• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহাশিৱৰাত্ৰিত মহাদেৱক এই ৫সামগ্ৰী দিলেই বিপদ, লাভৰ সলনি বৃহৎ ক্ষতি হ’ব পাৰে

মহাশিৱৰাত্ৰিত মহাদেৱক এই ৫সামগ্ৰী দিলেই বিপদ, লাভৰ সলনি বৃহৎ ক্ষতি হ’ব পাৰে

1 month ago
গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

13 hours ago
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

14 hours ago
১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

14 hours ago
৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

15 hours ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

16 hours ago
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

16 hours ago
আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

17 hours ago
বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

17 hours ago
ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

18 hours ago
ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

19 hours ago
ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

19 hours ago
শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মহাশিৱৰাত্ৰিত মহাদেৱক এই ৫সামগ্ৰী দিলেই বিপদ, লাভৰ সলনি বৃহৎ ক্ষতি হ’ব পাৰে

মহাশিৱৰাত্ৰিত মহাদেৱক এই ৫সামগ্ৰী দিলেই বিপদ, লাভৰ সলনি বৃহৎ ক্ষতি হ’ব পাৰে

editor by editor
February 9, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত
0
মহাশিৱৰাত্ৰিত মহাদেৱক এই ৫সামগ্ৰী দিলেই বিপদ, লাভৰ সলনি বৃহৎ ক্ষতি হ’ব পাৰে
0
SHARES
538
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মহাশিৱৰাত্ৰি মহাদেৱৰ আৰাধনাৰ বাবে নিৰ্দিষ্ট অন্যান্য দিনৰ পৰা বহুপৰিমাণে পৃথক৷ সমগ্ৰ বছৰৰ ভিতৰত শিৱপূজাৰ বাবে এই দিনটো সকলোতকৈ মাহাত্ম্যপূৰ্ণ৷ ধাৰণা কৰা হয় এই দিনটোতেই শিৱ পাৰ্বতীৰ বিবাহ হৈছিল৷ এই দিনটোতেই সেই মহাজাগতিক পৰিণয়ৰ উদযাপন কৰে ভক্তসকলে৷ ফাগুন মাহৰ কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথিত পালিত হয় মহাশিৱৰাত্ৰি৷ এই বছৰ মহাশিৱৰাত্ৰি পালিত হ’ব আগন্তুক ১৫ ফেব্ৰুৱাৰীত৷

এই বছৰ মহাশিৱৰাত্ৰিত কেইবাটাও শুভ যোগ আছে৷ শিৱলিংগৰ জলাভিষেক আৰু ৰুদ্ৰাভিষেক কৰা এই দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ৷ জানি থওক মহাশিৱৰাত্ৰিত শিৱলিংগৰ আৰাধনা কৰাৰ সঠিক উপায়৷

শঙ্খ নবজাব

শিৱ পূজাত ভুলতো শঙ্খ নবজাব৷ শঙ্খৰ পানীও শিৱলিংগত নিবেদন কৰা নিষেধ৷ শঙ্খচূড় নামপ এক অসুৰক বধ কৰিছিল মহাদেৱে৷ ধাৰণা কৰা হয়, শঙ্খচূড়ৰ হাড়ৰ পৰাই শঙ্খৰ উৎপত্তি৷

শিৱলিঙ্গৰ প্ৰদক্ষিণ

অন্য দেৱদেৱীৰ আৰাধনাৰ সময়ত পূৰ্ণ প্ৰদক্ষিণৰ নিয়ম থাকিলেও শিৱলিঙ্গক অৰ্ধ প্ৰদক্ষিণ কৰিব লাগে৷ শিৱলিঙ্গৰ যোনি পট কেতিয়াও পাৰ কৰা উচিত নহয়৷

হালধি, সেন্দুৰ নিবেদন নকৰিব

শিৱলিঙ্গত হালধি আৰু সেন্দুৰ ভুলতো নিবেদন নকৰিব৷ শিৱলিংগ পৌৰুষৰ প্ৰতীক৷ সেয়ে নাৰীৰ শৃঙ্গাৰৰ উপকৰণ হালধি আৰু সেন্দুৰ শিৱলিঙ্গত নিবেদন নকৰিব৷ মহাদেৱৰ সৈতে পাৰ্বতীৰ পূজা কৰিলে অৱশ্যে সেন্দুৰ দিব পাৰে৷

বেলপাত নিবেদন

বেলপাত অবিহনে মহাদেৱৰ পূজা অসম্পূৰ্ণ৷ ত্ৰিপত্ৰ বেলপাত শিৱলিঙ্গত নিবেদন কৰিব লাগে৷ বেলপাতৰ মসৃণ দিশটো শিৱলিংগৰ দিশে ঘূৰাই ৰাখিব৷

কি ফুল দিব?

মহাশিৱৰাত্ৰিৰ পূজাত বহু ফুলেই নিবেদন কৰিব নোৱাৰি৷ শিৱ পুৰাণ অনুসৰি কেতেকী, পদ্মফুল আৰু তুলসীপাত শিৱলিঙ্গত নিবেদন নকৰিব৷ ইয়াৰ সলনি বেলপাত, ধতুৰা, ভাং আদি শিৱলিংগত অৰ্পন কৰক৷

খণ্ডিত অক্ষত

শিৱলিঙ্গত ভুলতো খণ্ডিত অক্ষত বা ভঙা চাউল নিবেদন নকৰিব৷ পৰিষ্কাৰ আৰু গোটা চাউল নিবেদন নকৰিলে পূজা অসম্পূৰ্ণ৷

এই ৫ ভুল নকৰিব

১.ব্ৰঞ্জৰ পাত্ৰৰে ভুলতো শিৱলিঙ্গত পানী নিদিব৷ শিৱলিঙ্গত পানী ঢলাৰ বাবে তাম, ৰূপ বা সোণৰ পাত্ৰৰে পানী ঢালক৷

২.মহাশিৱৰাত্ৰিত কলা ৰঙৰ পোছাক পৰিধান নকৰিব৷ বগা, আকাশী নীলা, পাতল হালধীয়া বা কমলা ৰঙৰ পোছাক পৰিধান কৰিব পাৰে৷

৩.মহাশিৱৰাত্ৰিত উপবাসে থকাটো ভাল৷ উপবাসে থকা সম্ভৱ নহ’লে সাত্ত্বিক আহাৰ গ্ৰহণ কৰক৷ পিঁয়াজ, নহৰু, মদ, মাংস মহাশিৱৰাত্ৰিত ভুলতো খোৱা উচিত নহয়৷

৪.মহাশিৱৰাত্ৰিত নিৰ্জলা উপবাস ৰাখিব পাৰে বা ফল খাই উপবাস কৰিব পাৰে৷ এইদিনটোত শস্য জাতীয় খাদ্য নাখাব৷

৫.মহাশিৱৰাত্ৰিত উপবাসে থাকিলে খং নকৰিব বা কাকো বেয়াকৈ নক’ব৷ সমগ্ৰ দিনজুৰি ওম নমহঃ শিৱায়ঃ মন্ত্ৰ জপ কৰক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী
ক্ৰীড়া

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

March 11, 2026
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য
জীৱনশৈলী

১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

March 11, 2026
৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং
জীৱনশৈলী

৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

March 11, 2026
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ
জীৱনশৈলী

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

March 11, 2026
Next Post
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.