• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সকলোতকৈ ভাগ্যৱান এই ৫ ৰাশি, বয়স ৩০ পাৰ হ’লেই কোটিপতি হোৱাৰ যোগ আছে এইকেইটা ৰাশিৰ

সকলোতকৈ ভাগ্যৱান এই ৫ ৰাশি, বয়স ৩০ পাৰ হ’লেই কোটিপতি হোৱাৰ যোগ আছে এইকেইটা ৰাশিৰ

3 years ago
সুঠাম যুৱক বিচাৰিছে নেকি আমিষা পেটেলে? ৫১ বছৰ বয়সত কৰিব সংসাৰ!

সুঠাম যুৱক বিচাৰিছে নেকি আমিষা পেটেলে? ৫১ বছৰ বয়সত কৰিব সংসাৰ!

7 minutes ago
প্ৰতিদিনে Crocs পিন্ধে নেকি? অজানিতে বিপদক নিমন্ত্ৰণ দিছে আপুনি!

প্ৰতিদিনে Crocs পিন্ধে নেকি? অজানিতে বিপদক নিমন্ত্ৰণ দিছে আপুনি!

35 minutes ago
শুই থাকোতে হঠাৎ ভৰি টানি ধৰা, এয়া কোনো ভয়ংকৰ ৰোগৰ লক্ষণ নেকি?

শুই থাকোতে হঠাৎ ভৰি টানি ধৰা, এয়া কোনো ভয়ংকৰ ৰোগৰ লক্ষণ নেকি?

56 minutes ago
EMI ত ফোন ক্ৰয় কৰিছে নেকি? হওক সাৱধান, RBI দিছে নতুন নিৰ্দেশনা

EMI ত ফোন ক্ৰয় কৰিছে নেকি? হওক সাৱধান, RBI দিছে নতুন নিৰ্দেশনা

1 hour ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

১২ আগষ্টত বৃহস্পতি হ’ব উদয়, লাভৱান হ’ব নে সকলো হেৰুৱাব আপুনি?

2 hours ago
চিৰদিনলৈ বন্ধ হ’ব মাদ্ৰাছা! আহিছে কঠোৰ নিৰ্দেশনা

চিৰদিনলৈ বন্ধ হ’ব মাদ্ৰাছা! আহিছে কঠোৰ নিৰ্দেশনা

3 hours ago
ভাৰতকে ধৰি ৫খন দেশৰ ওপৰত ১০০% শুল্ক আৰোপ, আমেৰিকাৰ চেনেটত গৃহীত বিধেয়ক

ভাৰতকে ধৰি ৫খন দেশৰ ওপৰত ১০০% শুল্ক আৰোপ, আমেৰিকাৰ চেনেটত গৃহীত বিধেয়ক

4 hours ago
বানৰ মাজতে ধুমুহাৰ তাণ্ডৱ, ধুমুহাই উৰুৱাই নিলে বন্যাৰ্তৰ আশ্ৰয় শিবিৰ!

বানৰ মাজতে ধুমুহাৰ তাণ্ডৱ, ধুমুহাই উৰুৱাই নিলে বন্যাৰ্তৰ আশ্ৰয় শিবিৰ!

4 hours ago
বতৰৰ ৰঙা, কমলা আৰু হালধীয়া সংকেতৰ অৰ্থ কি? কেনেকৈ এই সতৰ্কবাণীৰ সিদ্ধান্ত লয় জানক

বতৰৰ ৰঙা, কমলা আৰু হালধীয়া সংকেতৰ অৰ্থ কি? কেনেকৈ এই সতৰ্কবাণীৰ সিদ্ধান্ত লয় জানক

5 hours ago
ভিডিঅ’ গেমে কাঢ়িলে প্ৰাণ, সন্তানক গেম খেলিবলৈ দিয়াৰ পূৰ্বে হওক সাৱধান!

ভিডিঅ’ গেমে কাঢ়িলে প্ৰাণ, সন্তানক গেম খেলিবলৈ দিয়াৰ পূৰ্বে হওক সাৱধান!

6 hours ago
কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক

আজি ৩ ৰাশিৰ উদয় হ’ব ভাগ্য, কিন্তু সন্মান হানিৰ আছে আশংকা!

7 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কেনে যাব আপোনাৰ ৮ আগষ্টৰ দিনটো? পঢ়ক দৈনিক ৰাশিফল

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

সকলোতকৈ ভাগ্যৱান এই ৫ ৰাশি, বয়স ৩০ পাৰ হ’লেই কোটিপতি হোৱাৰ যোগ আছে এইকেইটা ৰাশিৰ

editor by editor
September 22, 2023
in অসম, ভাৰত
0
সকলোতকৈ ভাগ্যৱান এই ৫ ৰাশি, বয়স ৩০ পাৰ হ’লেই কোটিপতি হোৱাৰ যোগ আছে এইকেইটা ৰাশিৰ
0
SHARES
22.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ জ্যোতিষ গণনা অনুসৰি প্ৰত্যেক ৰাশিৰ জাতকৰ নিজস্ব বৈশিষ্ট্য থাকে। জন্মৰ পৰাই ভিন্ন ৰাশিয়ে ভিন্ন গুণ, সৌভাগ্য কঢ়িয়াই আনে। জন্ম যোগ চায়েই কোন ৰাশিৰ জাতকে ভৱিষ্যতে কিমান উন্নতি কৰিব সেই সকলোবোৰ বিষয় জ্যোতিষীয়ে দাঙি ধৰে। বৈদিক জ্যোতিষ অনুসৰি ৰাশিচক্ৰৰ মাজত ৫ ৰাশিৰ জাতক সকলোতকৈ ভাগ্যবান। এইকেইটা ৰাশিৰ জাতকে ৩০ বছৰ পাৰ কৰাৰ পাছতেই বিপুল উন্নতি কৰে। এই সময়ত তেওঁলোকে প্ৰচুৰ অৰ্থ আৰু খ্যাতিও লাভ কৰে। কোন কোন ৰাশিৰ জাতক এই তালিকাত আছে?

মেষ ৰাশি
আৰ্থিক সৌভাগ্যৰ সৈতে মেষ ৰাশিৰ জাতকৰ জন্ম। এই ৰাশিৰ জাতকৰ বয়স ৩০ বছৰ পাৰ হ’লেই তেঁওলোকৰ ভাগ্যৰ দুৱাৰ মুকলি হয়। এই সময়ত উত্তৰাধিকাৰী সূত্ৰেও বহু সম্পত্তিৰ অধিকাৰী হ’ব এই ৰাশিৰ জাতক। ৩০ বছৰৰ পৰাই ধনলাভৰ যোগ আৰম্ভ হয় এই ৰাশিৰ জাতকৰ।
বৃষ ৰাশি
বৈদিক জ্যোতিষ অনুসৰি অৰ্থ উপাৰ্জন কৰাত আগবাঢ়ি থাকে বৃষ ৰাশিৰ জাতকসকল। এই ৰাশিত শুভদৃষ্টি থাকে শুক্ৰ গ্ৰহৰ। ইয়াৰোপৰি প্ৰচুৰ ক্ষমতাৰ অধিকাৰী হয় এই ৰাশিৰ জাতক। বয়স ৩০ পাৰ হোৱাৰ পাছত তেওঁলোক দক্ষতা আৰু প্ৰতিভাৰে আগবাঢ়ি যায়।

কৰ্কট ৰাশি
৩০ বছৰৰ পাছত ভাগ্যৰ দুৱাৰ মুকলি হয় কৰ্কট ৰাশিৰ জাতকৰো। এই সময়ত তেওঁলোকে প্ৰচুৰ অৰ্থ লাভ কৰিব পাৰে। জীৱন প্ৰণালী মসৃণ হৈ পৰে এই ৰাশিৰ জাতকৰ। ৩০ বছৰ বয়সৰ পাছত যি কামতেই হাতত নিদিয়ক কিয় সফলতা লাভ কৰিবই।

সিংহ ৰাশি
নিজৰ কঠোৰ পৰিশ্ৰমৰ জোৰত সফলতা লাভ কৰে সিংহ ৰাশিৰ জাতকে। বিশেষকৈ ৩০বছৰ বয়সৰ পাছত ভাগ্যলক্ষ্মীয়ে লগ দিয়ে এই ৰাশিৰ জাতকক। বয়স ৩০ পাৰ হ’লেই সফলভাৱে সকলো কাম সম্পন্ন কৰিব পাৰিব কৰ্কট ৰাশিৰ জাতকে। এই সময়ত এওঁলোকৰ বেংক বেলেন্স বিপুল হাৰত বৃদ্ধি পাব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চিৰদিনলৈ বন্ধ হ’ব মাদ্ৰাছা! আহিছে কঠোৰ নিৰ্দেশনা
অসম

চিৰদিনলৈ বন্ধ হ’ব মাদ্ৰাছা! আহিছে কঠোৰ নিৰ্দেশনা

August 8, 2026
বানৰ মাজতে ধুমুহাৰ তাণ্ডৱ, ধুমুহাই উৰুৱাই নিলে বন্যাৰ্তৰ আশ্ৰয় শিবিৰ!
অসম

বানৰ মাজতে ধুমুহাৰ তাণ্ডৱ, ধুমুহাই উৰুৱাই নিলে বন্যাৰ্তৰ আশ্ৰয় শিবিৰ!

August 8, 2026
প্ৰতিটো বিমান দুৰ্ঘটনাত পাইলটেই দায়ী নেকি? পোহৰলৈ আহিছে ডাঙৰ তথ্য
প্ৰযুক্তি

প্ৰতিটো বিমান দুৰ্ঘটনাত পাইলটেই দায়ী নেকি? পোহৰলৈ আহিছে ডাঙৰ তথ্য

August 7, 2026
এতিয়াৰে পৰা UPI সেৱাৰ নামত ভৰিব লাগিব নেকি অতিৰিক্ত মাচুল?
বাণিজ্য

এতিয়াৰে পৰা UPI সেৱাৰ নামত ভৰিব লাগিব নেকি অতিৰিক্ত মাচুল?

August 7, 2026
Next Post
খাম বুলিলেও খাব নোৱাৰিব পৰী-ৰাঘৱৰ বিবাহ! ছিকিউৰিটিয়ে নহয়, হাতত ফোন ল’লেও মানিব লাগিব এইকেইটা চৰ্ত

খাম বুলিলেও খাব নোৱাৰিব পৰী-ৰাঘৱৰ বিবাহ! ছিকিউৰিটিয়ে নহয়, হাতত ফোন ল’লেও মানিব লাগিব এইকেইটা চৰ্ত

এতিয়াও সাৰ পোৱা নাই বিক্ৰম আৰু প্ৰজ্ঞান! চন্দ্ৰত আন্ধাৰ নমাৰ আগতে জগাই তুলিব পৰা হ’বনে? কি কৈছে ইছৰো প্ৰধান এছ সোমনাথে?

এতিয়াও সাৰ পোৱা নাই বিক্ৰম আৰু প্ৰজ্ঞান! চন্দ্ৰত আন্ধাৰ নমাৰ আগতে জগাই তুলিব পৰা হ’বনে? কি কৈছে ইছৰো প্ৰধান এছ সোমনাথে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.