• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘লৰেঞ্চ বিষ্ণইক শেষ কৰিব লাগিব’- ছলমানৰ সৈতে দেখা কৰি মুখ্যমন্ত্ৰীৰ ভাষ্য

2 years ago
লিভাৰৰ সমস্যা জনাই দিয়ে ভৰিয়েই! ভৰিৰ কি কি লক্ষণ দেখিলে বুজিব আপোনাৰ লিভাৰে অসুস্থতাৰ সংকেত দিছে?

12 hours ago
ইতিহাসে মনত ৰাখিব বংগৰ এই ৩নাৰীক, বিধায়ক হোৱা ৰত্না দেৱনাথ, ৰেখা পাত্ৰ, কলিতা মাঞ্জীৰ সৈতে কি ভয়ংকৰ ঘটনা কৰিছিল মমতাৰ দলে?

13 hours ago
ইমান খং কিয় উঠিল প্ৰিয়ংকাৰ? মঞ্চৰ সন্মুখৰ ঘটনা সকলোৱে দেখিছে, আঁৰত কি কাৰণ?

মঙ্গলৰ ৰুচক যোগত মে মাহজুৰি উন্নতিৰ জোৱাৰ, কোন ৪ৰাশিৰ ওপৰত অৰ্থবৃষ্টি হ’ব?

হাৰ্টত অক্সিজেনৰ ঘাটি? ৫ লক্ষণ দেখিলেই বুজিব হাৰ্ট এটেকৰ বিপদ আহি আছে আপোনাৰ

14 hours ago
সংখ্যাগৰিষ্ঠতা থাকিও মুখ্যমন্ত্ৰী হোৱাৰ পথত বাধা আহিছে থালাপতি বিজয়ৰ, কংগ্ৰেছৰ সমৰ্থনেহে পূৰ্ণ কৰিব নেকি বিজয়ৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন?

15 hours ago
মঙ্গল-শনিৰ দ্বিদ্বাদশ দৃষ্টি যোগ, ব্যাপক আৰ্থিক লাভৰ সম্ভাৱনা, ফুলিব ৪ৰাশিৰ কঁপাল

সাংবিধানিক শিষ্টাচাৰ নামানিলে মমতা বেনাৰ্জীয়ে! মমতা বেনাৰ্জীয়ে শেষপৰ্যন্ত পদত্যাগ নকৰিলে কেনেকৈ শপত ল’ব নতুন চৰকাৰে?

16 hours ago
পৰস্পৰৰ পৰা ৬০ ডিগ্ৰী কোণত আহিছে সূৰ্য-শনি, লাভ দৃষ্টি যোগত আহিছে আচ্ছে দিন, এই ৫ৰাশিৰ লাভেই লাভ

থালাপতি বিজয়ৰ বাহন চালকৰ পুত্ৰইয়ো পালে ৰাজনেতা হোৱাৰ সোৱাদ, থালাপতি বিজয়ৰ চালকৰ পুত্ৰ ছাব্ৰিনাথন কিমান শিক্ষিত?

17 hours ago
মহিলা ভোটাৰ আছে, নাই মহিলা নেতৃত্বহে, ১২৬ সমষ্টিৰ পৰা মাত্ৰ ৭গৰাকী মহিলা আহিল বিধানসভালৈ, অসম বিধানসভাত কিয় কমিছে মহিলাৰ সংখ্যা?

18 hours ago
ৰজাৰ দৰে জীৱন, আছে ৰাজপ্ৰাসাদো, ১০০ কোটিৰ FD, প্ৰতিদিনে সুদেই আহে ২লাখ, জানক থালাপতি বিজয়ৰ পাহাৰসম সম্পত্তিৰ তালিকাত কি কি আছে?

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

‘লৰেঞ্চ বিষ্ণইক শেষ কৰিব লাগিব’- ছলমানৰ সৈতে দেখা কৰি মুখ্যমন্ত্ৰীৰ ভাষ্য

editor by editor
April 16, 2024
in ভাৰত
0
‘লৰেঞ্চ বিষ্ণইক শেষ কৰিব লাগিব’- ছলমানৰ সৈতে দেখা কৰি মুখ্যমন্ত্ৰীৰ ভাষ্য
0
SHARES
351
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘লৰেঞ্চ বিষ্ণইক শেষ কৰিব লাগিব’- ছলমানৰ সৈতে দেখা কৰি মুখ্যমন্ত্ৰীৰ ভাষ্য

ছলমান খানৰ ঘৰৰ সমীপত দুই দুৰ্বৃত্তইকৰা গুলিচালনাৰ ঘটনাই যি চাঞ্চল্য সৃষ্টি কৰিছিল, আজি পৰ্যন্ত সেই চাঞ্চল্য মাৰ যোৱা নাই। ঘটনাৰ পাছতে বহু তাৰকাৰ লগতে গন্যমান্য ব্যক্তিয়ে দেখা কৰিলে ছলমানৰ ঘৰত উপস্থিত হৈ।

সেই উদ্দেশ্য আজি মঙলবাৰেও মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেইয়ো দেখা কৰে ছলমানক। বান্দ্ৰাস্থিত ছলমানৰ ঘৰত আজি উপস্থিত হৈ ছলমান খানৰ সৈতে কথা বতৰা হয় মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী।

ছলমানৰ লগতে ছলমানৰ পিতৃৰ লগতো কথা-বতৰা হয় একনাথ সিন্দেৰ। দেখা কৰাৰ পাছত যেতিয়া বাহিৰলৈ ওলাই আহে তেতিয়া সিন্দেই বিষ্ণই গেং শেষ কৰাৰ কথা উল্লেখ কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, – মহাৰাষ্ট্ৰ চৰকাৰ সদায়ে ছলমানৰ সৈতে আছে আৰু সদায়ে থাকিব। ইতিমধ্যে ছলমানৰ ঘৰৰ কাষত গুলিচালনা কৰা দুই অভিযুক্তক আটক কৰা হৈছে। দুয়োকে সোধপোচো আৰম্ভ কৰা হৈছে। ঘটনাৰ সম্পূৰ্ণ তদন্ত কৰা হ’ব। কাকো ৰেহাই দিয়া নহব। কোনো গেংষ্টাৰ বা গেঙক ৰেহাই দিয়া নহব। লৰেঞ্চ বিষ্ণইকো শেষ কৰি দিয়া হ’ব।

উল্লেখ্য যে, বিগত দেওবাৰে পুৱা প্ৰায় ৫ মান বজাত দুই দুৰ্বৃততই ছলমান খানৰ ঘৰ গেলেক্সী এপাৰ্টমেণ্টৰ সমুখত গুলিচালনা কৰিছিল। ঘটনাৰ সময়ত পৰিয়ালৰ সৈতে সেই ঘৰতেই আছিল ছলমান।

ঘটনাৰ পাছতে দুয়ো দুৰ্বৃত্তক আটক কৰাৰ বাবে তদন্ত আৰম্ভ কৰে আৰক্ষীয়ে। পাছত সেই অঞ্চলতেই থকা চিচি টিভিত ধৰা পৰে দুয়ো দুৰ্বৃত্ব। চেহেৰা ফাদিত হোৱাৰ পাছতে আৰক্ষীয়ে সন্ধান চলাই আজি আটক কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে বৰ্তমানলৈ কৰা সোধপোচৰ অন্তত জানিবলৈ দিয়া অনুসৰি আটক হোৱা দুয়ো যুৱক লৰেঞ্চ বিষ্ণই গ্ৰুপৰ লোক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Lawrence BishnoiLawrence Bishnoi GangLawrence Bishnoi GroupmumbaiSalman Khan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইতিহাসে মনত ৰাখিব বংগৰ এই ৩নাৰীক, বিধায়ক হোৱা ৰত্না দেৱনাথ, ৰেখা পাত্ৰ, কলিতা মাঞ্জীৰ সৈতে কি ভয়ংকৰ ঘটনা কৰিছিল মমতাৰ দলে?
অপৰাধ

May 5, 2026
সংখ্যাগৰিষ্ঠতা থাকিও মুখ্যমন্ত্ৰী হোৱাৰ পথত বাধা আহিছে থালাপতি বিজয়ৰ, কংগ্ৰেছৰ সমৰ্থনেহে পূৰ্ণ কৰিব নেকি বিজয়ৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন?
জীৱনশৈলী

সংখ্যাগৰিষ্ঠতা থাকিও মুখ্যমন্ত্ৰী হোৱাৰ পথত বাধা আহিছে থালাপতি বিজয়ৰ, কংগ্ৰেছৰ সমৰ্থনেহে পূৰ্ণ কৰিব নেকি বিজয়ৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন?

May 5, 2026
মঙ্গল-শনিৰ দ্বিদ্বাদশ দৃষ্টি যোগ, ব্যাপক আৰ্থিক লাভৰ সম্ভাৱনা, ফুলিব ৪ৰাশিৰ কঁপাল
জীৱনশৈলী

মঙ্গল-শনিৰ দ্বিদ্বাদশ দৃষ্টি যোগ, ব্যাপক আৰ্থিক লাভৰ সম্ভাৱনা, ফুলিব ৪ৰাশিৰ কঁপাল

May 5, 2026
সাংবিধানিক শিষ্টাচাৰ নামানিলে মমতা বেনাৰ্জীয়ে! মমতা বেনাৰ্জীয়ে শেষপৰ্যন্ত পদত্যাগ নকৰিলে কেনেকৈ শপত ল’ব নতুন চৰকাৰে?
জীৱনশৈলী

সাংবিধানিক শিষ্টাচাৰ নামানিলে মমতা বেনাৰ্জীয়ে! মমতা বেনাৰ্জীয়ে শেষপৰ্যন্ত পদত্যাগ নকৰিলে কেনেকৈ শপত ল’ব নতুন চৰকাৰে?

May 5, 2026
Next Post
দৈনিক ৰাশিফল- মীন ৰাশিৰ লোকৰ আজি উজলি উঠিব ভাগ্য, লগতে এই ৰাশিৰ ঘৰলৈ প্ৰৱেশ ঘটিব মা লক্ষ্মীৰ

অধীৰ আগ্ৰহেৰে বাট চাইছে সকলোৱে, দুপৰীয়াৰ লগে লগে ৰামলালাৰ শীৰত পৰিব সূৰ্যতিলক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন