• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লক্ষ্মীপূজাৰে আৰম্ভ হৈছে নতুন সপ্তাহ, কালা যোগে জীৱন সলনি কৰিব এই ৫ ৰাশিৰ

লক্ষ্মীপূজাৰে আৰম্ভ হৈছে নতুন সপ্তাহ, কালা যোগে জীৱন সলনি কৰিব এই ৫ ৰাশিৰ

6 months ago
বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী

বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী

56 minutes ago
বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ

বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ

2 hours ago
দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

2 hours ago
Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল

Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল

3 hours ago
কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

11 hours ago
নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!

নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!

12 hours ago
পানীত তিতিলে ফোনটো কি কৰে? ভুলতো নাৰাখিব চাউল থোৱা পাত্ৰত!

পানীত তিতিলে ফোনটো কি কৰে? ভুলতো নাৰাখিব চাউল থোৱা পাত্ৰত!

13 hours ago
কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!

কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!

14 hours ago
হনুমানক কিদৰে কৰিব সন্তুষ্ট? জানক সহজ উপায়

হনুমানক কিদৰে কৰিব সন্তুষ্ট? জানক সহজ উপায়

14 hours ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

15 hours ago
এপ্ৰিল মাহত কু-প্ৰভাৱ পৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ ওপৰত, আহিব ডাঙৰ বিপদ!

এপ্ৰিল মাহত কু-প্ৰভাৱ পৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ ওপৰত, আহিব ডাঙৰ বিপদ!

15 hours ago
অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

লক্ষ্মীপূজাৰে আৰম্ভ হৈছে নতুন সপ্তাহ, কালা যোগে জীৱন সলনি কৰিব এই ৫ ৰাশিৰ

লক্ষ্মীপূজাৰে আৰম্ভ হৈছে নতুন সপ্তাহ, কালা যোগে জীৱন সলনি কৰিব এই ৫ ৰাশিৰ

editor by editor
October 6, 2025
in জীৱনশৈলী
0
লক্ষ্মীপূজাৰে আৰম্ভ হৈছে নতুন সপ্তাহ, কালা যোগে জীৱন সলনি কৰিব এই ৫ ৰাশিৰ
0
SHARES
60
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সোমবাৰ ৬ অক্টোবৰৰ পৰা যি নতুন সপ্তাহ আৰম্ভ হৈছে, এই সপ্তাহতেই প্ৰথম দিনাই পালিত হব কোজাগৰী লক্ষ্মীপূজা। শাৰদ পূৰ্ণিমাৰে আৰম্ভ হোৱা এই সপ্তাহত চন্দ্ৰ আৰু শুক্ৰ পৰস্পৰৰ সৈতে মিলি সম সপ্তক যোগ গঠন কৰিব। সিংহ ৰাশিত শুক্ৰ আৰু কুম্ভ ৰাশিত চন্দ্ৰৰ অৱস্থানৰ ফলত গঠিত হব কালা যোগ। জ্যোতিষশাস্ত্ৰই কৈছে, কালা যোগৰ প্ৰভাৱত জাতকৰ জীৱনত মান মৰ্যাদা বাঢ়িব আৰু আৰ্থিক লাভ হব। জানি থওক লক্ষ্মীপূজাৰে আৰম্ভ হোৱা সপ্তাহত ভাগ্য খুলিব কোন কোন ৰাশিৰ জাতকৰ।

মেষ ৰাশি

চলিত সপ্তাহ সৌভাগ্যৰে পূৰ্ণ হৈ থাকিব মেষ ৰাশিৰ জাতকৰ বাবে। সপ্তাহৰ আৰম্ভনিতে কৰোবালৈ যাব পাৰে। এই যাত্ৰা সুখকৰ হব। চাকৰিয়ালে ডাঙৰ সাফল্য পাব লক্ষ্মীপূজাৰ সপ্তাহত। দেৱীৰ কৃপাত আপোনাৰ মনৰ ইচ্ছা পূৰণ হব। প্ৰমোছনৰ বাবে অপেক্ষা কৰি থকাসকলে প্ৰমোছনো পাব।

সিংহ ৰাশি

আগন্তুক সপ্তাহত সৌভাগ্যৰ দুৱাৰ খুলিব সিংহ ৰাশিৰ জাতকৰ। এই সপ্তাহত যিসমূহ কাম কৰিব সকলোতে সৌভাগ্য লাভ কৰিব। বিদেশত চাকৰি কৰাসকলো লাভৱান হব। কেৰিয়াৰত থকা উন্নতি পথৰ বাধা আঁতৰি যাব। যিসমূহ সমস্যাত দীৰ্ঘদিন ধৰি ভুগি আছিল সেইসমূহো দূৰ হব। বিৰোধীসকলে চেষ্টা কৰিও ক্ষতি কৰিব নোৱাৰে।

তুলা ৰাশি

নতুন সপ্তাহত সৌভাগ্যৰে শীৰ্ষত থাকিব তুলা ৰাশিৰ জাতক। কালা যোগৰ শুভ ফল সম্পূৰ্ণ লাভ কৰিব। সপ্তাহত উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি লাভ কৰিব আপুনি। এটাৰ পাছত আনটো লাভ কৰিব পাৰে। বিশেষকৈ ৰাজনীতিৰ সৈতে যিসকল যুক্ত তেওঁলোকে এই সপ্তাহত লাভ কৰিব পাৰে।

বৃশ্চিক ৰাশি

নতুন সপ্তাহত মা লক্ষ্মীৰ আশীৰ্বাদ থাকিব বৃশ্চিক ৰাশিৰ জাতকৰ ওপৰতো। ইয়াৰ ফলত কেৰিয়াৰ সংক্ৰান্তিয় সাফল্য পাব। সপ্তাহৰ আৰম্ভণিতে সুখবৰ পাব পাৰে। কৰ্মৰত মহিলাসকলে সাফল্য লাভ কৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি লৈ থকাসকলেও সাফল্য লাভ কৰিব।

ধনু ৰাশি

নতুন সপ্তাহত কালা যোগৰ প্ৰভাৱত সৌভাগ্য সোণৰ দৰে চমকিব ধনু ৰাশিৰ জাতকৰ। এই সপ্তাহত মনৰ সকলো ইচ্ছা পূৰণ হব পাৰে। পৰিশ্ৰমৰ সম্পূৰ্ণ ফল লাভ কৰিব। যি কাম আপুনি বহুদিন ধৰি কৰি আছে তাৰ ফলো লাভ কৰিব। পৰিয়ালৰ সকলোৰে সৈতে সুসম্পৰ্ক বৰ্তাই ৰাখিব। মাটি বাৰী সংক্ৰান্তিয় সুখবৰ পাব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ
জীৱনশৈলী

বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ

March 30, 2026
দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!
জীৱনশৈলী

দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

March 30, 2026
Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল
জীৱনশৈলী

Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল

March 30, 2026
কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ
জীৱনশৈলী

কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

March 29, 2026
Next Post
সময় উকলিছে, আজিও খা-খবৰ নাই বগা চোলা পৰিহিত জুবিন গাৰ্গৰ সৈতে য়াটত থকা ৮ প্ৰৱাসী অসমীয়াৰ

সময় উকলিছে, আজিও খা-খবৰ নাই বগা চোলা পৰিহিত জুবিন গাৰ্গৰ সৈতে য়াটত থকা ৮ প্ৰৱাসী অসমীয়াৰ

ভগৱানেই নিৰৱ হৈ শুই থাকিল, অনুষ্ঠান কেনেকৈ সম্ভৱ! কণ্ঠশিল্পী মৰ্মিতা মিত্ৰই জুবিন গাৰ্গৰ সোঁৱৰি ল’লে বিশেষ সিদ্ধান্ত

ভগৱানেই নিৰৱ হৈ শুই থাকিল, অনুষ্ঠান কেনেকৈ সম্ভৱ! কণ্ঠশিল্পী মৰ্মিতা মিত্ৰই জুবিন গাৰ্গৰ সোঁৱৰি ল'লে বিশেষ সিদ্ধান্ত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.