• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰেমৰ জাল পাতি সৰ্বস্বান্ত কৰিলে বহু যুৱতীক, অৱশেষত আৰক্ষীৰ জালত লম্পট প্ৰতাৰক

প্ৰেমৰ জাল পাতি সৰ্বস্বান্ত কৰিলে বহু যুৱতীক, অৱশেষত আৰক্ষীৰ জালত লম্পট প্ৰতাৰক

6 months ago
বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

8 minutes ago
এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

25 minutes ago
নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

54 minutes ago
কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

1 hour ago
পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

2 hours ago
কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

3 hours ago
‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

3 hours ago
তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

5 hours ago
তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

5 hours ago
প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

5 hours ago
Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

7 hours ago
‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

প্ৰেমৰ জাল পাতি সৰ্বস্বান্ত কৰিলে বহু যুৱতীক, অৱশেষত আৰক্ষীৰ জালত লম্পট প্ৰতাৰক

প্ৰেমৰ জাল পাতি সৰ্বস্বান্ত কৰিলে বহু যুৱতীক, অৱশেষত আৰক্ষীৰ জালত লম্পট প্ৰতাৰক

editor by editor
April 21, 2026
in অপৰাধ, বিবিধ, ভাৰত, লেখা
0
প্ৰেমৰ জাল পাতি সৰ্বস্বান্ত কৰিলে বহু যুৱতীক, অৱশেষত আৰক্ষীৰ জালত লম্পট প্ৰতাৰক
0
SHARES
712
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশত ইটোৰ পিছত সিটো অপৰাধমূলক ঘটনা প্ৰায় প্ৰতিদিনে সংঘটিত হৈ আহিছে। কেতিয়া এনেকুৱা কিছুমান ঘটনা পোহৰলৈ আহে, যিবোৰ বিশ্বাস কৰিবলৈও কঠিন হৈ পৰে। এইবাৰ পোহৰলৈ আহিছে তেনে এক ঘটনা। মহাৰাষ্ট্ৰৰ অমৰাৱতী জিলাত ছ’চিয়েল মিডিয়াৰ জৰিয়তে বহু যুৱতীক প্ৰেমৰ ফান্দত পেলোৱে এজন যুৱকৰ কাহিনী পোহৰলৈ আহিছে। প্ৰথমে সামাজিক মাধ্যমত মিঠা মিঠা কথাৰে হাজাৰটো প্ৰলোভন আৰু তাৰ পিছত প্ৰেয়সীৰ সৈতে ফুৰিবলৈ গৈ অপকৰ্মত লিপ্ত হয় যুৱক।

এতিয়া এই গুৰুতৰ আৰু চাঞ্চল্যকৰ গোচৰ পোহৰলৈ আহিছে। এই গোচৰত আৰক্ষীয়ে পাৰতৱাড়া বাসিন্দা মহম্মদ আয়াজ ওৰফে তনবীৰক গ্ৰেপ্তাৰ কৰিছে। অভিযুক্তই প্ৰায় ১৮০ গৰাকী নাবালিকাক লক্ষ্য কৰি লৈছিল। সেই লম্পট প্ৰেমিকজনৰ বিৰুদ্ধে ৩৫০ টাতকৈও অধিক অশ্লীল ভিডিঅ’ ৰেকৰ্ডিং কৰাৰ অভিযোগ উত্থাপন হৈছে। এই সমগ্ৰ বিষয় পোহৰলৈ অহাৰ পিছত আৰক্ষী বিভাগত জোকাৰণিৰ সৃষ্টি কৰিছে।

WhatsApp আৰু Snapchatৰ জৰিয়তে ফান্দ

আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত পোহৰলৈ আহে যে অভিযুক্ত মহম্মদ আয়াজে নাবালিকা ছোৱালীৰ সৈতে যোগাযোগ কৰিবলৈ হোৱাটছএপ আৰু স্নেপচেটৰ দৰে জনপ্ৰিয় ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ব্যৱহাৰ কৰিছিল। প্ৰথমে বন্ধুত্ব তাৰ পিছত প্ৰেমলৈ প্ৰলোভিত কৰিছিল।

ডিজিটেল প্ৰমাণৰ সন্ধানত নিয়োজিত চাইবাৰ চেল

গোচৰৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া স্থানীয় আৰক্ষীৰ সৈতে চাইবাৰ চেলে তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে অভিযুক্তৰ মোবাইল ফোনটো জব্দ কৰিছে, য’ত পুংখানুপুংখভাৱে পৰীক্ষা অব্যাহত আছে। বিষয়াসকলে কয় যে, এই বেয়া ভিডিঅ’সমূহ কোনো ৱেবছাইট বা ছ’চিয়েল মিডিয়া গ্ৰুপত প্ৰচাৰ হৈছে নেকি সেই বিষয়ে তেওঁলোকে তদন্ত কৰি আছে।

চাইবাৰ বিশেষজ্ঞৰ এটা দলে ডিজিটেল ফুটপ্ৰিণ্টৰ জৰিয়তে জানিবলৈ চেষ্টা কৰিছে যে এই জঘন্য কাণ্ডত অভিযুক্তৰ লগত কোনো ডাঙৰ গেং বা আন লোক জড়িত আছে নেকি।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!
জীৱনশৈলী

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

October 10, 2026
এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ
ভাৰত

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

October 10, 2026
নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!
জীৱনশৈলী

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

October 10, 2026
কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ
উত্তৰ-পূব

কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

October 10, 2026
Next Post
নেইল কাটাৰৰ পিছৰ অংশত কিয় ফুটা থাকে? ৯৯% লোকে নাযানে সঠিক উত্তৰ

নেইল কাটাৰৰ পিছৰ অংশত কিয় ফুটা থাকে? ৯৯% লোকে নাযানে সঠিক উত্তৰ

DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে

DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.