, 2026
Next Post
মাহত ১৫০০ টকাকৈ জমা কৰিলেই পাব ১ কোটি, SIPৰ চিক্ৰেট ফৰ্মুলা জানি থওক

মাহত ১৫০০ টকাকৈ জমা কৰিলেই পাব ১ কোটি, SIPৰ চিক্ৰেট ফৰ্মুলা জানি থওক

বছৰৰ শেষ একাদশীত সৰ্বাৰ্থ সিদ্ধি যোগ, বজৰংবলীৰ কৃপাত বিপদ দূৰ হ’ব ৫ ৰাশিৰ

বছৰৰ শেষ একাদশীত সৰ্বাৰ্থ সিদ্ধি যোগ, বজৰংবলীৰ কৃপাত বিপদ দূৰ হ’ব ৫ ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.