• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চন্দ্ৰৰ দক্ষিণত অভিযান চলোৱা ভাৰত চতুৰ্থখন দেশ হোৱাত আহিছে বাধা! ৰুছ মকাকাশযানে চন্দ্ৰযান-৩ ক ধাক্কা দিব নেকি?

চন্দ্ৰৰ দক্ষিণত অভিযান চলোৱা ভাৰত চতুৰ্থখন দেশ হোৱাত আহিছে বাধা! ৰুছ মকাকাশযানে চন্দ্ৰযান-৩ ক ধাক্কা দিব নেকি?

3 years ago
জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

56 minutes ago
অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

1 hour ago
অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

2 hours ago
শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

2 hours ago
SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

3 hours ago
জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

4 hours ago
আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

4 hours ago
ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

5 hours ago
পুৰণি ৫টকীয়া নোটৰ বিনিময়ত ২৬ লাখ টকা?

পুৰণি ৫টকীয়া নোটৰ বিনিময়ত ২৬ লাখ টকা?

5 hours ago
বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ ‘বীৰ চক্ৰ’ অভিনন্দন বৰ্তমানৰ

বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ ‘বীৰ চক্ৰ’ অভিনন্দন বৰ্তমানৰ

6 hours ago
৯ মাহতকৈ অধিক সময় সাগৰত থকাৰ পিছত ভূমি স্পৰ্শ ৫০০০ মাৰ্কিন সৈনিকৰ

৯ মাহতকৈ অধিক সময় সাগৰত থকাৰ পিছত ভূমি স্পৰ্শ ৫০০০ মাৰ্কিন সৈনিকৰ

7 hours ago
আজি আছে গৌৰী যোগ, এই ৩ ৰাশিৰ লোকৰ বাবে আজি বিশেষ শুভ দিন

আজি আছে গৌৰী যোগ, এই ৩ ৰাশিৰ লোকৰ বাবে আজি বিশেষ শুভ দিন

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিজ্ঞান

চন্দ্ৰৰ দক্ষিণত অভিযান চলোৱা ভাৰত চতুৰ্থখন দেশ হোৱাত আহিছে বাধা! ৰুছ মকাকাশযানে চন্দ্ৰযান-৩ ক ধাক্কা দিব নেকি?

editor by editor
August 10, 2023
in বিজ্ঞান, বিশ্ব
0
চন্দ্ৰৰ দক্ষিণত অভিযান চলোৱা ভাৰত চতুৰ্থখন দেশ হোৱাত আহিছে বাধা! ৰুছ মকাকাশযানে চন্দ্ৰযান-৩ ক ধাক্কা দিব নেকি?
0
SHARES
493
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰি চন্দ্ৰক প্ৰদক্ষিণ কৰি আছে চন্দ্ৰযান-৩য়ে। ইতিমধ্যেই পৃথিৱীৰ উপগ্ৰহ চন্দ্ৰৰ একাধিক ছবিও প্ৰেৰণ কৰিছে যানখনে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোই প্ৰকাশ কৰিছে ছবিসমূহ। কিন্তু এই অভিযানক লৈ সমগ্ৰ বিশ্বক হতচকিত কৰি বিশেষ ঘোষণা কৰিছে ৰাছিয়াই। মস্কোৰ Moon Missionৰ খবৰ পোহৰলৈ অহাৰ পাছতেই আৰম্ভ হৈছে আন এক জল্পনা। এইবাৰ ৰুছৰ মহাকাশযানৰ ধাক্কাত গুৰি হৈ যাব নেকি চন্দ্ৰযান-৩? ভাৰতৰ অভিযান সফল হোৱাৰ পূৰ্বেই চন্দ্ৰপৃষ্ঠত ভৰি থব নেকি ৰুছ লেণ্ডাৰে? এইসমূহ প্ৰশ্ন উত্থাপিত হৈ থকাৰ সময়তেই ৰাছিয়াই তেওঁলোকৰ মহাকাশযান পঠিওৱাৰ দিন ঘোষণা কৰিছে।

আগষ্ঠ মাহৰ আৰম্ভণিতে এই চন্দ্ৰ অভিযানৰ কথা প্ৰকাশ কৰিছে ৰুছ মহাকাশ গৱেষণা সংস্থা Roscosmosয়ে। বিষয়টোক লৈ এক প্ৰেছ বিবৃত্তি দিছে Roscosmosয়ে। ১১ আগষ্ঠত অৰ্থাৎ শুকুৰবাৰে চন্দ্ৰৰ দিশে ৰাওনা হ’ব লেণ্ডাৰ লুনা-২৫। ভোষ্টোচনি কছমোড্ৰোম স্পেছ চেণ্টাৰৰ পৰা সফল উৎক্ষেপণৰ বাবে ইতিমধ্যে সকলো সাজু কৰি তুলিছে ৰাছিয়াই। এই হালধীয়া যানখনত উঠিয়েই চন্দ্ৰলৈ যাত্ৰা কৰিব লেণ্ডাৰ লুনা-২৫য়ে।

ৰুছ মহাকাশবিজ্ঞানীৰ দাবী যে মাত্ৰ ৫ দিনৰ মাধ্যমেৰে চন্দ্ৰৰ কক্ষপথলৈ যাত্ৰা কৰিব লুনা-২৫। তাৰপাছতেই অন্তত ৫পৰা ৭ দিন চন্দ্ৰক প্ৰদক্ষিণ কৰিব লুনা-২৫য়ে। শেষত চন্দ্ৰৰ দক্ষিণ মেৰুত সফল অৱতৰণ কৰিব সেই লেণ্ডাৰে। উল্লেখ্য যে, ৪৭ বছৰ পাছত পুনৰ চন্দ্ৰাভিজানত নামিছে ৰাছিয়া। ১৯৭৬ চনত ছোভিয়েট যুগত শেষবাৰৰ বাবে পৃথিৱীৰ পৃথিৱীৰ উপগ্ৰহত মহাকাশযান পঠিয়াইছিল মস্কো। অন্যহাতে ২০২১ চনতেই লেণ্ডাৰক চন্দ্ৰলৈ পঠিওৱাৰ পৰিকল্পনা কৰিছিল Roscosmosয়ে। কিন্তু নানান কাৰণত মিছনৰ তাৰিখ পিছুৱাই দিয়ে ৰুছ মহাকাশ গৱেষক সংস্থাই।

ইফালে বিগত ১৪ জুলাইত LVM3-M4 নামৰ চন্দ্ৰযান উৎক্ষেপণ কৰিছে ইছৰোই। ২২ দিনৰ পিছত চন্দ্ৰৰ কক্ষপথত ভৰি দিছে চন্দ্ৰযান-৩য়ে। ২৩ আগষ্ঠত পৃথিৱীৰ উপগ্ৰহৰ দক্ষিণ মেৰুত সফল অৱতৰণ কৰিব ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই পঠিওৱা যানখনে। বৰ্তমানলৈকে মহাকাশযান পঠিয়াইছে তিনিখন দেশে। ৰাছিয়াৰ ওপৰিও আমেৰিকা আৰু চীনেও চন্দ্ৰলৈ যান পঠিয়াইছে। তিনিখন দেশে সফল অভিযান চলালেও দক্ষিণ মেৰুলৈ যান পঠিওৱা প্রথমখন দেশ হ’ব ভাৰত। এইবাৰৰ মিছন সফল হ’লেই চন্দ্ৰত ভৰি দিয়া ভাৰত হ’ব চতুৰ্থখন দেশ। এই সফলতাত ৰাছিয়াৰ লুনা-২৫ য়ে বাধা দিব পাৰে বুলি যি গুজৱ ওলাইছিল সেয়া মিছা বুলি ইতিমধ্যে প্ৰকাশ কৰিছে ইছৰোই। ২৩ তাৰিখে চন্দ্ৰযান-৩ ৰ সৈতে চন্দ্ৰপৃষ্ঠত ভৰি দিব ৰুছ মহাকাশযানেও।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?
ভাৰত

ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

September 3, 2026
৯ মাহতকৈ অধিক সময় সাগৰত থকাৰ পিছত ভূমি স্পৰ্শ ৫০০০ মাৰ্কিন সৈনিকৰ
বিশ্ব

৯ মাহতকৈ অধিক সময় সাগৰত থকাৰ পিছত ভূমি স্পৰ্শ ৫০০০ মাৰ্কিন সৈনিকৰ

September 3, 2026
পাকিস্তানত ভাঙি পেলোৱা হ’ল ১০০ বছৰ পুৰণি মন্দিৰ!
ভাৰত

পাকিস্তানত ভাঙি পেলোৱা হ’ল ১০০ বছৰ পুৰণি মন্দিৰ!

September 2, 2026
মৃত্যুৰ পিছৰ পৃথিৱী! সঁচাকৈয়ে আছে নেকি স্বৰ্গ আৰু নৰক?
বিবিধ

মৃত্যুৰ পিছৰ পৃথিৱী! সঁচাকৈয়ে আছে নেকি স্বৰ্গ আৰু নৰক?

September 2, 2026
Next Post
১ কিঃমিঃ যাবলৈ খৰচ হ’ব মাত্ৰ ৭পইছা! দেশবাসীৰ বাবে বিশেষ বাহন মুকলি TATAৰ

১ কিঃমিঃ যাবলৈ খৰচ হ’ব মাত্ৰ ৭পইছা! দেশবাসীৰ বাবে বিশেষ বাহন মুকলি TATAৰ

৪বজাত প্রধানমন্ত্ৰী মোদী উপস্থিত হ’ব সদনত, প্ৰধানমন্ত্ৰী উপস্থিত হোৱাৰ পূৰ্বে মল্লিকাৰ্জূন খৰ্গেৰ প্ৰশ্ন, মোদী ভগৱান নে পৰমাত্মা?

৪বজাত প্রধানমন্ত্ৰী মোদী উপস্থিত হ’ব সদনত, প্ৰধানমন্ত্ৰী উপস্থিত হোৱাৰ পূৰ্বে মল্লিকাৰ্জূন খৰ্গেৰ প্ৰশ্ন, মোদী ভগৱান নে পৰমাত্মা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.