• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হোলীৰ দিনাই বছৰটোৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ, কি শুভ কি অশুভ, কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ

হোলীৰ দিনাই বছৰটোৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ, কি শুভ কি অশুভ, কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ

2 years ago
শাৰীৰিক সম্পৰ্কৰ প্ৰতি অনিহা! এইবিধ ফলে কৰিব আপোনাক সহায়

শাৰীৰিক সম্পৰ্কৰ প্ৰতি অনিহা! এইবিধ ফলে কৰিব আপোনাক সহায়

6 minutes ago
টোপনি ভঙাৰ পিছতেই কাহ? ই হ’ব পাৰে শৰীৰৰ গুৰুতৰ ৰোগৰ সংকেত!

টোপনি ভঙাৰ পিছতেই কাহ? ই হ’ব পাৰে শৰীৰৰ গুৰুতৰ ৰোগৰ সংকেত!

2 hours ago
পেটৰ সমস্যাৰ পৰা এলাৰ্জিলৈ, এণ্টিবায়’টিকৰ পাৰ্শ্বক্ৰিয়াত ভুগিছে নেকি?

পেটৰ সমস্যাৰ পৰা এলাৰ্জিলৈ, এণ্টিবায়’টিকৰ পাৰ্শ্বক্ৰিয়াত ভুগিছে নেকি?

2 hours ago
ভক্তৰ পূৰ্ণ হ’ব আশা! জানক কম টকাৰে কিদৰে দৰ্শন কৰিব বদ্ৰীনাথ ধাম

ভক্তৰ পূৰ্ণ হ’ব আশা! জানক কম টকাৰে কিদৰে দৰ্শন কৰিব বদ্ৰীনাথ ধাম

3 hours ago
টোপনিৰ পৰা উঠিলেই ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগ নেকি জানক

টোপনিৰ পৰা উঠিলেই ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগ নেকি জানক

4 hours ago
আজি দেশজুৰি বন্ধ সকলো ফাৰ্মাচী! জৰুৰী যাৱতীয় ঔষধ ক্ৰয় কৰিবলৈ কি কৰিব?

আজি দেশজুৰি বন্ধ সকলো ফাৰ্মাচী! জৰুৰী যাৱতীয় ঔষধ ক্ৰয় কৰিবলৈ কি কৰিব?

4 hours ago
এই ৫ সামগ্ৰী কেতিয়াও ঘৰৰ ভিতৰত ৰাখিব নালাগে, ইয়াৰ ফলতেই দুৰ্ভাগ্য আৰু দৰিদ্ৰতা আহে

এই ৫ সামগ্ৰী কেতিয়াও ঘৰৰ ভিতৰত ৰাখিব নালাগে, ইয়াৰ ফলতেই দুৰ্ভাগ্য আৰু দৰিদ্ৰতা আহে

13 hours ago
ঘৰৰ পৰা পঁইতাচোৰা খেদিবলৈ কি কৰিব? ঘৰত এইকেইজোপা উদ্ভিদ ৰোপণ কৰিয়েই খেদিব পাৰি পঁইতাচোৰা

ঘৰৰ পৰা পঁইতাচোৰা খেদিবলৈ কি কৰিব? ঘৰত এইকেইজোপা উদ্ভিদ ৰোপণ কৰিয়েই খেদিব পাৰি পঁইতাচোৰা

14 hours ago
SBIৰ ৫৫৫ দিনৰ FDত ২০০,০০০ টকা জমা কৰিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন লাভ কৰিব?

SBIৰ ৫৫৫ দিনৰ FDত ২০০,০০০ টকা জমা কৰিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন লাভ কৰিব?

14 hours ago
ঘৰতেই পাতিছে অবৈধ কাৰ্যকলাপৰ বেহা, মহিলাৰ সৈতে ঘৰতেই ধৰা পৰিল এইগৰাকী TMC নেতা

ঘৰতেই পাতিছে অবৈধ কাৰ্যকলাপৰ বেহা, মহিলাৰ সৈতে ঘৰতেই ধৰা পৰিল এইগৰাকী TMC নেতা

15 hours ago
১লাখ টকাকৈ ৫টা FD নে ৫ লাখ টকাৰ ১টা FD? ১০ বছৰীয়া বিনিয়োগত কোনটো বেছি লাভজনক?

১লাখ টকাকৈ ৫টা FD নে ৫ লাখ টকাৰ ১টা FD? ১০ বছৰীয়া বিনিয়োগত কোনটো বেছি লাভজনক?

15 hours ago
এঘণ্টা প্ৰস্ৰাৱ চেপি ৰাখিলে শৰীৰত কি ভয়ংকৰ প্ৰভাৱ পৰে? বিশেষজ্ঞৰ কেইটামান জৰুৰী পৰামৰ্শ

এঘণ্টা প্ৰস্ৰাৱ চেপি ৰাখিলে শৰীৰত কি ভয়ংকৰ প্ৰভাৱ পৰে? বিশেষজ্ঞৰ কেইটামান জৰুৰী পৰামৰ্শ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

হোলীৰ দিনাই বছৰটোৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ, কি শুভ কি অশুভ, কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ

editor by editor
March 23, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
হোলীৰ দিনাই বছৰটোৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ, কি শুভ কি অশুভ, কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ
0
SHARES
278
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হোলীৰ দিনাই বছৰটোৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ, কি শুভ কি অশুভ, কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ

চলিত বৰ্ষৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ আহি আছে। ২৫ মাৰ্চ সোমবাৰ হোলীৰ দিনাই হ’ব এইবাৰৰ চন্দ্ৰগ্ৰহণ। সোমাবাৰে পুৱা ১০ বাজি ৩০ মিনিটৰ পৰা আৰম্ভ হৈ দুপৰীয়া ৩ বাজি ২ মিনিটত শেষ হ’ব গ্ৰহণ। গ্ৰহণৰ মুঠ সময় ৪ ঘণ্টা ৩৬ মিনিট।

এইবাৰৰ এই গ্ৰহণ উপছায়া চন্দ্ৰগ্ৰহণ। অৱশ্যে বছৰৰ এই প্ৰথমটো গ্ৰহণ ভাৰতৰ পৰা দেখা পোৱা নাযাব। আমেৰিকা, জাপান, ৰাছিয়া, স্পেইন, ইটালী, পৰ্টুগাল, আয়াৰলেণ্ড আদি দেশৰ পৰা দেখা পোৱা যাব।

কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ– কম বেছি পৰিমাণে সকলো ৰাশিৰ ওপৰতে প্ৰভাৱ পৰিব। মিথুন, মকৰ, সিংহ, আৰু ধনু ৰাশিৰ লোকৰ বাবে এই চন্দ্ৰগ্ৰহণটো বহুতেই শুভ বুলি ধৰা দিব। তাৰ বাহিৰে মেষ, কৰ্কট, কন্যা আৰু কুম্ভ ৰাশিৰ লোকৰ বাবে অশুভ কাৰক আনিব গ্ৰহণে।

কি নকৰিব-
গ্ৰহণৰ সময়ত ক্ৰোধ নকৰিব, অন্যথা অহা ১৫ দিনলৈ ই আপোনাৰ বাবে অশুভ হৈ পৰিব।
গ্ৰহণৰ সময়ত ভোজন নকৰিব। লগতে কোনো পূজা আদিয়ো নকৰিব।
কোনো মৰিশালি বা পথাৰ আদিলৈ নাযাব, কিয়নো এই সময়ত অশুভ কাৰকে গা কৰি উঠে।
কোনো নতুন কামৰ শুভাৰম্ভণি নকৰিব।

কি কৰিব-
গ্ৰহণৰ সময়ত কেৱল নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাব।
গ্ৰহণৰ শেষত গা ধুই পৰিষ্কাৰ সাজ পৰিধান কৰি দুখিয়াক দান কৰিব।
গ্ৰহণৰ শেষত সম্পূৰ্ণ ঘৰ শুদ্ধ কৰিব। এনে কৰিলে সকলো নকৰাত্মক শক্তি দুৰ হয় বুলি বিশ্বাস।
গ্ৰহণৰ সময়ত চৰাই-জীৱ-জন্তু আদিক খাদ্য দান কৰিব। এনে কৰিলে পূণ্য হয় বুলি বিশ্বাস।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: chandra grahanLunar Eclipse
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শাৰীৰিক সম্পৰ্কৰ প্ৰতি অনিহা! এইবিধ ফলে কৰিব আপোনাক সহায়
জীৱনশৈলী

শাৰীৰিক সম্পৰ্কৰ প্ৰতি অনিহা! এইবিধ ফলে কৰিব আপোনাক সহায়

May 20, 2026
টোপনি ভঙাৰ পিছতেই কাহ? ই হ’ব পাৰে শৰীৰৰ গুৰুতৰ ৰোগৰ সংকেত!
জীৱনশৈলী

টোপনি ভঙাৰ পিছতেই কাহ? ই হ’ব পাৰে শৰীৰৰ গুৰুতৰ ৰোগৰ সংকেত!

May 20, 2026
পেটৰ সমস্যাৰ পৰা এলাৰ্জিলৈ, এণ্টিবায়’টিকৰ পাৰ্শ্বক্ৰিয়াত ভুগিছে নেকি?
জীৱনশৈলী

পেটৰ সমস্যাৰ পৰা এলাৰ্জিলৈ, এণ্টিবায়’টিকৰ পাৰ্শ্বক্ৰিয়াত ভুগিছে নেকি?

May 20, 2026
ভক্তৰ পূৰ্ণ হ’ব আশা! জানক কম টকাৰে কিদৰে দৰ্শন কৰিব বদ্ৰীনাথ ধাম
জীৱনশৈলী

ভক্তৰ পূৰ্ণ হ’ব আশা! জানক কম টকাৰে কিদৰে দৰ্শন কৰিব বদ্ৰীনাথ ধাম

May 20, 2026
Next Post
সাৱধান, অতিমাত্ৰা গেষ্ট্ৰিকৰ সমস্যা হৈ পৰিব পাৰে চিন্তাৰ কাৰণ, কেঞ্চাৰো হ’ব পাৰে

সাৱধান, অতিমাত্ৰা গেষ্ট্ৰিকৰ সমস্যা হৈ পৰিব পাৰে চিন্তাৰ কাৰণ, কেঞ্চাৰো হ'ব পাৰে

কেনেকৈ ইমান শক্তিশালী ED ! চাৰ্জ ৱাৰেণ্ট নোহোৱাকৈ কৰিব পাৰে সকলো

কেনেকৈ ইমান শক্তিশালী ED ! চাৰ্জ ৱাৰেণ্ট নোহোৱাকৈ কৰিব পাৰে সকলো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.